ঐতিহাসিক কালৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাত মথাউৰি নিৰ্মাণ আৰু ইয়াৰ ফলাফল
ড০ ৰক্তিম ৰঞ্জন শইকীয়া নদীৰ গতি আৰু প্ৰকৃতি নিয়ন্ত্ৰণ কৰিবলৈ অতীতৰে পৰা মানুহে প্ৰয়াস কৰি আহিছে৷ এই প্ৰয়াসক বাস্তৱ ৰূপ দিবলৈ কেতিয়াবা মানুহে খাল খান্দিছে, কেতিয়াবা বান্ধ সাজিছে আৰু কেতিয়াবা মথাউৰি বান্ধিছে৷ বান্ধ আৰু মথাউৰিৰ পার্থক্য এটাই৷ বান্ধ একোটা…