Anyayug Contributor নীলাভ সৌৰভ

ফ্লাছ

 নীলাভ সৌৰভ   মোক তোমাৰ সপোনৰ পৰা তুলি দিয়াঁ   দি দিয়াঁ সেই সোণালী বুটামকেইটা যিকেইটা খুলি দিলে মই এটা ৰাতিলৈ প্ৰৱেশ কৰোঁ দি দিয়াঁ সেই অগোচৰ টোপনিটো য’ত তোমাক শুই থকা দেখোঁ নিষ্পাপ নাওখনৰ দৰে   দিয়াঁ দিয়াঁ, ৰাতিৰ…

তিনিটা কবিতাৰ কথা

নীলাভ সৌৰভ   এটা কবিতাই খুন্দা মাৰিলে আন এটাক মুখলৈ চাই দুয়ো দুয়োকে চিনি পালে এটা প্ৰেমৰ আনটো বিচ্ছেদৰ বজাৰ-সমাৰ ইত্যাদিৰ মাজত কবিতাই কবিতাক লগেই পোৱা নাছিল বহুদিন কাৰোবাৰ ঘৰৰ বুকছেল্ফত বা বিক্ৰী নোহোৱা কিতাপৰ মাজৰ পৰা সুৰুঙা পালে কেতিয়াবাহে…

ছাতি ফুলা বতৰ

নীলাভ সৌৰভ   ছাতি ফুলিবলৈ বতৰ লাগে শীতত নুফুলিলে ইমান একো ক’ব লগা নাথাকে   কেৱল নপৰে পৃথিৱীখন যদি ঘুৰি আছে তলৰপৰা ওপৰলৈও উঠে বৰষুণ কেৱল নপৰে প্ৰেমতো প্ৰেমত যদি ঘুৰি আছে ভূমণ্ডল প্ৰেমত উঠেও মানুহ   দুৱাৰ খিৰিকি খুলি…

নিত্যানন্দ মৰিছে

নীলাভ সৌৰভ নিত্যানন্দই তাৰ প’ষ্ট-মৰ্টেম ৰিপৰ্ট শুধৰাবলৈ নগৰৰ হস্পিটেললৈ গৈছিল অঞ্চলটোত চাঞ্চল্যৰ বতাহ প্ৰতিদিনে ঘৰলৈ অহা-যোৱা কৰিবলৈ খৰচ নথকা নিত্যানন্দই  কাছাৰিৰ দেৱালতে আউজি ৰাতি খেদি আছিল কাগজ এডোখৰত তাৰ জীৱটো লাগি আছিল কাছাৰিত এদিন সাংবাদিকে পাই কিবা সুধিলত একো ক’ব…

দৃশ্যকাব্য- ১

নীলাভ সৌৰভ এদিন এটা ঘটনা ঘটিছিল— গিৰীয়েকে ঘৈণীয়েকক এৰি যাব নোৱাৰে অথচ এৰি থৈ চাকৰিলৈ যায় ঘৈণীয়েকে গিৰীয়েকক এৰি থাকিবই নোৱাৰে  অথচ বিদায় দিবলৈ আগ বাঢ়ি যায় ঠিক এৰাএৰিৰ মুহূৰ্ততে ঘটিছিল ঘটনাটো গিৰীয়েকে ইংগিতেৰে এটা চুমা বিচাৰে ঘৈণীয়েকে মূৰটো লৰাই…

এতেকে তেওঁ মোৰ

নীলাভ সৌৰভ   এদিন এজন সাধুবাবাই বাটতে   মোৰ দেউতাক লগ পাই ক’লে— তোমাক মই এপদ সামগ্ৰী দিম তুমি তিনিমাহ তাক কঢ়িয়াই লৈ ফুৰিব লাগিব যদিহে তুমি এই পৰীক্ষাত সফল হোৱাঁ  তেন্তে তুমি সম্পূৰ্ণ নিজৰ সম্পদ এবিধ লাভ কৰিবা নিজৰ ধৰণে…

জলকীয়া

 নীলাভ সৌৰভ   এটা জলকীয়াই ৰাতি আহি সংগোপনে মোক মাত লগাইছিল জলকীয়াৰ কাহিনী শুনাইছিল   ৰ’দত ঘামি শুকাই বজাৰত মোৰ ফালে চাইছিল মোৰ কামিহাড় ভাগিছিল   বুকুৰ চৌকাত বিষ মোৰ  জ্বলা-পোৰাৰ ঔষধ নাই বজাৰত জলকীয়াকে কিনিছিলোঁ   আন কোনো সামগ্ৰী…

নিজে এটা গাহৰি হৈ ঘূৰি আহিছিলোঁ

নীলাভ সৌৰভ এটা গাহৰি ৰ’দ  কচুতলিত সেমেকি আছে কচুপাতত গজাল বৰষুণ হাত ভৰি মেলি পৰি আছে ফটাকানি পথ ভঁৰালেটা উঁইৰ অট্টালিকা, ছালখন ৰ’দ ৰ’দখিনি আকাশ আকাশ ডাৱৰীয়া ডাৱৰত পানী পানীত লতা লতা নৈ নৈত বেলি বেলিটো গাহৰি গাহৰি কচুতলিত পাঠক,…

এজন মৰা মানুহৰ লগত কথা পাতি আছিলোঁ (কবিতা)

নীলাভ সৌৰভ হাইস্কুলতে ফুলিছিল জী উঠাৰ মাধৈমালতিতেওঁৰ সৈতে কথা পাতি পাতি মৰি আহিছিলোঁ দিনক দিনে তেওঁ জীয়াই থাকিব লাগিছিলবহুবাৰ বজাৰত তেওঁক ভাল বস্তু কিনা দেখিছোঁ মৰাৰ পৰা দূৰলৈ উৰ্ত্তীৰ্ণ হোৱা এখন চহৰৰ মানুহ আছিল তেওঁ আচৰিত নালাগেনেতাৰ পাছত কেইবাবাৰো কথা কৈ কৈ মৰা…