Anyayug Contributor প্ৰতীক্ষা বৰা

খুচুৰা ২.০

 প্ৰতীক্ষা বৰা     : এইফালে গছ-বনবোৰ কিবা শুকান, ৰস নাইকিয়া৷ আমাৰ ফালে গছবোৰ কিমান জীপাল, কিমান সেউজীয়া নহয়নে?  : হুঁ৷ মন কৰিছোঁ ময়ো, আনহে নেলাগে দিল্লীৰ ফালেই গছ-গছনি সেউজীয়া৷ ঋতু অনুযায়ী ফলে-ফুলে জাতিষ্কাৰ৷  : তাকেই৷ মাটিবোৰো চাওক, ধোঁৱাবৰণীয়া৷ এটা ডিছ্‌ছেটিফেকশ্বন আছে সমগ্ৰ জেগাখিনিত৷ হ্ৰদ বুলিও যিটো…

খুচুৰা

 প্ৰতীক্ষা বৰা   : ঠিক এইখিনিতে এটা গল্প হয়৷ : কোনখিনিত? : তুমি মই একেথিৰে সেই পাহাৰটোৰ ফালে চাই থকাত৷ : চলিহা হোৱা হ’লে লিখিলে হেঁতেন৷ তোমাৰ মোৰ সেই ঔকাদ নাই৷ : তোমাৰ নাথাকিব পাৰে৷ মোৰ কিন্তু আছে৷ মই মোৰ…

ভালপোৱাৰ এসাঁজ ভাত

 প্ৰতীক্ষা বৰা   ভালপোৱাৰ এসাঁজ ভাতেই যথেষ্ট।  আৰুনো কি লাগে? এমুঠি দাইল, চাউলৰ বাবেইতো যতমানে হাহাকাৰ, মৰা–কটা, অন্যায়–অবিচাৰ, অঁৰিয়াঅঁৰি। তাতেই যদি কপালত মিলি যায় সুস্বাদু বিবিধ ব্যঞ্জনেৰে সজাই যতনাই দিয়া এখন ভাতৰ কাঁহী, আমাৰ দৰে মানুহে সুখ বিচাৰি পাওঁ তাতেই। …

এখন চহৰৰ বুকুত

 প্ৰতীক্ষা বৰা কোঠাটোত এখনেই খিৰিকী। খিৰিকীৰ ইপাৰে মুকলি আকাশখন দেখা পাম আৰু দুপৰৰ ৰ’দছেৰেঙা লৈ লিখা-পঢ়া কৰিম বুলি মানুহটোৱে ঘৰটো লৈছিল, এবছৰ নৌ হওঁতেই সেইকণত দোপতদোপে নতুন ফ্ল’ৰ এটা গজি উঠিল। এতিয়া আকাশৰ নামমাত্ৰও দেখা পোৱা নাযায়। পোন ৰ’দচেৰেঙাও আগৰ…

ৰহিমলা ঐ

প্ৰতীক্ষা বৰা   আৰু এনেকৈয়ে, থনৰকৈ ভাগিল বুকুখন। বুকু ভঙাৰ শব্দটো যেন ইন্দ্ৰাণী শইকীয়াৰ কাণতহে বাজিল। হাই–উৰুমি নোহোৱা জঠৰ দুপৰীয়া এটাত কাণ দুখন জোৰকৈ হেঁচি ধৰিবৰ মন গ’ল তেখেতৰ, হো–হোৱাই উজাই অহা আগবেলাৰ হজম হ’বলৈ নেদেখা খোৱাবোৰক ঘটিয়ে ঘটিয়ে পানী খাই উলিয়াই…

শিলৰ সাধু

 প্ৰতীক্ষা বৰা   উজুটিটো ঠিক এইখিনিতেই খাবলগীয়া আছিল। মাজৰাস্তাত। শিলটো আগৰে পৰা আছিলে, মই দেখিও নেদেখাৰ ভাও জুৰিলোঁ। বোলো হা দৈ আজিয়েই খাই ল, কাইলৈ বপুৰা মাজ ৰাস্তাত পৰি থাকে নে নাথাকে ঠিক নাই! সাধাৰণতে এনেকুৱা হয় যে দেখিও নেদেখাৰ…