Anyayug Contributor PRINT

শীত

অংকুৰিতা ফুকন টোপ টোপ টোপ টোপনিয়ৰ সৰিলখিৰিকীৰে চাই দেখোঁখৰালি আহিল। জাৰকালৰ দিনবোৰতকিযে লাগে মজা-মোজা-চুৱটাৰ পিন্ধোঁ,খাওঁ বাদাম ভজা। চেঁচা পানী চুলেই দেখোঁহাত-ভৰি কঁপে,লোপৰ তলত সোমালেইআকৌ উম লাগে। চুটি শীতৰ দিনবোৰৰাতিবোৰহে দীঘলশুই শুই থাকি জানালাগি যায় ভাগৰ। নহয়নে বাৰু কোৱাঁচোনশীত কালেই ভালগৰমকালি…

ওমলা পদ্য

অংকুৰিতা ফুকন (১)ধেই-তাওঁ মালি, বান্দৰ পোৱালিখোৱানে মইনাহঁত সেউজীয়া পাচলি? (২)কণমানি গা-গছ লাহি লাহি পাতশাকৰ লগত খোৱানেগৰম গৰম ভাত ? (৩)ইকুট মিকুট চিকুটকেনে লাগে কোৱাঁচোনখাই ভজাবুট? (৪)এডিম চেদিম বাইদেউতাৰ লগত কোন কোনবজাৰলৈ যায়। (৫)জোনবাই এ মইনাহঁতক কোৱাঁম’বাইল লৈ নেখেলিবা,পঢ়া-শুনা কৰাঁ। —-…

অকণিয়ে অঁকা ছবি‍

  অংকন: কৃষ্ণা অংগনা বৈশ্য ক্লাছ কেজি, হেঙেৰাবাৰী গুৱাহাটী অংকন: স্বাতী গোস্বামী শ্ৰেণী: মণ্ট বি., প্ৰাগজ্যোতিকা ইংলিশ্ব্ স্কুল অংকন: ৰূপাংকনা কল্যাণী বৈশ্য ২য় শ্ৰেণী, মহৰ্ষি বিদ্যা মন্দিৰ গুৱাহাটী পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT

অকণিয়ে অঁকা ছবি‍

অকণিয়ে অঁকা ছবি শিতানত এইবাৰ  আগবঢ়াইছোঁ গুৱাহাটীৰ হ’লী চাইল্ড স্কুলৰ পঞ্চম মানৰ ছাত্ৰী জাৰ্নভি ভি কলিতা, নুনমাটি, গুৱাহাটীৰ অসম জাতীয় বিদ্যালয় প্ৰথম শ্ৰেণীৰ ছাত্ৰ সমৃদ্ধ ৰাগ শইকীয়া আৰু তিনিচুকীয়াৰ কে.জি.ৰ ছাত্ৰ সৌজন্য কাশ্যপ বৰদলৈয়ে অঁকা ছবি—  অংকন: সৌজন্য  কাশ্যপ বৰদলৈ‍ অংকন:…

ঘাণ্টা!

বিনোদ চন্দ্ৰ বড়া ঘাণ্টা বাজলেই সাবধান, ঘাণ্টা বাজলেই বিশ্ৰামপাতাই ঘাণ্টা, ছাতাই ঘাণ্টাবাবু-ছৰ্দাৰেৰ ডাকে ঘাণ্টাঘাণ্টা মানেই চা-পানীঘাণ্টাৰ ঘেঁচাই হামি, হামদেৰ ঘেঁচাই ঘাণ্টা নানা মৰলেই ঘাণ্টাৰ পিছে হামনি এখন কুদিভাত-কাপড়া, ফজিৰ-চানঝে ঘাণ্টাৰ আৱাজকেই শুনিঘাণ্টাই লাগে মাটিৰ পাট্টা, ফজিৰ-চানঝেৰ আটাঘাণ্টাই হামদেৰ বাপ-দাদা একদিন নাকি বাপ-নানা পাগলা…

শ্বেত

পংকজ গোবিন্দ মেধি বগলী আৰু বকুলৰ মাজত কোনো সম্পৰ্ক নাইবগলী আৰু গাখীৰৰ মাজত কোনো সম্পৰ্ক নাই মাথোঁ এটা মিলহে আছেবগলী বকুল আৰু গাখীৰ দেখিবলৈ বগা সেই অৰ্থত আমাৰ মাজৰ কিছুমানৰবগলী বকুল আৰু গাখীৰৰ সৈতে অপূৰ্ব সাদৃশ্য আছে পিছে তেওঁলোকৰ সকলোৱে বলুকাৰ বিয়লি বেলাতবগলীৰ পাখিৰ…

বৰ্ষাবাস (ছনেট)

প্ৰয়াগ শইকীয়া বৰ্ষাৰ সময়ত বুদ্ধৰ বৰ্ষাবাসসুৰক্ষিত থাকক সেউজী সৃষ্টিপদদলিত নকৰোঁ আবাসয’ত পৰিছেহি  জীৱনৰ বৃষ্টি।প্ৰজ্ঞাৰ ৰ’দে গঢ়ে স্থিতিৰ তীৰ্থভ্ৰমণৰ পৰা  ভিক্ষু  বিৰতবৰ্ষাৰ প্ৰজ্ঞাৰে বুদ্ধৰ সতীৰ্থসৃষ্টি শিপাৰ ঋদ্ধিত সৌৰভিত।বৰ্ষাৰণ্যত অনুভূত বুদ্ধবৰ্ষাবাসত জীৱনৰ প্ৰাৰ্থনাগতি আৰু স্থিতিৰ মাজত সিদ্ধজীৱনক কৰে প্ৰেমে বৰ্ণনা।বৰ্ষাৰ কবিতাত জীৱনৰ প্ৰকাশবৰ্ষাবাসত পাওঁ বুদ্ধৰ আকাশ।…