Category ইতিহাস

ঐতিহাসিক অসম চুক্তি আৰু ৰাজনৈতিক প্ৰেক্ষাপট

 ৱাহিদ আহমেদ ৰাজনীতি হৈছে বিভিন্ন ৰাজনৈতিক দিশসমূহৰ পুংখানুপুংখ আলোচনাৰ এটা বৃহৎ প্ৰক্ৰিয়া৷ য’ত নিহিত হৈ থাকে বহু বিষয় আৰু তাৰ ধাৰণা৷ এই বিষয়টোৰ লগত জড়িত হৈ থকা কিছু আনুষংগিক বিষয় উল্লেখ কৰা ভাল হ’ব যে ৰাজনীতিৰ লগত সততে যুক্ত হৈ…

সংগ্ৰহালয় : ইতিহাস, বৰ্তমান আৰু সাম্প্ৰতিক বিতৰ্ক

পংকজ প্ৰতিম বৰদলৈ যোৱা কিছু দিন ধৰি ৰাজ্যখনত এক বিশেষ সম্প্ৰদায়ৰ কিছু সংখ্যক লোকে এটা সংগ্ৰহালয় স্থাপন কৰাক লৈ ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে। আমাৰ দেশৰ বাবে সংগ্ৰহালয় এটা ‘নীৰৱ’ (silent) সামাজিক প্ৰতিষ্ঠান, যদিও সমগ্ৰ বিশ্বতে ই এক সামাজিক সমস্যা আৰু ইছ্যুসমূহক…

নামঘৰত যজ্ঞ : শাক্তৰ বৈষ্ণৱ ধৰ্মৰ আগ্ৰাসন নে বহি:শক্তিৰ অসমীয়াত্ব নিৰ্মূল?

 ৰিপুঞ্জয় গগৈ (১)    “নামঘৰ” মানেই যাগ-যজ্ঞৰ প্ৰতিমুখে থিয় দিয়া, গতি কৰা, কেৱল হৰিনাম চৰ্চা কৰা, নাম-কীৰ্তনপ্ৰধান এটা সুসংহত আনুষ্ঠানিক বৈষ্ণৱ প্ৰতিষ্ঠান। বৈদিক যাগ-যজ্ঞক লঘু কৰি অথবা বহুখিনি নিষিদ্ধতাৰে উপেক্ষা কৰি শংকৰদেৱকে ধৰি আন অনেকজন বৈষ্ণৱ ধৰ্ম প্ৰচাৰকে ষোল শতিকাত…

মাতৃভাষা : ইতিহাস, অসম আৰু অসমীয়া

(মাতৃভাষা দিৱস উপলক্ষে) পঙ্কজ প্ৰতিম বৰদলৈ   ৱাগৰি, কোলহাটি, গোল্লা, গিছাৰি, বাৰকু, হল্ডি, মাৱচি, মৰাণ, টাংচা, আইটন৷ পাঠকে যদি চিন্তা কৰে হয়তো গম পাব যে উক্ত শব্দবোৰ কোনো বস্তু বা জনজাতিৰ নাম নহয়৷ এইবোৰ হৈছে যোৱা আধা শতিকা বা ততোধিক সময়ত…

অসমীয়া ই-আলোচনী : এক চমু অৱলোকন

নিৱেদিতা ভূঞা ৰাজকুমাৰী সাহিত্য হৈছে মানৱীয় চিন্তা-চেতনাৰ ভাষিক প্ৰকাশৰ এক নিৰবধি প্ৰৱাহ৷ এই প্ৰৱাহে বহু সময়ত ভৌগোলিক পৰিসীমা অতিক্ৰম কৰি বিশ্বজনীন পথত অগ্ৰসৰ হয়৷ তেতিয়াই ই বিশ্বসাহিত্যৰ স্বীকৃতি লাভ কৰে৷ আমাৰ পূৰ্বজসকলে কাগজ আৱিষ্কাৰ হোৱাৰ আগেয়ে শিল, তাম, সোণ, ৰূপ, গছৰ বাকলি, সাঁচিপাত, চৰাইৰ পাখি,…

অৰ্থনৈতিক বিকাশ আৰু বিজ্ঞান

ড° প্ৰিয়দেৱ গোস্বামী          মানুহৰ জীৱন মানেই কৰ্ম৷ কৰ্মহীন জীৱন প্ৰকৃত মানৱ জীৱন নহয়৷ কৰ্মই আমাৰ পৰিচয় নিৰ্ণয় কৰে৷ জীৱন যাপন কৰিবলৈ মানুহে বিভিন্ন কৰ্ম কৰিব লাগে৷ কিন্তু আমাৰ কামৰ প্ৰকাৰ বেলেগ বেলেগ হ’ব পাৰে৷ বয়সভেদেও কামবোৰ বেলেগ…

ইতিহাস চৰ্চা আৰু লাচিত বৰফুকন : বিশ্লেষণ আৰু প্ৰাসংগিকতা

পঙ্কজ প্ৰতিম বৰদলৈ            ইতিহাস অধ্যয়ন, চৰ্চা আৰু ইতিহাসৰ তথ্যসমূহৰ গ্ৰহণযোগ্যতাক লৈ এক প্ৰাচীন বিতৰ্ক আজিও চলি আছে৷ ইতিহাস চৰ্চাৰ জৰিয়তে এক গ্ৰহণযোগ্য আৰু সৰ্বাত্মক সত্যত উপনীত হ’ব পাৰিনে নাই সেই বিষয়ে নিৰন্তৰ চৰ্চা আৰু বিতৰ্কৰ অৱকাশ আছে৷…

অৰ্থনৈতিক বিকাশ আৰু বিজ্ঞান

ড॰ প্ৰিয়দেৱ গোস্বামী          মানুহৰ জীৱন মানেই কৰ্ম৷ কৰ্মহীন জীৱন প্ৰকৃত মানৱ জীৱন নহয়৷ কৰ্মই আমাৰ পৰিচয় নিৰ্ণয় কৰে৷ জীৱন যাপন কৰিবলৈ মানুহে বিভিন্ন কৰ্ম কৰিব লাগে৷ কিন্তু আমাৰ কামৰ প্ৰকাৰ বেলেগ বেলেগ হ’ব পাৰে৷ বয়সভেদেও কামবোৰ বেলেগ বেলেগ…

উৎকৃষ্ট গদ্যৰ সন্ধানত

ড০ খগেশ সেন ডেকা প্ৰস্তাৱনা :         মানৱ-সভ্যতাৰ অগ্ৰগতিত ভাষাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ ভাষাৰ বাবেই প্ৰাণী জগতৰ সকলো জীৱৰ ভিতৰত মানুহ নামৰ প্ৰজাতিটোৱে এক সুকীয়া স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে৷ প্ৰকৃতি জগতত নিৰ্দিষ্ট বাচিক ধ্বনি-ৰীতি আৰু তাৰ সৈতে অৰ্থৰ…

উৎকৃষ্ট গদ্যৰ সন্ধানত

 ড০ খগেশ সেন ডেকা প্ৰস্তাৱনা : মানৱ-সভ্যতাৰ অগ্ৰগতিত ভাষাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ ভাষাৰ বাবেই প্ৰাণী জগতৰ সকলো জীৱৰ ভিতৰত মানুহ নামৰ প্ৰজাতিটোৱে এক সুকীয়া স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে৷ প্ৰকৃতি জগতত নিৰ্দিষ্ট বাচিক ধ্বনি-ৰীতি আৰু তাৰ সৈতে অৰ্থৰ যথেচ্ছ সমন্বয়েৰে…