শদিয়া নামটোৰ ইতিহাস
অৱনী কুমাৰ শৰ্মা শদিয়াৰ কথা লিখিবলৈ লৈয়ে মনলৈ অহা আমাৰ সৰুকালত সাঁথৰটো আছিল : শদিয়ালৈ নেযাবা, সত্ফুল নেখাবা (১) কেঁচাপাতত নেবান্ধিবা লোণ৷(২) উপজিয়ে লৰ মাৰে কোন? সাঁথৰটোৰ উত্তৰ – জেঠী…
অৱনী কুমাৰ শৰ্মা শদিয়াৰ কথা লিখিবলৈ লৈয়ে মনলৈ অহা আমাৰ সৰুকালত সাঁথৰটো আছিল : শদিয়ালৈ নেযাবা, সত্ফুল নেখাবা (১) কেঁচাপাতত নেবান্ধিবা লোণ৷(২) উপজিয়ে লৰ মাৰে কোন? সাঁথৰটোৰ উত্তৰ – জেঠী…
সমুজ্জ্বল শইকীয়া কল্পবিজ্ঞান উপন্যাস : অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ আন এটি শ্ৰেণী কল্পবিজ্ঞান উপন্যাস বিংশ শতিকাৰ দ্বিতীয়াৰ্ধতহে ৰচিত হয়৷ অসমীয়া ভাষাত কল্পবিজ্ঞান উপন্যাস পোনপ্ৰথমে প্ৰকাশ হৈছিল ১৯৬০ চনত ‘আমাৰ প্ৰতিনিধি’ কাকতত৷ ডঃ বিজয়কৃষ্ণ দেৱশৰ্মাই লিখা উপন্যাসখনৰ নাম আছিল ‘চন ২৪৬৬,…
দ্বীপৰাজ আজি জীৱনৰ কথাকে কোৱা যাওক : (অলপ পাছতে মই ৰাজহুৱাকৈ ঘোষণা কৰিম মদ নাখাওঁ ২১-ত ২০ নম্বৰ ষ্টেচনতে শেষ চুৰটটো শেষ কৰি মোহাৰি পেলাম ভৰিৰে…) কাইলৈৰ পৰা কেলেণ্ডাৰখন পঢ়া টেবুলত থাকিব ভেঁকুৰা ডায়েৰীবোৰ সোমাব আলমাৰীত… এদিন ল’ছালীয়ে পঢ়িব, কিদৰে…
সমুজ্জ্বল শইকীয়া (১) কল্পবিজ্ঞান সাহিত্য বুলিলে বিজ্ঞানক ভিত্তি কৰি মানুহৰ বিশ্বাসযোগ্য হোৱাকৈ লিখা এক শ্ৰেণীৰ কল্প কাহিনীক বুজায়৷ এই কাহিনীত কল্পনাৰে বিজ্ঞানৰ আৱিষ্কাৰ, আৱিষ্কাৰৰ সুফল অথবা কুফল আৰু মানুহৰ বিভিন্ন প্ৰতিক্ৰিয়াক দেখুওৱা হয়৷ কল্পবিজ্ঞান সাহিত্যত কল্পনাৰে বিজ্ঞানৰ চমৎকাৰী দিশ আৰু ইয়াৰ…
সঞ্জীৱ সভাপণ্ডিত জীৱনত কিছুমান শব্দ নিজে কোৱা যায় আৰু বহুত শব্দ আনে কয়, আমি শুনো৷ কিছুমান শব্দ প্ৰয়োজনত সৃষ্টি হয়, কিছুমান এনেয়ে সৃষ্টি হয়৷ কিছুমান শব্দ ইচ্ছা কৰি সৃষ্টি কৰে, কিছুমান শব্দ ইতিহাসে-সময়ে সৃষ্টি কৰে৷ অসমৰ আকাশে-বতাহে আজি বহু দিনৰে পৰা বহু শব্দ মুখৰিত হৈ আছে৷ কিছুমান শব্দ মাৰ গৈছে, আকৌ কিছুমান শব্দ নতুনকৈ সৃষ্টি হৈছে৷ ১৯৭০-ৰ দশকৰ মাজভাগৰ পৰাই এনে বহুত শব্দই অসমক তোলপাৰ লগাই আছে৷ মন গ’লেও-নগ’লেও এনেবোৰ কথা শুনি থাকিবলৈ বাধ্য হৈছোঁ৷ তেনেকুৱা কিছুমান শব্দ বা কথা হ’ল— অসমীয়া বুলি নিজকে কোৱাবিলাকৰ কণ্ঠত— ক) অসমক স্বাধীনতাৰ…
ড০ পোনা মহন্ত তেতিয়াৰ নেফাৰ নক্তে জনগোষ্ঠীৰ ল’ৰা এজন আমাৰ ঘৰত কেইবাবছৰো থাকি পঢ়া–শুনা কৰাৰ কথা আগৰ লেখাত উল্লেখ কৰিছোঁ৷ ৱাংলিয়াম নামৰ এই ল’ৰাটো মোৰ ডাঙৰ দাদাৰ লগত আমাৰ বাৰেঘৰ সত্ৰ ভকতগাঁৱৰ ঘৰলৈ আহিছিল৷ দাদা সেই সময়ৰ দুৰ্গম নেফালৈ কেনেকৈ যাবলৈ…
অত্ৰেয়ী গোস্বামী বায়ু আৰু পানীৰ দৰে এক নিখুঁত সত্য— মাটি৷ সকলোৰে আদি স্থিতি সকলোৰে ইতিবৃত্তি সংগোপনে শুই থাকে মাটিত৷ কোনেও নাজানে মাটিৰ ভৰ সকলোতে কেৱল মাটিৰ দামদৰ৷ উস্–আস্ নকৰা ইমানবোৰ বোজা মাটিৰ পিঠিত! জীৱ-জড় অথবা মাত-অমাত, পাপ-পুণ্য আনকি অপাপ–অন্যায়ৰ এক অলিখিত ইতিহাস সামৰি থোৱা আছে মাটিৰ বুকুত৷ আদম-ইভৰ পূৰ্বজ কাহিনী মহৰ্ষিৰ অভিষন্ধি, যদুবংশৰ বিনাশ গান্ধাৰীৰ অভিশাপ৷ গন্ধমাদন পৰ্বত, বিষল্যকৰণি হনুমানৰ ঈশ্বৰভক্তি, সকলোৰে সাক্ষী সেই…
দাদুল দেৱকৃষ্ণ বৰুৱা অংকন: বৰ্ণিল মহন্ত (যোৱা সংখ্যাৰ পিছৰ অংশ) ‘‘কালি আপুনি পৃথিৱীৰ বিষয়ে ক’ম বুলি কৈছিল।’’— বনানিয়ে দেউতাকক ধৰিলেগৈ বাতৰি কাকতখন পঢ়ি থকা অৱস্থাতে। ‘‘ক’লোঁতো কালি!’’— দেউতাকে যেন দায় সাৰিব বিচাৰিছে, সেই কথা বনানিয়ে ঠিকেই বুজিব পাৰিলে। ‘‘ইহ্, পলাব বিচাৰিছে! আজি আকৌ ক’ব লাগিব, পিছৰখিনি।’’— বনানিয়ে…
আলোচনীখন উচ্চ মানৰ হৈছে৷ আশা কৰোঁ পঢ়ুৱৈ হিচাপে ধন্য হ´ম৷ ধৰণী নেওগ dharanineog61@gmail.com প্ৰশংসনীয় পদক্ষেপ৷ নিশ্চয় ৰাইজৰ মাজত সঁহাৰি পাব৷ বিশিষ্ট বুদ্ধিজীৱী তথা সাহিত্যিক হোমেন বৰগোহাঞি ছাৰৰ লগতে আন কেইবাজনো বিশিষ্ট সাহিত্যিক থকাৰ বাবে ৰাইজৰ মাজত সমাদৰ লাভ কৰিব৷ ৰাজীৱ শৰ্মা rajibsharma14@gmail.com আলোচনীকেন্দ্ৰিক অসমীয়া সাহিত্যৰ ইতিহাসত ‘অন্যযুগ’ এক ব্যতিক্ৰমী সংযোজন৷ কেইবাখনো অনলাইন আলোচনীয়ে অসমীয়া সাহিত্যৰ সৃষ্টি, বিচৰা…
কলপাতৰ ফুটাৰে অ, আ, ক, খ ড° পোনা মহন্ত মোৰ পাঁচ-ছবছৰ মান হওঁতে দেউতা নে খুৰা কোনোবা এজনে নি ৫৬৫ নং বাৰেঘৰ ভকত গাঁও এল.পি. স্কুলত নামটো লিখোৱালেগৈ। মোৰ সোঁৱৰণিত আন এটা শুনিবলৈ ভাল আৰু অৰ্থপূৰ্ণ নাম আছিল যদিও ঘৰত…