Category কবিতা

নবীন কবিলৈ চিঠি

Letters to a Young Poet মূল (জাৰ্মান): ৰেইনাৰ মাৰিয়া ৰিল্কে এম্ জি হাৰ্টাৰ নৰ্টনে কৰা ইংৰাজী পাঠৰপৰা অনুবাদ : ৰমানন্দন বৰা                             নবীন কবিলৈ চিঠি (এক)    …

ক্যব্যশিল্প

কি মায়াত ধ্ৰুৱকুমাৰ তালুকদাৰ কি মায়াত বন্দী জীৱন কালি ফুলি থকা ফুলবোৰ দেখি ভাবিছিলোঁ ঘৰ নাবান্ধো ফুলনি এখনকে পাতিম… আজি ঘৰ বান্ধিবলৈ ফুলনিখনতে দমাই ৰাখি‍লোঁ শিল, বালি, ইটা জীৱনে আমাৰ বহু কথাতে খেলিমেলি লগায় গণিতত কোনো দিনে ভাল নম্বৰ নোপোৱা…

নৱকান্ত বৰুৱাৰ গান

ড° প্ৰাণজিৎ বৰা          ‘‘কণ্ঠত যাৰ সুৰ নাই, অথচ কাণত আছে’’ বুলি কোৱা কবিয়ে যেতিয়া গীত লিখে‍অথবা ‘‘সুৰৰ পৰশে তাক গান কৰি নেলাগে তুলিব’’ বুলি কৈও যেতিয়া এটাৰ পাছত এটাকৈ লিখিয়েই যায়, তেওঁ আৰু কবি হৈ  নাথাকে। তেওঁ হয়তো ক’ব পাৰে,…

‘হালধীয়া বৃত্ত’-ত জীৱন সত্য আৰু সমাজ জিজ্ঞাসাৰ নান্দনিক চিত্রকল্প

ৰুদ্ৰ সিংহ মটক      ‘‘Poetic feeling is directed feeling, — feeling directed by the social ego.’’ (Christopher  Caudwell)  হালধীয়া বৃত্ত একাধাৰে কবি, সংগীতশিল্পী, নাট্যকাৰ  তথা বোলছবি অভিনেতা বিশাল অনুৰাগৰ তৃতীয় কাব্যগ্ৰন্থ হালধীয়া বৃত্ত (২০১৯)। উল্লেখযোগ্য যে ‘হয় মই সন্ত্রাসবাদৰ পক্ষপাতী’ (১৯৯৭)…

পাঠাগাৰ

দৰ্শনৰ কাহিনী: উইল ডুৰাণ্টৰ দৃষ্টিৰে ড° গিৰীশ বৰুৱা। সব্যসাচী, যোৰহাট, ২০১৯ আমেৰিকা যুক্তৰাষ্ট্ৰত জন্ম গ্ৰহণ কৰি দাৰ্শনিক চিন্তা-চৰ্চাৰ বাবে সমগ্ৰ পৃথিৱীতে খ্যাতি অৰ্জন কৰা ড° উইল ডুৰাণ্টৰ প্ৰখ্যাত পুথি The Story of Philosophy ইতিমধ্যে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল নীলিমা দত্তই।…

মূল কবিতা: The Waste Land

কবি:  টি.এছ. এলিয়ট অসমীয়া অনুবাদ:  ড° দীপশিখা ভাগৱতী ছন পৰা মাটি দ্বিতীয় পক্ষ: এহাত দাবাখেল (A Game of Chess )   উজ্জ্বল সিংহাসনৰ দৰে, যি আসনত তেওঁৰ অধিস্থান, উদ্ভাসিত মৰ্মৰত, য’ত বেলোৰ আলিংগনৰত হয় দ্ৰাক্ষালতাৰ অলংকাৰশোভিত সেই মান্যতাৰ উত্থানৰ দ্বাৰা…

মুকলি মঞ্চ

লোকপৰিৱেশ্য কলা হিচাপে দেওধনী নৃত্য কলচুম বিবি অসমত অতীতৰে পৰা বিভিন্ন নৃগোষ্ঠীয় লোকে বসবাস কৰি আহিছে। তেওঁলোকৰ প্ৰত্যেকৰে নিজা নিজা  ভাষা আৰু উপভাষা আছে। ইয়াৰ লগতে সমান্তৰালভাৱে নিজস্ব সাংস্কৃতিক পৰিচয়ো আছে। তদুপৰি ঐতিহাসিক, ভৌগোলিক, সামাজিক ক্ষেত্ৰতো বৈশিষ্ট্য আছে। এইবোৰে অসমীয়া সংস্কৃতিত…

মূল কবিতা: The Waste Land

কবি:  টি.এছ. এলিয়ট অনুবাদ:  ড° দীপশিখা ভাগৱতী ছন পৰা মাটি প্ৰথম: মৃতকৰ সমাধি (The Burial of the Dead ) কি নিষ্ঠুৰতম মাহ এপ্ৰিল, মৃত মাটিৰ জৰায়ুত লাইলাকৰ ১  জন্মদিন, স্মৃতি আৰু আকাংক্ষাৰ মিশ্ৰিত সংবাদে শেঁতাপৰা শিপাত বাকি দিয়ে বসন্ত বৃষ্টি।…

কাব্যশিল্প

স্পৰ্শহীন স্পৰ্শ হৰেকৃষ্ণ ডেকা স্পৰ্শ নিষিদ্ধ। কিন্তু তাৰ মাতে তাইৰ ওঁঠ স্পৰ্শ কৰিছিল৷ নিষেধাজ্ঞাৰ নঙলা জঁপিয়াই  তাত চুমা খাইছিল। তাইৰ চাৱনিত আঙুলি গজিছিল। তাৰ গাত চেতাৰৰ আলাপ হৈছিল। প্ৰহৰীসকলে দেখা নাছিল। তাইৰ চকুৰ ঠাৰত নাচৰ মুদ্ৰা৷ তাৰ চকুৰ মণিত নৃত্যৰতা।…

অন্যযুগলৈ লেখা প্ৰেৰণ

Try It Yourself person home location_on location_on জিলাওদালগুৰিকাছাৰকামৰূপকামৰূপ মহানগৰকাৰ্বি আংলংকোকৰাঝাৰকৰিমগঞ্জগোলাঘাটগোৱালপাৰাচিৰাংচৰাইদেউডিব্ৰুগড়ডিমা হাছাওতিনিচুকীয়াদক্ষিণ শালমৰা-মানকাচাৰদৰংধুবুৰীধেমাজিনগাঁওনলবাৰীপশ্চিম কাৰ্বি আংলংবঙাইগাঁওবাক্সাবিশ্বনাথবৰপেটামাজুলীমৰিগাঁওযোৰহাটলখিমপুৰশিৱসাগৰশোণিতপুৰহাইলাকান্দিহোজাই fiber_pin local_post_office phone_android mark_email_read article লেখাৰ প্ৰকাৰপ্ৰবন্ধগল্পকবিতামুকলি মঞ্চপঢ়ুৱৈৰ মতামতঅন্য schedule পৰা schedule history_edu