sdblogs2011

sdblogs2011

আইনষ্টাইনৰ হেৰোৱা চিঠি আৰু মৌ-মাখিৰ স্পন্দিত নৃত্য

 ড° পবন কুমাৰ চহৰীয়া   আইনষ্টাইন নামটো উচ্চাৰিত হ’লেই আমাৰ মনলৈ আহে অবিন্যস্ত চুলি আৰু সোত–মোচ খোৱা কাপোৰ–কানিৰে ভাবুক মুখৰ ছবি এখন আৰু লগতে আপেক্ষিকতাবাদৰ সেই বিখ্যাত সমীকৰণটো৷ আমাৰ ধাৰণা, আপেক্ষিকতাবাদ অবিহনে যেন বিজ্ঞানৰ জগতত আইনষ্টাইনৰ আৰু আন ক’তো একো পৰিচয় নাই। আজি আমি…

আৱেগিক কৌষ্ঠকাঠিন্য

 অৰ্চনা ঠাকুৰীয়া   খকুৱা ৰ’দে কামুৰি খালে মস্তিষ্কৰ উৰ্বৰতা শেষৰ গৰাহ ভাত মুখলৈ নিওঁতেও শুদাই নেৰিলে সি ডিঙিত চৰ্চৰণি পিঠিত কাৰোবাৰ হাতৰ ধম্ ধম্ চাপৰ এইদৰে খুঁটি তাল বাই হ’লেও আখৰা চলাওঁ সুস্থ হৈ থকাৰ…   কেহোৱে কয় বোলে – ‘অঁকৰাৰ…

সপোনত লগ পোৱা পদাতিক এজন

 পৰাগজ্যোতি মহন্ত এদিন এন্ধাৰ আৰু পুৱাৰ প্ৰথম পোহৰৰ  সন্ধিৰ সময়তে শেতেলিতে এটা সপোন দেখিলোঁ– সপোনতে লগ পালোঁ এজন পদাতিকক আশাৰ এটা পূৰ্ণ পথেৰে গৈ আছিল পদাতিক হাতত এটি পাত্ৰ গাত এখন কম্বল প্ৰতিজন পদাতিকে কঢ়িয়াই লৈ ফুৰিবলৈকে লৈ ফুৰে হাতত…

জাল কটা জুই

ডা০ নয়নজ্যোতি শৰ্মা   অদৃশ্য মকৰাজালত গাঁথ খোৱা পাত এখিলাৰ দৰে হাছিনা নিৰ্ভাৰ হৈ ওপঙি আছে। অভ্যাসৰ চিনাকি পৃথিৱীখন ইতিমধ্যে ভস্মসাৰ হৈ পৰিছে। তাৰ ঠাইত থিতাপি লৈছে ধূলি-ধোঁৱা-ছাই আৰু দুৰ্ভাগ্যৰ এক নতুন গ্ৰহান্তৰ। আৰু সেই কৃষ্ণগহ্বৰসদৃশ অৱস্থিতিয়ে পুৰণি পৃথিৱীখনৰ স্মৃতি পৰ্যন্ত…

অন্য এটা দিনৰ বাবে

 অভিজিত গগৈ ছাঁত পৰি থকা কেঁচা খৰিবোৰ কোনোবাই ৰ’দাবলৈ আনিছে ৰছীৰ বান্ধ খুলি খৰিবোৰ এডালৰ পৰা আনডাললৈ দূৰত্ব বঢ়াই দিয়া হৈছে  সদায় অহাৰ দৰেই তাপমাত্ৰা বাঢ়ি আহিব ধৰিছে  বিচ্ছিন্ন হৈ যোৱা খৰিৰ ছালবোৰ প্ৰায় এৰি গৈছে   কাঠচিতীয়া বেলিৰ নিৰুদ্বেগ…

ৰাজপথ বুৰঞ্জীৰ নতুন আধাৰ

ধ্ৰুৱজ্যোতি দাস ৰাজপথবোৰে একোটা বিশুদ্ধ বাক্য গাঁঠনিৰ বাবে জিদ ধৰিছে যাৰ অভাৱত যোগাযোগ হেৰাই গৈছে আকাশ আৰু মাটিৰ আন্দোলনৰ শ্লোগানবোৰ হৈ পৰিছে বিক্ষিপ্ত আৰু চোকহীন এটা শৃংখলাৰ বাবে ৰাজপথবোৰৰ মানুহৰ ওচৰত পুৰণিকলীয়া আৰ্তি   ৰাজপথে তাৰ ওপৰেৰে চলাচল কৰা গাড়ী-মটৰৰ…

অসম সাহিত্য সভাৰ প্রথম সভাপতি- পদ্মনাথ গোহাঞিবৰুৱা আৰু তেওঁৰ সাৰুৱা ভাষণটো

নৱনীতা ভট্টাচাৰ্য্য আজি তোমালোকক সাৰুৱা কথাকেইষাৰমান ক’ম বুলি ভাবিছোঁ। সাৰুৱা বুলি এইবাবেই কৈছোঁ, সাৰে যেনেকৈ মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰি গছ এজোপা লহ-পহকৈ বাঢ়ি যোৱাত সহায় কৰে, ঠিক তেনেদৰে এই কথাবোৰেও তোমালোকৰ মানসিক শ্ৰীবৃদ্ধিত সহায় কৰিব। মানসিক শ্ৰীবৃদ্ধি বুলি কওঁতে…

পদ্যৰে যোগ নেওতা, বিষয়: মাছ

 অনসূয়া বৰঠাকুৰ   (দুইৰ ভাগ)   ২+১= ৩ (দুয়ে একে তিনি) পিতায়ে আনিছে মাছ দুই কেজি কিনি। ২+২= ৪ (দুয়ে দুয়ে চাৰি) তাৰে এক কেজি ৰৌ, এক কেজি আঁৰি। ২+৩= ৫ (দুয়ে তিনিয়ে পাঁচ) জীয়াভৰলী নৈত পায় শিলঘৰীয়া মাছ। ২+৪=৬…

মুক্তি

অজিত ছিংনাৰ   এটা শিলৰ ওপৰত বহি ছাৰপঙে নদীখনলৈ চাই আছে৷ নদীখনৰ লগত তাৰ সম্পৰ্ক আছিল যেন আজন্ম৷ সঁচাকৈয়ে নদীখনৰ লগত তাৰ আছিল এটা বৰ মধুৰ সম্পৰ্ক৷ সি মাক আৰু বায়েকৰ লগত নদীখনৰ পানী ঘৰলৈ কঢ়িয়াইছিল৷ মাক-বায়েকে লাংথেৰে আৰু সি…

স্বপ্নপালক

অংকিতা বৰুৱা টুনি লাইট আৰু বহুবৰ্ণী পাখি ওলমি থকা ঘূৰণীয়া আকৃতিৰ যতনটোক সি হাতেৰে ঘূৰাই পকাই বৰ মনোযোগেৰে পৰীক্ষা কৰিছে৷ ঘূৰণীয়া অংশটোৰ আৰম্ভণি অথবা শেষ বিন্দুটোক বিচাৰি উলিয়াব পাৰে নেকি সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি মাজে মাজে চকু দুটা মোহাৰি লয় সি৷…