বিষয় বিষধৰ
ধন দাস হতচকিত ঈশ্বৰ আচৰিত কি তৈয়াৰ কৰিলে দুখন হাত দুখন ভৰি দুটা চকু সকলোৰে ওপৰত এটা জৈৱিক কম্পিউটাৰ ইমান ভয়ংকৰ যে মাত মাতিব জানে খোজ কাঢ়িব জানে জানে জন্ম দিব জানে আৱিষ্কাৰ কৰিব ঈশ্বৰেও সৃষ্টি নকৰা যুদ্ধ কৰিব জানে …
ধন দাস হতচকিত ঈশ্বৰ আচৰিত কি তৈয়াৰ কৰিলে দুখন হাত দুখন ভৰি দুটা চকু সকলোৰে ওপৰত এটা জৈৱিক কম্পিউটাৰ ইমান ভয়ংকৰ যে মাত মাতিব জানে খোজ কাঢ়িব জানে জানে জন্ম দিব জানে আৱিষ্কাৰ কৰিব ঈশ্বৰেও সৃষ্টি নকৰা যুদ্ধ কৰিব জানে …
গীতাৰ্থী গোস্বামী ‘এই মানুহজনীয়ে অলপ বেছি কৰে। তেওঁহে যেন সকলো বানান জানে! ইমান কষ্ট কৰি এসোপা লিখিলোঁ, এওঁ আক’ বানানত ভুল ধৰে!’ মই বৰ্ণাশুদ্ধি দেখুৱাই দিয়া একাংশ মানুহৰ ধাৰণা এয়া। হয়, মই সঁচাকৈ বহুত কথা নাজানো। তথাপি আখৰ-জোঁটনিৰ ভুলবোৰ চকুত…
সঞ্জীৱ সভাপণ্ডিত ‘জাংফাই জোনাক’ চিনেমাখনত মই প্ৰথমতেই এখন মঞ্চত উষা–চিত্ৰলেখাৰ এটা ৰূপকাত্মক মৌন দৃশ্যৰ অৱতাৰণা কৰিছিলোঁ৷ সংমিশ্ৰিত জাতি–জনজাতিৰ মানুহৰ এটা অঞ্চলত সন্ধিয়া সকলোবোৰ মানুহ মাটিত বহি এক আচৰিত ধৰণৰ অভিনয় উপভোগ কৰিছিল৷ গাঁৱৰ মানুহে নাটকত সংলাপ বিচাৰে বুলি থকা সাধাৰণ ধাৰণাটোৰ…
স্মৃতিৰেখা দেৱী মনোৰম হাজৰিকা ল’ৰাটিৰ নাম, কম্পিউটাৰ গে’ম খেলে, নাই আন কাম ৷ পঢ়াৰ কথা ক’লে তাৰ পেটটো বিষায়, আৰু লৰালৰি কৰি কেনিবা লুকায় ৷ তেনে সময়তে উঠে মাকৰ খং, ‘কিয় হ’বি ল’ৰা তই ইমান অভং ?’ বুলি কৈ মাকে…
সমুদ্ৰ কাজল শইকীয়া হে কবি, প্ৰশ্নৰ কবি প্ৰশ্নবোৰতে প্ৰশ্নবোৰৰ উত্তৰ হে কবি উত্তৰোত্তৰ হিৰন্ময় পাত্ৰত আছিল উপনিষদৰ কবিৰ যি প্ৰশ্নবোৰ আকৌ তুলিছিল নৱকান্তই সৌটো কি একেবোৰ প্ৰশ্নকেই তুলি গ’ল নীলমণিয়ে সৌটো কি হিৰন্ময় পাত্ৰ প্ৰশ্নবোৰ। যাৰ কোনো…
অৰবিন্দ ডেকা গেণ’ডাৰ্মা লুচিডাম হৈছে ৰঙা ৰঙৰ গেণ’ডাৰ্মা প্ৰজাতিৰ এবিধ কাঠফুলা৷ ইয়াক সাধাৰণতে ইউৰোপ আৰু চীন দেশত পোৱা যায় যদিও পুষ্টিগত গুণৰ উপৰি ইয়াৰ উৎকৃষ্ট ঔষধিযুক্ত গুণ আৰু বাণিজ্যিক চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি পৃথিৱীৰ প্ৰায় সকলো দেশতে ইয়াৰ খেতি…
ইন্দ্ৰজিৎ বৰা (১) ৰাজনীতিয়ে তেতিয়াহে উত্তৰণৰ ভাষা বিচাৰি পায়, যেতিয়া মানুহে নিজা মানৱীয় সত্তাটোক বাহ্যিক শক্তিবিলাকৰ ওচৰত সমৰ্পণ নকৰি সামাজিকভাৱে নিজে পৰিচালনা কৰাৰ সংকল্প লয়৷ ৰাজনীতিৰ ভাষা যেনেকৈ সমাজৰ মেহনতী আৰু পদদলিতৰ ভাষা, তেনেকৈ মানৱীয় সত্তাটো সমৰ্পণ কৰি দমনতন্ত্ৰৰ বলপূৰ্বক…
ড° ভাৰত বৰুৱা ১৮৪৯ পৰা ১৮৫৫ চনৰ ভিতৰত কেলিফৰ্নিয়াৰ ছেমুৱেল ব্ৰেনন নামৰ মানুহজন হৈ পৰিছিল মিলিঅ’নিয়াৰ। তাৰ কাৰণ হৈছে কেলিফৰ্নিয়াৰ “গ’ল্ড-ৰাছ”। পিছে এই “গ’ল্ড-ৰাছ”নো কি আছিল? ঘটনাটো আছিল এনেকুৱা- জেমছ মাৰ্শ্বল নামৰ এজন কাঠমিস্ত্ৰীয়ে কেলিফৰ্নিয়াৰ ছেক্ৰেমেণ্ট’ নদীৰ পাৰত জ’ন চাট্টাৰ…
হেমন্ত কুমাৰ গগৈ নাম: চাকৈ চকোৱা ইংৰাজী নাম: Ruddy Shelduck, Brahminy Duck বৈজ্ঞানিক নাম: Tadorna ferruginea সংৰক্ষণ স্থিতি: নূন্যতম চিন্তনীয় (Least Concern) এই চৰাইবিধ শীতকালত অসমৰ নদ নদী আৰু খাল বিল সমূহৰ পাৰত সততে দেখা পোৱা যায়। সাধাৰণতে যোৰ পাতি…
সঞ্জীৱ সভাপণ্ডিত মই এখন চিনেমা নিৰ্মাণ কৰিছিলোঁ৷ নাম আছিল– জাংফাই জোনাক৷ ইংৰাজীলৈ ভাবানুবাদ কৰি নাম দিছিলোঁ – From the Shadow of Silence৷ জাংফাই মণিৰ বৰণ খঙাল৷ জোনাকৰ স্পৰ্শ হ’ল স্নিগ্ধ–শীতল–কোমল৷ এটা সৰু ১০/১২ বছৰীয়া ল’ৰাৰ এবাৰ আই ওলাইছিল৷ চুলিবোৰ খহুৰ আঠাৰে লিপিট…