ৰঘুবংশ
মূল : মহাকবি কালিদাস অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত দ্বিতীয় অধ্যায় প্ৰহাৰ কৰিবলৈ উদ্যত সোঁহাতৰ আঙুলিয়ে স্পৰ্শ কৰাত কাঁড়ৰ পাখি ৰঞ্জিত হ’ল নখচন্দ্ৰৰ পোহৰত । কিন্তু কি এই আড়ষ্টতা ! তুলিবই নোৱাৰিলে বাণ, ছবিৰ দৰেই স্থিৰ হৈ ৰ’ল সেই নিপুণ…
মূল : মহাকবি কালিদাস অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত দ্বিতীয় অধ্যায় প্ৰহাৰ কৰিবলৈ উদ্যত সোঁহাতৰ আঙুলিয়ে স্পৰ্শ কৰাত কাঁড়ৰ পাখি ৰঞ্জিত হ’ল নখচন্দ্ৰৰ পোহৰত । কিন্তু কি এই আড়ষ্টতা ! তুলিবই নোৱাৰিলে বাণ, ছবিৰ দৰেই স্থিৰ হৈ ৰ’ল সেই নিপুণ…
পুলিন কলিতা … আৰু তাৰ পাছত ভগীৰথ গৈ গৈ হিমগিৰি পৰ্বত পালেগৈ৷ হিমগিৰিৰ বুকু খান্দি কল্কলাই বৈ আছে জাহ্নৱী নৈ৷ জাহ্নৱী নৈৰ পাৰত, এটা আটোমটোকাৰি পৰ্যটন নিবাসৰ এটা সৰু কোঠাক নিজৰ অনিৰ্দিষ্টকালীন ঠিকনা কৰি লৈছে ভগীৰথে৷ জাহ্নৱীক বুজিবলৈ জাহ্নৱী…
অনুবাদ : ড° দীপমণি দাস তেওঁ আন কোনো নহয় তেওঁ প্ৰেয়সী মোৰ নিদ্ৰাত ডুবি ৰোৱা সপোন মোৰ তুমি গুচি যাবা, আমি গুচি যাম একেলগেই সময়ৰ সাগৰ সাঁতুৰি আন কোনোৱেই নাহে মোৰ স’তে ছাঁৰ স’তে ছাঁ হৈ থাকিবা কেৱল তুমিয়েই মোৰ…
সঞ্জীৱ সভাপণ্ডিত এইবাৰৰ বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন (৫/৬/২০২২) গুৱাহাটীৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ দূৰৈৰ এখন ঠাইত অনুস্থিত এটা অনুষ্ঠানলৈ যাবলগীয়াত পৰিছিলোঁ৷ স্কুলীয়া ল’ৰা–ছোৱালীৰ লগত কিছু সময় কটাব পাৰিম বুলি মনটো ভাল লাগি আছিল৷ ওচৰতে এটা জলপ্ৰপাত আছে৷ এখন বিয়াগোম হাবি…
মূল : উত্তম দত্ত অনুবাদ : ময়ূৰী শৰ্মা বৰুৱা (লেখক পৰিচিতি : উত্তৰ বঙ্গ বিশ্ববিদ্যালয়ৰ কোচবিহাৰ কেম্পাছত বাংলা ভাষা-সাহিত্যৰ অধ্যাপকৰূপে কৰ্মৰত উত্তম দত্তদেৱ একাধাৰে এগৰাকী প্ৰতিষ্ঠিত কবি, চুটি গল্প লেখক তথা প্ৰবন্ধকাৰ। ইতিমধ্যে প্ৰকাশিত একাধিক কবিতা সংকলন, গৱেষণা গ্ৰন্থৰ মাধ্যমেৰে তেখেত সমকালীন বাংলা…
নৰেন মজুমদাৰ (জন্ম ১৯৪৮) এটি বহল পৰিপ্ৰেক্ষিতত কবিয়ে জীৱন আৰু জগতক নিৰীক্ষণ কৰিব পাৰিছে বুলিয়েই ব্যক্তিগত হৈও নৰেন মজুমদাৰৰ কবিতা নৈৰ্ব্যক্তিক ৷ তেওঁৰ প্ৰথমখন কবিতা সংকলন ‘অনুভৱ’ (১৯৮৯)-ৰ পাতনি লেখিছিল ড০ হীৰেন গোহাঁয়ে আৰু তেওঁৰ কবিতাত মৌলিকতা লক্ষ্য কৰিছিল ৷…
অভিজিত শৰ্মা বৰুৱা মাংস কি? মাংস হ’ল কোনো প্রাণীদেহৰ পৰা পাব পৰা এবিধ উচ্চ প্রটিনযুক্ত খাদ্য। সেই হিচাপে চাবলৈ গ’লে ‘মাছো’ আচলতে মাংসই। কিন্তু আমি সাধাৰণতে পশু বা চৰাইৰ পৰা পাব পৰা অংশকহে মাংস বুলি কওঁ। অধিক শুদ্ধকৈ ক’বলৈ গ’লে…
ড০ ভাৰত বৰুৱা মহৰ্ষি বেদব্যাস দেৱৰ ৰচিত মহাকাব্য মহাভাৰতৰ এক অনৱদ্য চৰিত্ৰ হৈছে সঞ্জয়। সঞ্জয় হস্তিনাপুৰৰ কুৰুবংশী অন্ধ ৰজা ধৃতৰাষ্ট্ৰৰ সাৰথি হোৱাৰ লগতে অতি বিশ্বাসী অনুচৰো আছিল। তদুপৰি মহৰ্ষি বেদব্যাসে কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত সঞ্জয়ক এক অলৌকিক শক্তি প্ৰদান কৰিছিল, সেয়া হৈছে দিব্যদৃষ্টি।…
ধন দাস হতচকিত ঈশ্বৰ আচৰিত কি তৈয়াৰ কৰিলে দুখন হাত দুখন ভৰি দুটা চকু সকলোৰে ওপৰত এটা জৈৱিক কম্পিউটাৰ ইমান ভয়ংকৰ যে মাত মাতিব জানে খোজ কাঢ়িব জানে জানে জন্ম দিব জানে আৱিষ্কাৰ কৰিব ঈশ্বৰেও সৃষ্টি নকৰা যুদ্ধ কৰিব জানে …
গীতাৰ্থী গোস্বামী ‘এই মানুহজনীয়ে অলপ বেছি কৰে। তেওঁহে যেন সকলো বানান জানে! ইমান কষ্ট কৰি এসোপা লিখিলোঁ, এওঁ আক’ বানানত ভুল ধৰে!’ মই বৰ্ণাশুদ্ধি দেখুৱাই দিয়া একাংশ মানুহৰ ধাৰণা এয়া। হয়, মই সঁচাকৈ বহুত কথা নাজানো। তথাপি আখৰ-জোঁটনিৰ ভুলবোৰ চকুত…