লাখন খোল নৃত্যনাটিকা
মালবিকা শৰ্মা কাম্বডিয়াত থকা সময়ছোৱাত বিভিন্ন প্ৰকাৰৰ শাস্ত্ৰীয় তথা লোকনৃত্য উপভোগ কৰাৰ সুযোগ পাইছছিলোঁ। তাৰে ভিতৰত মোৰ প্ৰিয় এটি নৃত্য হ’ল লাখন খোল নৃত্য। লাখন খোল (Lakhon khol) বা খেমেৰ মাল্ক্ড থিয়েটাৰ ( Khmer masked theatre) কাম্বডিয়াৰ এক ঐতিহ্যবাহী তথা জনপ্ৰিয় …