Anyayug Contributor ময়ূৰী কাকতি

পানীৰঙৰ ছবি

ময়ূৰী কাকতি অংকন: বৰ্ণিল মহন্ত        ৰঙৰ স্বাভাৱিক নিৰ্ধাৰিত অৰ্থক আওকাণ কৰিও কেতিয়াবা নিজা বাট বুলিব পাৰি৷ ছবিবোৰ কেৱল ৰঙীন সম্ভাৱনাৰ বাবেইনে! নে ৰংবোৰহে ছবিৰ বাবে! পেঞ্চিল শ্বে’ডেৰে অলংকৃত কৰা টেবুলৰ ফুলদানিটোৰ আলো-ছায়াৰ পৃথিৱীখনতকৈ কেতিয়াবা ৰংবোৰ ফিকাহে হৈ…

কথাবোৰৰ কথা

 ময়ূৰী কাকতি    কথাবোৰ সজাটোৰ পৰা ওলায়েই পনপনাই ঘূৰি ফুৰিবলৈ ধৰিলে৷ কথাবোৰ ধৰোঁ বুলি কলমটো আনিবলৈ যাওঁতেই কথাবোৰ গৈ ক’ৰবাত পালেগৈ৷ আৰু সজাত নোসোমোৱা হ’ল৷ আকৌ বন্দী নহ’ল৷        কথাবোৰে নিজৰ মাজতে মন্ত্ৰণা কৰিলে… “এইদৰে আৰু কিমানদিন! এটা মানুহ বাচি…

শুদ্ধি

 ময়ূৰী কাকতি   বৰপুখুৰীৰ একোণৰ বাঁহৰ দলঙৰ আগডোখৰৰ সৰু গাঁঠি ঢুকি পোৱা পানীত দৰিকণা মাছবোৰে তাইৰ ভৰিৰ পতাখন খুটুক খুটুককৈ খুটিয়াই….সেই স্পৰ্শ তাইৰ গোটেই শৰীৰত ৰিমৰিমকৈ বিয়পি যায়৷ চকু দুটা মুদি দিলে তাই ৰূপমক দেখে, দৰিকণাৰ দৰে গোন্ধ এটা তাৰ…

প্ৰেম

ময়ূৰী কাকতি  প্ৰেম সৰল মাতৃৰ মমতাত বাঢ়ি অহা ভ্ৰূণটোৰ দৰে নিষ্পাপ কেচুৱাটিৰ দৰে  যি স্পৰ্শৰ উত্তাপত ঠন ধৰে, কলকলাই ওমলে আৰু মৰমৰ প্ৰতিদান দিয়ে  প্ৰেম সপোন এটিৰ স্বতস্ফূর্ত গুঞ্জন … অহৰহ বৈ থকা এটি ৰাগ.. আঙুলিত ধৰি ধৰি খোজকঢ়া সময়…

পৰিধি

ময়ূৰী কাকতি         (And her only thirty-one.) I can’t help it, she said, pulling a long face,           It’s them pills I took, to bring it off, she said.                                  – A…