প্ৰেমহীনতাত প্ৰেম
ৰশ্মিৰেখা ভূঞা গা ধুই আহি কপালত বেলি এটা আঁকিবলৈ লৈ তাই বহু সময় খিৰিকীখনেৰে বাহিৰলৈ চাই থাকিল। বাহিৰত কুঁৱলীৰ পাতল আচ্ছাদন। শৰতৰ এনে সময়বোৰতে তাইৰ তালৈ মনত পৰে। মনত পৰে সেই শেৱালি পাহলৈ যিপাহ তাই তাক এনে এটা কুঁৱলী…

ৰশ্মিৰেখা ভূঞা হাতত সাৰে ভৰিত সাৰে জোনাকী পৰুৱাজনীয়ে শোৱা কোঠাৰ দুৱাৰ খুলি বাহিৰলৈ ওলাই আহিল। চোতালৰ শেৱালিজোপা জোনাকে উপচাই পেলাইছে। দীঘল বাৰান্দাখনৰ হাতল থকা কাঠৰ বেঞ্চিখনৰ…
ৰশ্মিৰেখা ভূঞা “এপোৱা চাউলৰ ভাত খাবি। বুইছ । তেতিয়াহে মোৰ দৰে হ’বি । মই সদায় এপোৱা এপোৱা চাউলৰ ভাত খাওঁ ।” এপোৱা চাউলৰ ভাত খোৱা মানুহজনলৈ থৰ হৈ চাই ৰৈছিলোঁ। তেওঁৰ শীৰ্ণ শৰীৰটো চাই নিজলৈও আগ্ৰহেৰে চাইছিলোঁ। মনতে অংক কৰিছিলোঁ।…
ৰশ্মিৰেখা ভূঞা আজি মই আপোনালোকক যিটো গল্প ক’বলৈ ওলাইছোঁ তাৰ নায়কজন এজন কবি। শব্দৰ লগত খেলা কৰাই যাৰ নিচা। যাৰ তেজত শব্দই ঘৰ সাজে। কবি বে-পৰোৱা। কবিৰ বিষয়ে কোনে কি ভাবে, তাক লৈ তেওঁৰ কোনো গুৰুত্ব নাই। নিজৰ কামত সদায়…