Category প্ৰবন্ধ/চিন্তন

অবাৰিত শৃংখল-দাসত্বৰ

 সঞ্জীৱ সভাপণ্ডিত ডেকা-গাভৰু বয়সত দেহা উজান–ভাটী কৰাৰ নিচিনাকৈ প্ৰৌঢ় বা বৃদ্ধ বয়সত মানুহৰ মনেও অতীত–ভৱিষ্যতৰ মাজত উজান–ভাটী কৰি থাকে৷ ডেকা-গাভৰু বয়সত যৌৱনৰ জোৱাৰত মন-কাগজৰ নাওখন উজান–ভাটী কৰে সংগমৰ তাড়নাত বা মিলনৰ আকাংক্ষাত৷ তেতিয়া কামনাৰ বাসনাত মন দহে, দেহা জ্বলে৷ তেতিয়া অনেক কথাই তুচ্ছ হৈ পৰে৷ পৰিয়াল–সমাজ-বয়সৰ সকলো বান্ধোন ছিঙি পেলাবলৈ…

কাটাকম্ব : মাটিৰ তলৰ সমাধি গৃহ

 ড০ ৰাস্না ৰাজখোৱা জেৰুজালেম এক প্ৰতিষ্ঠিত সমাধি কেন্দ্ৰ, কিন্তু এই পৌৰাণিক মহানগৰখনত সমাধিৰ বাবে ঠাইৰ নাটনি হৈ আহিছে৷ ২০১৫ চনত ‘জেৰুজালেম ইহুদী সম্প্ৰদায় সমাধি সমাজে’ এটা নিৰ্মাণ প্ৰতিষ্ঠানৰ সৈতে মহানগৰখনৰ আটাইতকৈ ডাঙৰ সমাধি ক্ষেত্ৰ ‘হাৰ হেমেনুচ’ট’ (Har Hamenuchot)-ৰ এটা পাহাৰত খনন কাৰ্য চলাই আৰু প্ৰায়…

মেডিচিন, বিজ্ঞান আৰু স্বাস্থ্য

ডাঃ নৰেন কুটুম ( টোকা : মেডিচিন বুলি কওঁতে ইয়াত কেৱল পিল, ঔষধৰ বটল নতুবা ইনজেকচনৰ কথাকে বুজাব বিচৰা নাই৷ ইয়াত বহল অৰ্থত ক’ব বিচৰা হৈছে, য’ত চিকিৎসাৰ সকলো দিশ সামৰি লয়৷) প্ৰাচীন মেডিচিন : অতি প্ৰাচীন কালৰ পৰাই মানুহে…

নতুন ব্যঞ্জন বিচাৰি

সঞ্জীৱ সভাপণ্ডিত মানুহে কয় আৰু আমিও বহু দিনৰ পৰা শুনি আহিছোঁ যে অসমখন এখন সমস্যাজৰ্জৰ ৰাজ্য৷ কথাবোৰ এনেকৈ শুনা যায় যে সমস্যা কেৱল অসমৰহে আছে আৰু পৃথিৱীত ক’তো কাৰো আমাৰ সমান সমস্যা নাই৷ শুনি শুনি এনেকুৱা হ’লগৈ যে অসমীয়াবিলাকে এটা…

কে-টি (K-T) সংঘটন: পৃথিৱী পৃষ্ঠত সংঘটিত এক ভয়াৱহ মহাজাগতিক দুৰ্ঘটনা

 ড০ ৰক্তিম ৰঞ্জন শইকীয়া ভয়াৱহ দুৰ্ঘটনা বুলিলে আমি টাইটানিক ধ্বংসৰ স্তৰৰ দুৰ্ঘটনাকে বুজোঁ যদিও আজিৰ পৰা ৬৫ নিযুত বছৰৰ আগতে সংঘটিত এটা দুৰ্ঘটনাৰ ধ্বংসলীলাই হিৰোছিমা নাগাচাকিৰ ধ্বংসলীলাকো চেৰাই গৈছিল। এনে নজিৰবিহীন দুৰ্ঘটনা পৃথিৱীৰ জীৱনকালত কমেইহে সংঘটিত হৈছিল। পৃথিৱীৰ সমস্ত জীৱকুলৰ ৭৫…

লেজি ডগ, বিস্ময়বৰ্ষ আৰু ন’বেল বঁটা

 ড০ ৰমেশ চন্দ্ৰ গোস্ৱামী বিদ্যালয়ৰ প্ৰায়বোৰ শ্ৰেণীতে ল’ৰাটোৰ মনোযোগ নবহে৷ সি বহেও পিছফালৰ বেঞ্চত৷ কিবা সুধিলেও শিক্ষকৰ মনঃপুত হোৱাকৈ উত্তৰ দিবলৈ অপাৰগ হয়৷ মুঠতে ছাত্ৰ হিচাপে সি একো কৃতিত্ব দেখুৱাব পৰা বিধৰ নাছিল৷ অকল গণিততহে আছিল ৰাপটো৷ মাজে মাজে তাক…

অসমৰ লোক গণিত কাইথেলী অংক

 ড০ ৰাস্না ৰাজখোৱা                                                                                                     পৃথিৱীৰ সকলো বৈজ্ঞানিক আৱিষ্কাৰৰে মূল গণিতবিদ্যা৷ দৈনন্দিন জীৱনত গণিতৰ প্ৰভাৱৰ কথা কৈ শেষ কৰিব নোৱাৰি৷ বজাৰত দুই কিলোগ্ৰাম আলু কিনিবলৈ গ’লেও অংকৰ কথাই আহে৷ মুঠতে গণিতক বাদ দি একো কথাই চিন্তা কৰিব নোৱাৰি৷ প্ৰাচীন যুগৰ পৰাই অসমত গণিত বিদ্যাৰ…

সফলতাৰ অৰ্থ মাত্ৰ সকলোতে জয়ী হোৱা নহয়

 (এজন সাধাৰণ ব্যক্তিৰ সফলতাৰ কাহিনী) ড° পুলক সভাপণ্ডিত    সুখী জীৱনৰ কাৰণে যি প্রয়োজন সেয়া নিতান্তই খুব সাধাৰণ; সেয়া হ’ল, এটা সুখী আৰু আনন্দিত মন, পাৰিবাৰিক সম্প্রীতি, ভাল বন্ধুৰ সহচৰ্য, সুস্বাস্থ্য, আত্মসন্তুষ্টি, প্রেম-ভালপোৱা ইত্যাদি। আনহাতে সফল জীৱন মানে আমি সাধাৰণতে…

বিনিৰ্মাণবাদ

  ড° তপোধীৰ ভট্টাচাৰ্য অসমীয়া অনুবাদ : কুমুদ ঘোষ ৷৷ চাৰি ৷৷         জে. হিলিছ মিলেৰ, পল দা মেন, জিওফ্ৰে হাৰ্টমেন আৰু হেৰল্ড ব্লুম : মূলতঃ এই চাৰিজন সমালোচককে আমেৰিকাত বিনিৰ্মাণবাদৰ মুখ্য পৰিপোষক বুলি কোৱা হয়৷ ডেৰিডাৰ বিখ্যাত নিবন্ধই যেতিয়া আমেৰিকাৰ বিদ্বৎ-সমাজত অভূতপূৰ্ব আলোড়ন সৃষ্টি কৰিলে,…

কল্পবিজ্ঞান সাহিত্যৰ সোণালী যুগ

 (১৯৩০-১৯৫০ চনলৈ কল্পবিজ্ঞান সাহিত্যৰ চমু অৱলোকন) মানস প্ৰতিম দত্ত      কল্পবিজ্ঞান সাহিত্যৰ সৈতে জড়িত লেখক, পাঠক সকলৰ বাবে সদা পৰিচিত দশকটোৱেই সৈতে ১৯৪০-১৯৫০ চনৰ সময়ছোৱা। অৱশ্যে বহুতে ১৯৩০-৫০ চনৰ সময়ছোৱাক কল্পবিজ্ঞান সাহিত্যৰ উত্থানৰ সময় হিচাপে অভিহিত কৰাই নহয় বৰং এই…