Anyayug Contributor দ্বীপৰাজ

বহাগ

  দ্বীপৰাজ   (মাছলৈ মইনা নাযাবি অকলে ৰাতিলৈ লাগিব ভাগৰ বাটৰে দমৰাই চাব তোৰ বুকুলে চেগতে ফালিব চাদৰ) ( হাবি বিহু)   বাৰী সিঁচি শিঙিৰ খোঁচ খোৱা যদি খোৱা দিপিলাৰ হাটত আঢ়ৈকুৰিত পাই এপোৱা মোৱা তাৰে এভাগ আদাজাল, এভাগ পাতত…

ভেলেকী–মেলেকী

 দ্বীপৰাজ   ধন্যবাদ! এইখিনিতে শেষ হওক ! ৰসতে নামষাৰ থ’লে গাজি-মগুৰ সোৱাদো বাঢ়িব। সোতোৰা ফুল, খৰাং, শিলে ঠেকেচা টিংপাতৰ ফুটাটো, টকৌপাতে কটা পূৰ্ণিমাৰ পোহৰ ইয়াৰ পাছত সমাপ্ত । ধুমুহাত উভলি পৰা বসন্তৰ শেষৰজোপা এজাৰ এয়া । পায়খানাত সোমাওঁতে ইটাৰ বেৰ…

এপোৱা

দ্বীপৰাজ   এয়া ভাগ ভাগ কৰি কৰি কাটি-কুটি ভগাই মেলি হিচাপত এপোৱা আমি চাৰিভাই কিলোৰ চাৰিভাগ বৰজনাৰ কেইবামহল তাৰ পিছে পিছে ককাইদেউৰ চাৰিখন গাড়ী তলৰজনা ডাক্তৰ ৷ আৰু মই  তিনিটা কোণৰ পৰা চাপি অহা কেইটামান শুকান বৃত্ত৷   এসেৰ, দুসেৰ…

অচেতকনামা

দ্বীপৰাজ   ফুটাইদি চোৱাটো বায়’স্কপ নিগেটিভ চকুত চেলাউৰিৰ চুম্বন নৌ হওঁতেই তলনী বুৰ গৈ একুৰা জুই ।   খোলা খিৰিকিৰে নাচাওঁ বুলি থাকিবতো নোৱাৰি আলনাডালত ৰঙীন চচমা ড্রইংৰূমৰ চোফাত কপাহী চমক বেৰত ওলমি থকা ভেন গঘৰ কাউৰীৰ ছবিত লিখা আছে…

মুনি

দ্বীপৰাজ   ইটাৰঙী মাটিত গিলিপ খোৱা এটুকুৰা শিলত বহি থকা ধোঁৱাবৰণীয়া বৰ্ণ এটা তপস্যাৰ ফচিলত আঁক এটা ভাজ হৈ মোচোৰা খাই আছে কাণ।৷ ঢেঁকীয়া ফুল হৈ থকা হাঁকোটাডালে বতাহক |   – এইটো ক!   মাটিফুলৰ গোন্ধ লাগি থকা পাহাৰটোৰ…

তেজপিয়া

দ্বীপৰাজ   ৰঙাবোৰ ৰঙা। তেজৰঙা চাকিৰঙা ৰঙাসাপ অবাস্তৱিক ভোকোন্দা গেৰিলা দাউকৈ চাকিশলা জ্বলোৱা।   চুমা খোৱা এটাকৈ মৰাশবোৰৰ কপালত   তোমালোক জ্ঞাতিৰঙা। ৰঙচুৱা কপাল চোতাল ৰঙচুৱা বুকু এঙেৰুৱা। মনবোৰ তেজতকৈ ৰঙা হ’লে যুদ্ধৰ বাটলৈ এপৰ .. হাতত চকৰীফেঁটী। এটা এলিয়টী…

তোমাকেই যি ক’লো

 দ্বীপৰাজ আশাকৰোঁ কাকো নোকোৱাঁ ক’লোঁ যে তোমাক তোমাকেই ক’লোঁ…   কথাবোৰ ঢৌ কোবাই বিয়লি যায় ঠিক গছৰ পৰা শিপা ওলমি পৰা দৰে শিপাবোৰে শিপা বগাই বগাই মুখে মুখে চুই যায়   তুমি মোক কৈছিলা বুলিলা মই আক’ তোমালোকক কলোঁ তোমালোকে…

প্লেটফৰ্ম নং ২১

দ্বীপৰাজ আজি জীৱনৰ কথাকে কোৱা যাওক : (অলপ পাছতে মই ৰাজহুৱাকৈ ঘোষণা কৰিম  মদ নাখাওঁ ২১-ত ২০ নম্বৰ ষ্টেচনতে শেষ চুৰটটো শেষ কৰি মোহাৰি পেলাম ভৰিৰে…) কাইলৈৰ পৰা কেলেণ্ডাৰখন পঢ়া টেবুলত থাকিব  ভেঁকুৰা ডায়েৰীবোৰ সোমাব আলমাৰীত… এদিন ল’ছালীয়ে পঢ়িব, কিদৰে…