Anyayug Contributor ড° ৰমেশ চন্দ্ৰ গোস্বামী

অনুৰণন

 ড০ ৰমেশ চন্দ্ৰ গোস্বামী মৰমৰ পোনাকণ, মৰম ল’বাহঁক৷ আশাকৰোঁ বোৱাৰী আৰু কণমানিজনীৰ সৈতে কুশলে আছা৷ তোমাৰ পৰা ভালেমান দিন একো খবৰ পোৱা নাই৷ বিয়াৰ পাছৰ পৰাই তোমাৰ চিঠি-পত্ৰও কমকৈ আহে, ফোনোচোন কমকৈ আহে! পাঁচ-ছমাহ ধৰি ফোন এটা নাহিলে মোৰ যেন-তেন,…

সপোনৰ সোণালী বাহ

ড০ ৰমেশ চন্দ্ৰ গোস্বামী   হৃদয়ৰ ছাঁত ক্ষন্তেক জিৰণি লয় সপোনটোৱে৷ ময়ূৰপংখীৰ টিঙত বহি নৈৰ বুকুৰে উজাই কেনি উটি যায় (লংকাৰ বণিজ বিচাৰি!) উদ্দাম বতাহৰ আঁচোৰত ছিৰাছিৰ হয় তাৰ মসৃণ কলিজা মুনিচুনি পৰতো সি ঈপ্সিতৰ নাপালে সন্ধান৷   হৃদয়ৰ ছাঁত…

তাপীয় প্ৰদূষণ গুৰুত্ববিহীন সমস্যানে?

 ড০ ৰমেশ চন্দ্ৰ গোস্বামী   পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশ কিমান বিভিন্ন ধৰণে প্ৰদূষিত হয়, সেই বিষয়ে প্ৰায় সকলো নাগৰিকেই জনা হৈছে৷ আনহাতে পোহৰ আৰু তাপেও যে পৰিৱেশত প্ৰদূষণ সৃষ্টি কৰে তাক মাত্ৰ একাংশ সচেতন ব্যক্তিয়েহে জানে বা ধাৰণা কৰিব পাৰে৷ অৱশ্যে…

ন’বেল বঁটা ২০২১

ড° ৰমেশ চন্দ্ৰ গোস্বামী কোৱা নিষ্প্ৰয়োজন যে ছুইডেনৰ ৰসায়ন বিজ্ঞানী, অভিযন্তা, তথা উদ্যোগপতি আলফ্ৰেড ন’বেলৰ ১৮৯৫ চনৰ ইচ্ছাপত্ৰ অনুসৰি পাঁচটা বিভিন্ন বিষয়ত ১৯০১ চনৰ পৰা প্ৰতি বছৰে ন’বেল বঁটা প্ৰদান কৰি অহা হৈছে৷ বিষয়সমূহ হৈছে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, শৰীৰতত্ব বা চিকিৎসা…

বিজ্ঞানভিত্তিক অসমীয়া শিশু সাহিত্যৰ বিকাশৰ অন্তৰায়: এক চমু অৱলোকন

ড° ৰমেশ চন্দ্ৰ গোস্বামী শিৰোনামত বাৱহৃত ‘শিশু সাহিত্য’ শব্দৰ দ্বাৰা শিশু আৰু চেমনীয়া উভয়ৰে বাবে ৰচিত সাহিত্যক বুজোৱা হ’ব। অর্থাৎ মোটামুটিভাৱে আঠৰ পৰা চৈধ্য বছৰমান বয়সৰ ল’ৰা-ছোৱালীৰ বাবে ৰচনা কৰা বিজ্ঞানভিত্তিক সাহিতাকহে সামৰা হ’ব। বিজ্ঞানভিত্তিক সাহিত্য বা বিজ্ঞান সাহিত্যনো কি?…