Anyayug Contributor বিশ্বজিৎ শইকীয়া

ৰবীন্দ্ৰ আহিছিল

বিশ্বজিৎ শইকীয়া জ্বলি থকা হাতচাকিটো ফুৱাই নুমুৱাই দিছোঁ শলিতাডাল টুকি টুকি টপালি খাইছোঁ কেৰাচিন গাৰ কামিজটো খুলি বান্ধি লৈছোঁ কঁকালত  আৰু খাওঁ খাওঁ কৈ আগবাঢ়ি অহা যাত্ৰীবাহী ৰে’লখনক বুকুৰ এটুকুৰা দি পঠিয়াইছোঁ এবাটি এচিডত সোলকাই থৈছোঁ কান্দি থকা এহালি চকু…

ইতলা

 বিশ্বজিৎ শইকীয়া   মূৰৰ ওপৰত এটা সূৰ্য লৈ বহি আছোঁ সূৰ্য পূবৰ বা পশ্চিমৰ নাথাকে সূৰ্যৰ থাকে তাপ   সূৰ্যাস্তৰ কপালখন কঁপিছে থৰ্ থৰ্   নৈ এখনৰ পাৰত কিছু পৰ থিয় দিলোঁ নৈখনত কঁপি থকা এজনী মানুহ বৈ থকা তিৰোতা…

নিৰুপমা বৰগোহাঞিৰ “এনথ্ৰ’পলজিৰ সপোনৰ পিছত” গল্পত গ্ৰাম্য জীৱন চিত্ৰণ

 বিশ্বজিৎ শইকীয়া   ৰামধেনুৰ সময়তে আত্মপ্ৰকাশ কৰা নিৰুপমা বৰগোহাঞিয়ে সাম্প্ৰতিক সময়লৈকে নিৰৱিচ্ছিন্নভাৱে অসমীয়া গল্প সাহিত্যলৈ অৱদান আগবঢ়াই আহিছে৷ বৰগোহাঞিৰ গল্পৰ কথনশৈলী গতানুগতিক আৰু সহজ–সৰল প্ৰকাশভংগীৰে সমকালীন সমাজচিত্ৰ আৰু ব্যক্তিজীৱনৰ নানান সংঘাত গল্পৰ মাধ্যমেৰে পাঠকৰ কাষলৈ লৈ যায়৷ নিম্ন মধ্যবিত্তসকলৰ জীৱনৰ…

সাম্প্ৰতিক অসমীয়া চুটিগল্পত কুইয়ৰ চেতনাৰ স্বৰূপ বিচাৰ

বিশ্বজিৎ শইকীয়া সাহিত্যৰ বিবিধ বিধাৰ ভিতৰত চুটিগল্পও অন্যতম এক বিধা। চুটিগল্পৰ মাজেদি সমাজ একোখনৰ স্বৰূপ কলাসন্মত ৰূপত প্রকাশ পায়। চুটিগল্পৰ জন্ম লগ্নৰেই পৰা মানুহৰ চিন্তা-চেতনা, প্রবৃত্তি, প্রেম-প্ৰতাৰণা, লৈংগিক আকর্ষণ, মানুহৰ সৈতে সমাজ, সংস্কৃতি, ৰাজনীতি, অর্থনীতি ইত্যাদি বিষয় প্রকাশ পাই আহিছে।…

মামণি ৰয়ছম গোস্বামীৰ গল্প ‘উদং বাকচ’ : এক বিশ্লেষণ

 বিশ্বজিৎ শইকীয়া                                                                                                         যুদ্ধোত্তৰ যুগত যিসকল লেখকৰ সৃষ্টিয়ে অসমীয়া গল্প সাহিত্যৰ ভঁৰাল চহকী কৰিছিল, সেইসকলৰ ভিতৰত মামণি ৰয়ছম গোস্বামী আছিল অন্যতম৷ ঔপন্যাসিক হিচাপে অসমীয়া সাহিত্যৰ ক্ষেত্ৰত এক উচ্চ স্থান আৰু বিৰল কৃতিত্ব লাভ কৰা গোস্বামীৰ বহুচৰ্চিত গল্পসমূহৰ ভিতৰত এটা অন্যতম…