Category শিশু-কিশোৰ

শিশুৱে অঁকা ছবি

তলৰ ছবিকেইখন আঁকিছে মৰাণহাটৰ   চেইণ্ট জোচেফ হাই স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ   পাৰ্থসাৰথি হাজৰিকাই    পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT

বাকিংহামৰ পৰা নৱাবৰ দেশলৈ

অব্যক্ত নিৰ্বাণ ৰাজখোৱা জাহাজৰ ডেকৰ পৰা সূৰ্যাস্ত চোৱাৰ এটা অদ্ভুত আমেজ আছে৷ এই আবেলি পৰতে জলপৰীসদৃশ শিহুবোৰে জাহাজৰ কাষে কাষে নাচিবলৈ আৰম্ভ কৰে৷ মাজে মাজে একোজাক পৰিভ্ৰমী চৰায়েও ভুমুকি মাৰে৷ সিহঁতৰ মধুৰ মাতে নিৰ্জনতা ভেদি ঘুমটিৰ জড়তা ভাঙে৷  নিয়মমতে মই…

ফৌজদাৰী আইন ব্যৱস্থা, আৰক্ষীৰ তদন্ত আৰু কিছু কথা

ৰঞ্জুমণি মহন্ত অপৰাধ কৰিও আইনৰ সুৰুঙাৰে সাৰি যোৱা বহু অপৰাধীৰ কথা আমি প্ৰায়েই শুনিবলৈ পাওঁ৷ আচলতে ফৌজদাৰী ন্যায় ব্যৱস্থাত সাধাৰণতে এটা নীতি মানি চলা হয়- “হেজাৰজন দোষী সাৰি যাওক, কিন্তু এজনো নিৰ্দোষীয়ে শাস্তি নাপাওক৷” ( Thousand culprits can escape, but…

যুদ্ধ আৰু শান্তি

ৰচনা পাঠক   মইনাৰ ভাল নাম অনুপম গন্ধীয়া, মনপুতি পঢ়ে-শুনে ৰাতিপুৱা-সন্ধিয়া৷ সিদিনা হঠাতে       বিনা কাৰণতে          মইনা লাগিল থৰ, একোকে নাখায়          পঢ়া-শুনা নাই          গাত তমোময় জ্বৰ৷ ডাক্তৰ আহিল       পেট পিটিকিল          নাড়ীৰ গতিও চালে, মাক-পিতাকক      দৰব-জাতিৰ…

চুবুৰীয়া মহিলা

অনুভৱ তুলসী     যিদিনা উক দিয়ে চুবুৰিৰ এই মহিলাৰ  সেই বিশেষ গুণটো গোটেই দিনটো গান গায়  গানে শেলুৱৈৰো কাণ-সঁতা লৰায় কাল্পনিক কোনো ব্যক্তিৰ সতে কথা পাতে কথা নে কাজিয়া ৰসনাত আখৈৰ বহুভাষিক  ভমক  সামৰিবলৈ হুঁচ নেথাকে সেই অনা তেনেই ডেই…

শিশুৰ মাত-কথা

 মুন্মি মহন্ত প্ৰত্যেক শিশুৰে মাত সমান বয়সত নুফুটে। সকলোৰে ক্ষেত্ৰত ভিন্ন হয়। কিছুমানে এবছৰ পাৰ হোৱাৰ পাছতে বাক্য ক’বলৈ শিকে আৰু আন কোনোৱে শিকে কিছু পলমকৈ। শিশুৰ মাত-কথাৰ ক্ষেত্ৰত মাকগৰাকীৰ ভূমিকা যথেষ্ট মন কৰিবলগীয়া। কাৰণ শিশুৱে সকলোতকৈ বেছি মাককে অনুকৰণ…

চ্যালুইনৰ পৰা লুইতলৈ

 ড০ চন্দ্ৰধৰ চমুৱা অৱশ্যে ছ্যু-খান-ফাৰ লগত সদ্ভাৱ ৰক্ষাৰ প্ৰশ্নত ফ্রা-ত্রাই তাক নবচালে। মাও-লুঙৰ ৰাজধানী চেংচেত ছ্যু-কা-ফাই যি প্রতিজ্ঞা কৰিছিল তাৰ প্ৰতি এটা ডাঙৰ প্ৰত্যাহ্বান আহিছে। মাও-লুঙৰ ৰজা ছ্যু-খান-ফা আৰু সেনাপতি চাম্‌-লুঙ্‌-ফাই দিগ্বিজয়ৰ অভিযান আৰম্ভ কৰিছে। এয়া মঙ্‌-মিৎ–কুপ্‌-ক্লিন-নয়ৰ বাবে এটা খবৰ। আৰু তাৰ পাছত তেওঁলোকে এই…

চ্যালুইনৰ পৰা লুইতলৈ‍

ড° চন্দ্ৰধৰ চমুৱা (বাৰ) কিন্তু তাৰ জীৱনৰ যিটো পঞ্চম গভীৰ আঘাত, সেইটো কিছু বেলেগ ধৰণৰ; সেয়া প্রকৃতিৰ দ্বাৰা বা জীৱন-প্রক্রিয়াৰ দ্বাৰা অৱধাৰিত নহয়। সেয়াতো সম্পূর্ণ মানুহৰ সৃষ্টি। ছ্যু-কা-ফাৰ সংসাৰ যাত্ৰা আৰু স্বাধীন ৰজা হিচাপে সুদীর্ঘ কাল ৰাজ্য শাসনৰ সময়ছোৱাত তাৰ জন্মভূমি…

ধৰ্ম , বিশ্বাস আৰু মানৱ সত্তা

কৰৱী বৰ্মন কলিতা ধৰ্ম হৈছে এক অলৌকিক বা অতিপ্ৰাকৃতিক সত্তাত বিশ্বাস, যি বিশ্বাসে মানুহৰ জীৱনৰ অনুভূতি আৰু ক্ৰিয়াক নিয়ন্ত্ৰণ কৰে। পৰম্পৰাগতভাৱে ভাৰতীয় ধৰ্ম শব্দটো সংস্কৃত শব্দ৷ এই শব্দটো সংস্কৃত ধাতু ‘ধৃ’-ৰ পৰা আহিছে বুলি পণ্ডিতসকলে কয়৷ ‘ধৃ’ মানে ধাৰণ কৰা৷…

বাঘৰাণী খইৰী

 ড০ ৰত্নোত্তমা দাস বিক্ৰম বাঘৰাণী খইৰী : পটৰ আঁৰৰ কিছু কথা এক৷ বাঘ, আমি আৰু কিছু সার্বজনীন ব্যক্তিগত  অসমীয়া সমাজৰ আন যিকোনো এটা শিশুৰ দৰেই শৈশৱত আমিও শিকিছিলোঁ মেকুৰীক ‘মেও’, গৰুক ‘হাম্বা’, বাঘক ‘হাও’ বুলি ক’বলৈ। কুকুৰ, মেকুৰী, হাঁহ, পাৰ, কুকুৰা, গৰু, ছাগলী — এই পোহনীয়া জীৱ-জন্তু আৰু অন্যান্য চৰাই-চিৰিকতি আদিও সদায়েই আমাৰ চিনাকি চৌপাশৰে অংশ। চিনাকি…