Anyayug Contributor মাধুৰ্য্য গোস্বামী

ত্ৰিভূজ নক্ষত্ৰ

মাধুৰ্য্য গোস্বামী দিনটোৰ সমস্ত কোলাহল— বিভিন্ন পোক-পতংগৰ আৰাও, ফোঁ-ফোঁৱাই বলি থকা বতাহত মচ্‌মচ্‌কৈ উঠা চেগুন পাত, ভতুৱা কুকুৰৰ মাত, ছাগলীৰ বেবনি, আধা মাইল দূৰৰ ৰাস্তাৰপৰা পথাৰৰ মাজৰ বতাহখিনিক মহতিয়াই অনা অসংখ্য গাড়ী-মটৰৰ শব্দক আওকাণ কৰি অভ্ৰনীল নিজে এটা স্বয়ংসম্পূৰ্ণ শব্দ হ’ল৷…

পৃথিৱীলৈ

 মাধুৰ্য্য গোস্বামী   জঁটাত নৈখন বান্ধি নিয়া খামিডাঠ মানুহ এজন আছিল যিয়ে কঢ়িয়াইছিল জীয়া পৃথিৱীৰ সকলো মৰণশীল কথাকবিতা চকুৰ দাবানলত দগ্ধ হৈছিল অজস্ৰ অন্যায়, জ্বলাই দিছিল অসূয়া স্থিৰতাৰে কলুষতা মচিছিল,   প্ৰশ্নৰ পাছত প্ৰশ্নৰ অনেক সাঁকো পাৰ হৈ তেওঁ আমাকেই…

কেথাৰছিছ

 মাধুৰ্য্য গোস্বামী   কেথাৰছিছ..কেথাৰছিছ.. ৬০ কিলোমিটাৰ স্পীডত চলি থকা ডেৰশ চিচিৰ (অঃ ছ’ৰী, ১৪৯ চিচি) এফ জেড্ বাইকখনৰ গতি ক্ৰমাৎ বাঢ়ি গৈ থাকিল, ৬৫… ৭০… ৮০… ৮৪…সমানে বাঢ়ি গৈ থাকিল তাৰ হৃৎপিণ্ডৰ গতি, ৭৩… ৭৫… ৭৭… ৮০..কেথাৰছিছ! এক্সিলেণ্ট নাম। সি…