Anyayug Contributor বিনয় মোহন শইকীয়া

শ্রেষ্ঠ গ্রন্থৰ তালিকা আৰু অনুবাদ প্রসংগ

 বিনয় মোহন শইকীয়া   বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে সময়ে সময়ে ইংৰাজী ভাষাত প্রকাশিত বিশ্বৰ শ্রেষ্ঠ গ্রন্থৰ তালিকা প্রকাশ কৰি থাকে। তালিকাবোৰ সাধাৰণতে পৃথক যদিও কিছু সংখ্যক গ্রন্থই এই তালিকাবোৰত সঘনাই ভুমুকি মৰা দেখা যায়। এটা সমীক্ষাৰপৰা জানিবলৈ পোৱা গৈছে যে টাইম আলোচনী,…

সৰ্বকালৰ বিশ্বশ্ৰেষ্ঠ চলচ্চিত্ৰৰ তালিকা – ‘ছাইট এণ্ড ছাউণ্ড’ ২০২২

 বিনয় মোহন শইকীয়া   সমগ্ৰ বিশ্বৰ চলচ্চিত্ৰপ্ৰেমীৰ অনেক জল্পনা-কল্পনাৰ অন্ত পেলাই ২০২২ চনৰ ১ ডিচেম্বৰ তাৰিখে ‘ছাইট এণ্ড ছাউণ্ড’-ৰ বহু প্ৰতীক্ষিত ‘বিশ্বৰ সৰ্বকালৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ, ২০২২’ তালিকাখন প্ৰকাশ কৰা হ’ল। এইবাৰৰ তালিকাখনে বহুকেইটা ক্ষেত্ৰত নতুনত্ব দাবী কৰাৰ লগতে বিশ্ব চলচ্চিত্ৰ…

বিটকইন

 বিনয় মোহন শইকীয়া   (৫) বিটকইনৰ উৎস – বিটকইনৰ ‘মাইনিং’ বা খনন   সোণ, ৰূপ, হীৰা, আদি যিকোনো মূল্যৱান ধাতু প্রকৃতিৰপৰা পাবলৈ সাধাৰণতে খনন কৰা হয়। খননত লাভ কৰা মূল্যৱান ধাতুবিধে স্বাভাৱিকতে ইতিমধ্যে উপলব্ধ ধাতুবিধৰ ব্যৱহার্যতাৰ পৰিমাণ বৃদ্ধি কৰে। এই…

বিটকইন

 বিনয় মোহন শইকীয়া  (যোৱা সংখ্যাৰ পিছৰ পৰা) (৪) বিটকইন নেটৱৰ্কৰ কর্মপদ্ধতি   বিটকইনে কেনেকৈ কাম কৰে সেই বিষয়ে বিতংভাৱে আলোচনা কৰাটো এই লেখাৰ উদ্দেশ্য নহয়, আৰু এই পৰিসৰত সেয়া সম্ভৱো নহয়। বেছি গভীৰলৈ নোযোৱাকৈ প্রক্রিয়াটোত আচলতে কি কি কাম কৰা…

বিটকইন

বিনয় মোহন শইকীয়া (৩)  বিটকইনৰ প্রাসংগিকতা   বিটকইনৰ প্রাসংগিকতা কিয় আহিল সেই প্রশ্নৰ উত্তৰ দিয়াৰ আগতে বিশ্বজুৰি প্রচলিত বেংক ব্যৱস্থাৰ কিছু কথা জানিব লাগিব আৰু এই ব্যৱস্থাৰ কিবা ত্রুটী আছে নেকি তাকো চালি-জাৰি চাব লাগিব। কিন্তু তাৰ আগতে বিটকইনৰ সৈতে…

বিষয় : বিটকইন

বিনয় মোহন শইকীয়া (২) বিটকইনৰ ইতিহাস বিটকইন মুদ্রা বা ইয়াৰ লেনদেন ব্যৱস্থাটোৰ দৰেই ইয়াৰ ইতিহাসো অনন্য। আগতেই উল্লেখ কৰা হৈছে যে বিটকইনৰ স্রষ্টা হিচাবে ছাটশ্বি নাকাম’ট’ নামটো জড়িত হৈ আছে। ২০০৮ চনৰ ৩১ অক্টোবৰ তাৰিখে নাকাম’ট’ই বিটকইনৰ বিষয়ে এখন শ্বেতপত্র…

বিষয় : বিটকইন

   বিনয় মোহন শইকীয়া (১) বিটকইনৰ পৰিচয়     অতি কম সময়ৰ ব্যৱধানত আমূল পৰিৱর্তন হোৱা যিকোনো ব্যৱস্থাৰ বিষয়ে ক’বলৈ হ’লে সাম্প্রতিক সময়ৰ যোগাযোগ ব্যৱস্থাৰ উদাহৰণেই কিজানি আটাইতকৈ বেছি প্রাসংগিক হ’ব। কিছুদিনৰ আগলৈকে দূৰত থকা কোনোবা এজন লোকৰ সৈতে লিখিত যোগাযোগ স্থাপনৰ…