Category প্ৰবন্ধ/চিন্তন

কবিৰ সামাজিক অৱস্থিতি আৰু নীলমণি ফুকন

 ড° বিৰিঞ্চি কুমাৰ দাস বিংশ শতিকাৰ প্ৰথমাৰ্ধৰ সাহিত্য চিন্তনৰ ক্ষেত্ৰখনত নিজৰ সপ্ৰতিভ উপস্থিতি সাব্যস্ত কৰা ইউৰোপীয় আধুনিকতাবাদৰ প্ৰভাৱে সাহিত্যত সামাজিক বিষয়তকৈ ব্যক্তিসত্তাৰ তমসাময় অন্তৰ্জগতৰ অন্বেষণৰ বিষয়টোক অধিক গুৰুত্বপূৰ্ণ অৱস্থানলৈ লৈ অহা দেখা যায় যদিও এইটো কোনোপধ্যে অস্বীকাৰ কৰাটো সম্ভৱ নহয়…

কবি-তোটয়

 সৌমিত্ৰ যোগী    আমাৰ যৌৱনৰ আৰম্ভণিতে, লেখা-মেলা কৰিবলৈ আৰম্ভ কৰাৰ সময়ত গুৱাহাটীত এদল তৰুণ প্ৰায়ে লগ লাগিছিলোঁ আৰু ক’ৰবাত লগ হৈ আড্ডা মাৰিছিলোঁ৷ আমি সকলোৱে আছিলোঁ নতুন৷ বেছিভাগেই তেতিয়াও পঢ়া-শুনা সামৰা নাছিল৷ মোৰ বাহিৰে এই দলটোৰ সকলোৱেই আছিল কবি–কবিতা চৰ্চা কৰা…

নীলমণি ফুকনৰ সিখন হাত…

ধ্ৰুৱজ্যোতি দাস কবিতা – কবিতা পঢ়ি ভাল লগা, কবিতাই আক্কাদিত কৰা আৰু কবিতাৰ প্ৰাণৱন্ত ৰূপে হৃদয় চুই যোৱা… এই কথাৰ লগত কবিতাৰ অপাৰ বিস্ময় কথাটো একে নহয় ৷ তাড়ণাত উপস্থিত হোৱা ভাব, ‘ভাবৰ অপাৰ বৈচিত্ৰ্য, কল্পনাৰ বিস্ময়কৰ বিস্তাৰ, দূৰ দিগন্তৰ…

চেঁচা জামুকীৰ জুই

 প্ৰদীপ শইকীয়া  যোৱা চাৰিটা দশকজুৰি যাৰ কবিতাই আমাক মোহগ্ৰস্ত কৰি ৰাখিছে আৰু সাগৰতলিত শঙ্খ বিচৰাৰ আনন্দত বুৰাই ৰাখিছে সেইগৰাকী স্বনামধন্য কবি, শিল্পৰসিক শ্ৰদ্ধেয় নীলমণি ফুকনক প্ৰথম লগ পাইছিলোঁ ১৯৮৮ চনত । তেতিয়াৰে পৰা ক‘ব নোৱাৰাকৈয়ে  নীলকান্ত মণিটি মোৰ বুকুৰ খাজত…

নীলমণি ফুকনৰ ‘এজন নিঃসংগ মানুহ’

লুইত কিৰণ দাস কবি নীলমণি ফুকন বুলি ক’লেও আমাৰ মনলৈ ভাঁহি আহে নিঃসংগ অস্তিত্ববোধক আংগিকৰ জৰিয়তে সফলভাৱে প্ৰতিফলন ঘটোৱা এজন আধুনিক কবি৷ অসমীয়া কবিতাই ৰোমাণ্টিকতাৰ পৰা মুক্ত হৈয়েই যি আধুনিক ধাৰাত ভৰি থৈছিল ঠিক সেইখিনি সময়তেই হেম বৰুৱা, নৱকান্ত বৰুৱাৰ…

নীলমণি ফুকন : অন্তহীন ব্যাপ্তিৰ কবি

অৰিন্দম বৰকটকী   জ্ঞানপীঠ বঁটা লাভ কৰি নীলমণি ফুকনে আমাৰ ভাষা-সাহিত্য আৰু অসমীয়া কবিতাক সৰ্বভাৰতীয় প্ৰেক্ষাপটত সন্মানীয় স্তৰত পুনৰবাৰ প্ৰতিষ্ঠা কৰিলে৷ এই বঁটা ফুকনৰ ব্যক্তিগত প্ৰাপ্তি নহয়, ই তেখেতে সদায় কৈ অহা জাতিটোৰ ভাষাটোৰ কবিতালৈ সন্মান৷ নীলমণি ফুকনৰ কবিতা পঢ়িলে…

ইয়াৰ পৰাই পানী ইপাৰ সিপাৰ নমনি

 জ্যোতি খাটনিয়াৰ নীলমণি ফুকনৰ কবিতাত মহাজীৱনৰ খবৰ আছে৷ এই জীৱন নিৰ্জনতাত বুৰ যোৱা জীৱন নহয়; তাত মানুহৰ সুখ–দুখৰ বতৰা গভীৰভাৱে ৰৈছে৷ কবিয়ে যি উপলব্ধিক একান্ত নিজৰ বুলি দাবী কৰিব পাৰে বা খোজে, তাতো কিন্তু আনৰেই খবৰ বেছি :        ময়ো মৰাশবোৰৰ লগ…

নীলমণি ফুকন : চিৰন্তন মানুহৰ কণ্ঠ

দেৱপ্ৰতীম হাজৰিকা যোৱা শতিকাৰ পঞ্চাছৰ দশকত আত্মপ্ৰকাশ কৰি ষাঠিৰ দশকত নিজৰ প্ৰতিভাৰে আধুনিকতাবাদী অসমীয়া কবিতাৰ এক উদিত সূৰ্য বুলি নীলমণি ফুকনে নিজকে প্ৰমাণ কৰিলে৷ সংবেদনশীল মন, প্ৰকৃতিৰ প্ৰাণ-স্পন্দন, বিষয়ৰ বৈচিত্ৰ্যৰ লগতে কবি নীলমণিয়ে কবিতাৰ মাজত এক কাব্যিক নিসৰ্গ সৃষ্টি কৰিলে৷…

নীলমণি ফুকন : বৈভৱ-মৃত্যুঞ্জয়ী অকথন : নীল ধুতুৰা

 ড০ দীপশিখা ভাগৱতী             ”অপাব় স্তব্ধতা দাও, নিশ্চিহ্ন কব়ো,              আব় স্তব্ধতা দাও,             … ঋতু বিতানে থেমে যাক               ইমণ কল্যাণ”                         – সৌমিত্ৰ চেটাৰ্জী…

হৃদয়ৰ উত্তাপ আৰু সঞ্চৰণ-ৰীতি

(নৃত্যৰতা পৃথিৱী আৰু অলপ আগতে আমি কি কথা পাতি আছিলোঁ প্ৰসংগত) এম. কামালুদ্দিন আহমেদ নীলমণি ফুকনৰ শেহতীয়া কবিতাখিনিত মানুহৰ পাৰস্পৰিক সম্পৰ্ক, তাৰ পৰা বিৰিঙি উঠা হৃদয়ৰ ঊষ্ণতা অনুভূতিসিক্ত ভাষাৰে মূৰ্ত হৈছে। একোটাহঁত গভীৰভাৱে অনুভূত ব্যক্তিগত ঘটনা তেওঁৰ এনে কবিতালানিৰ অন্তৰালত…