Anyayug Contributor দাদুল দেৱকৃষ্ণ

প্ৰকৃতি

দাদুল দেৱকৃষ্ণ  : ‘‘দেতা, অ’ দেতা… এই বাতৰিটো চাওকচোন।’’— বাৰীৰ পৰা আহি ভিতৰলৈ সোমোৱাৰ সময়তে বনানিয়ে দেউতাকক দৈনিক বাতৰি কাকতখনৰ বাতৰি এটাত চকু ফুৰাবলৈ ক’লে। ওচৰতে থকা বেতৰ চকীখনত বহি, বনানিৰ হাতৰ পৰা বাতৰি কাকতখন লৈ নিৰ্দিষ্ট বাতৰিটো পঢ়িবলৈ ধৰিলে…

প্ৰকৃতি

দাদুল দেৱকৃষ্ণ ৰাতিৰ বৰষুণজাকে ঠাণ্ডা আগতকৈ দুগুণ কৰিলে। দুগুণ কৰিলে মানে আঘোণ মাহতে পুহমহীয়া জাৰ নমাই আনিলে। আজি বিছনাৰ পৰা নামিবলৈকে বনানি আৰু বিটপীৰ মন যোৱা নাই। লেপৰ উম্ এৰিবলৈ এজনীয়েও মন কৰা নাই। ইফালে আইতাকে জুই জ্বলাই লৈ তাহাঁতক জুহাললৈ মাতি…

প্ৰকৃতি

দাদুল দেৱকৃষ্ণ বতৰটো সঁচাকৈয়ে বেয়া হ’ল। ‘বেয়া’ মানে বৰষুণ আহিল। পথাৰত ধান দোৱাৰ সময়ত বৰষুণ আহিলে খেতিয়কসকলে বেয়া পায়। মুঠিবোৰ বৰষুণত তিতি নষ্ট হোৱাৰ ভয় থাকে। পথাৰত পানী জমা হ’লে ডাঙৰি বান্ধিবলৈও অসুবিধা হয়। সেয়ে সাতে সোতৰই মিলাই ধান দোৱাৰ…

প্ৰকৃতি

 দাদুল দেৱকৃষ্ণ অংকন: বৰ্ণিল মহন্ত বতৰটো বৰ মুকলি নহয়। আকাশত পাতল ডাৱৰৰ জাক এটা ইফালৰপৰা সিফালে অহা-যোৱা কৰি আছে। বৰষুণ আহিব চাগে’! বৰষুণ এজাক লাগে; পৃথিৱী শুকান হৈ পৰিছে। খেতি-বাতিৰ বাবে বৰষুণ এজাক বৰ দৰকাৰ হৈছিল। বাৰাণ্ডাৰ চকী এখনত বহি…

প্ৰকৃতি

দাদুল দেৱকৃষ্ণ (যোৱা সংখ্যাৰ পাছৰ অংশ)  — ‘‘পৃথিৱীৰ উপৰিভাগ আৰু খোলাটোৰ ভিতৰত কি কি আছে সেইখিনি কথা বাৰু কালি জানিলোঁ। আজি নতুন কথা ক’ব লাগিব কিন্তু।— পুৱাতেই দেউতাকক ধৰিলেহি বনানিয়ে। মুঠতে তাইক প্ৰকৃতিৰ বিষয়ে সকলো কথা ক’বই লাগিব দেউতাকে!’’ ‘‘পানীৰ…

প্ৰকৃতি‍

দাদুল দেৱকৃষ্ণ (যোৱা সংখ্যাৰ পিছৰ অংশ)  পুৱাৰ চাহৰ পিয়লাটো আৰু বাতৰি কাকতখন নহ’লে দিনটোৰ আৰম্ভণি উকা উকা লাগে। চাহৰ পিয়লাটো হাতত লৈ বনানিৰ দেউতাকে বাতৰি কাকতখনৰ শিৰোনামবোৰত চকু ফুৰায়। দুই–এটা গুৰুত্বপূৰ্ণ বাতৰি পঢ়ি বাকীখিনি পাছত পঢ়িবলৈ বুলি এৰে। আজি পুৱাও…

প্ৰকৃতি

দাদুল দেৱকৃষ্ণ বনানি সৰু ছোৱালী। তাই গাঁৱৰে মধ্য ইংৰাজী বিদ্যালয়খনৰ ষষ্ঠ মানৰ ছাত্ৰী। পঢ়াত বৰ বেছি তীখৰো নহয়, বৰ বেছি ওদাও নহয়। মানে মধ্যমীয়া। কিবা এটা নজনা কথা ওলালেই তাই চিধাই গৈ দেউতাকৰ ওচৰ পায়গৈ। দেউতাক কি কামত ব্যস্ত থাকে তালৈ…