মাধৱী, মই আৰু জুয়ে পোৰা মঙহবোৰ
নিংকু নিশা নেওগ য’ত কাহিনী এটাৰ জন্ম হ’ব নালাগিছিল : আৰু এনেকৈয়ে এদিন কেতিয়াও নঘটিব বুলি ভবা ঘটনাবোৰেই ঘটিছিল৷ কাহিনীকাৰলৈ কাহিনী এটাই কোলা বাগৰি বাগৰি উজাই আহিছিল৷ ঘটনাবোৰৰ আৰম্ভণি ক’ত হৈছিল, কোনে কৰিছিল মই…

নিংকু নিশা নেওগ শেষ বসন্তৰ সময়৷ বতৰটো গোমা৷ এজাক মুষলধাৰ বৰষুণ এই আহোঁ এই আহোঁ৷ আকাশত কফিৰ কাপৰ ওপৰত উঠা ফেনখিনিৰ দৰে ওফন্দি উঠা ডাৱৰ৷ কিন্তু কজলা৷ মই পল্টন বজাৰ বাছষ্টেণ্ডত অকলে ৰৈ আছোঁ৷ মোৰ ওচৰে-পাজৰে বিভিন্ন ঠাইলৈ যাবলৈ…
নিংকু নিশা নেওগ : পুছ আপ ব্ৰা এটা দিয়ক। সেমেনা-সেমেনি কৰি দিলৱাৰে পদপথৰ সস্তীয়া দোকানীটোক ক’লে। সি ভালকৈ শুনিও দিলৱাৰক জোকাবলৈকে তাক কি লাগিব আকৌ সুধিলে। এইবাৰ দিলৱাৰে হাত দুটাৰে তালি এটা বজাই বুকুত কায়দা কৰি লগাই অশ্লীল শব্দ…
নিংকু নিশা নেওগ মই সাধাৰণতে অফিচৰ পৰা আহোঁতেই ঘৰুৱা বজাৰ-সমাৰখিনি কৰি আনো। এইটো মোৰ পুৰণি অভ্যাস। মই বজাৰৰ মোনাখন লৈ যেতিয়া ঘৰ সোমাওঁহি, তেতিয়া কানি-মুনি এন্ধাৰ হয়হি। মোৰ পত্নী মায়াই সেই সময়ত গোসাঁইঘৰত চাকি জ্বলাই ধূনাৰ বাটিলৈ ফুৰাবলৈ বুলি পদূলি…