Anyayug Contributor পৰাগজ্যোতি মহন্ত

এখন চহৰৰ স্নেপশ্বট্

পৰাগজ্যোতি মহন্ত   অকস্মাৎ- চহৰৰ চৰাইখানাত এদিন লাগিল হট্টগোল ৷  সোঁৱে-বাঁৱে –   ঈষাণে-নৈঋতে, আকাশে-বতাহে বিয়পি পৰিছিল এখিনি শুভ্ৰতা   চহৰখনৰ চকুহালি হৈ পৰিছিল ঈষৎ শেঁতা যি শঙ্খৰ শুভ্ৰখিনিৰ নিচিনা   সিদিনা শেঁতা পৰি যোৱা চহৰখনৰ  বুকুলৈ অহা নাছিল ৰ’দ…

কথাৰ দস্তাবেজ

(পিংকুজিৎ দাসৰ হাতত) পৰাগজ্যোতি মহন্ত   কত কথা হৈ যায় কো‌ৱা – তথাপি, আমি ইমান কিয় অধীৰ এই যেন শুনিম এই যেন ক’ম   ক’ৰবাত কোনোবাখিনিত কোনোবাই কেঁকুৰিত ৰৈ কিবা যেন কৈ যাবলৈকে এপলকৰ বাবে উভতি চাইছে আমালৈ ইমান চিনাকি…

প্ৰেমৰ বাবে

 পৰাগজ্যোতি মহন্ত   জানিবও পাৰে শেষ হৈ অহা কফিৰ পিয়লাই প্ৰেমৰ বাবে চুমা নে চুমাৰ বাবে প্ৰেম   হ’ল কি নহ’ল সঠিক স্থান ওঁঠযোৰৰ বাচি ল’লে চুমাই তাতে প্ৰাণ অথবা মান   আছেনে ক’ৰবাত এই মূলূকৰ কোনোবা কোণত সহজ কাম…

সপোনত লগ পোৱা পদাতিক এজন

 পৰাগজ্যোতি মহন্ত এদিন এন্ধাৰ আৰু পুৱাৰ প্ৰথম পোহৰৰ  সন্ধিৰ সময়তে শেতেলিতে এটা সপোন দেখিলোঁ– সপোনতে লগ পালোঁ এজন পদাতিকক আশাৰ এটা পূৰ্ণ পথেৰে গৈ আছিল পদাতিক হাতত এটি পাত্ৰ গাত এখন কম্বল প্ৰতিজন পদাতিকে কঢ়িয়াই লৈ ফুৰিবলৈকে লৈ ফুৰে হাতত…

‘অন্যযুগ’ এক অনুভৱ আৰু উপলব্ধি

পৰাগজ্যোতি মহন্ত স্থাৱৰ অথবা অস্থাৱৰ সকলো সম্পদেই মানুহক আৱৰি থাকে, ৰক্ষণাবেক্ষণ দি থাকে৷ গতিকে, মানুহৰ জীৱনৰ এৰাব নোৱৰা, অবিচ্ছেদ্য এই সম্পদ আহৰণৰ কাৰণে মানুহে কি কি নকৰে!স্বাস্থ্যও অতি দৰকাৰী সম্পদ৷ চিকিৎসা বিজ্ঞানৰ দৃষ্টিকোণেৰে স্বাস্থ্যক আৱশ্যকীয় সম্পদ হিচাপে গণ্য কৰা হৈছে, কথাষাৰ…