Anyayug Contributor ঠিকনা

মৌনতা

(কবিৰত্ন নীলমণি ফুকন ছাৰৰ সোঁৱৰণত) আকাশ দীপ্ত ঠাকুৰ   বেলি লহিয়ালে বিমূৰ্ত শব্দবোৰ এটি দুটিকৈ নামি গ‘ল শিলৰ নদীয়েদি   তপত নিশাহৰ উচুপনিত চপৰা-চপৰে খহিছে এবুকু শোকৰ পাহাৰ   ইকৰাৰ বেৰৰ জলঙাইদি উৰুখা পঁজালৈ বৈ নাহে আৰু জোনাকৰ ধল  …

হামি

গুণোজীৎ দাস হামি এটাৰ বাহিৰে যেন নিজৰ বুলিবলৈ আন একোৱেই ৰৈ যোৱা নাই নিজৰ বুলিয়েই এটাৰ পিছত মাৰি আছোঁ আনটো হামি হামিৰ ব্যৱধান কমি সি সাং হোৱালৈ মাজতে পিঠিৰ খজুৱতি বাঢ়িল  কালে মোকলাই দিয়া হামি আৰু খজুৱতিত এটাও যদি গছপুলি বাঢ়িলহেঁতেন…

ম’বাইল মেনিয়া

গাৰ্গী ভূঞা কিয়নো সাউতকে উঠি দাঁত জিভা নামাজি ম’বাইলছটি মেলিলি বাহিৰলৈ আহ, গছ-বন চাচাচোন শিলিখাজোপাৰ ডালত সৌৱা চৰাইৰ ধেমালি সেইছটি যেতিয়া দৰকাৰ পৰে তেতিয়াই চাবিৰাতিপুৱা জোঁটাই হ’লেও বাতৰি কাকতখন পঢ়িবিচাবিচোন কিমান ভাল লাগিববস্তুবোৰ নিজে আয়ত্ত কৰি জানো বোপাই! দেশৰ দিন-কাল…

শিলৰ কথাৰে

পৰাগজ্যোতি মহন্ত আসৈ দিলে শিলৰোনাথাকে অৱকাশ সলাবৰ উশাহকথাচহকী শিল বুৰঞ্জীয়েও ঢুকি নোপোৱা অনেক কথাকথাবোৰ শিলৰশিলৰ কথাৰ আঁৰ-বেৰ নোহোৱা। বৰ নিলাজ। এদিন কথাৰ মাজতে শিলে কৈ পেলালেবুকুৰ পুৰণি যিবোৰ ঘা শিলে সাবটি আছে চিৰকাল৷ সিবোৰসভ্যতাৰ চানেকিৰ ফুল ৰসে চৌ চৌ ৰূপকথা…

জোন, পানী তোলা তিৰোতাহঁত আৰু এখন বুকু…

ধ্ৰুৱজ্যোতি দাস বৰষুণ এৰাৰ পাছতজাৰত কঁপি কঁপি জোনটো ওলাইছিলকঁপি থকা জোনৰকঁপা জোনাকবোৰ ফালিকেইজনীমান তিৰোতাএখন বুকুত পানী তুলিবলৈ আহিছিলবুকুখন কাৰতিৰোতাহঁতে জনা নাছিলআৰু বুকুখনেতিৰোতাহঁতৰ মুখবোৰ দেখা নাছিল তিৰোতাহঁতৰ প্রতিজনীয়ে ভৰিতসুখৰ নতুবা দুখৰ নূপুৰ পিন্ধিছিল খোজত নূপুৰবোৰ উকি হৈ বাজি উঠিলেইবুকুখনে তিৰোতাহঁত অহাৰ কথাগম পাইছিল আৰু বুকুখন…

শতৰু

নীলাভ সৌৰভ  পূৱা ঘুমটি ভঙা বেলি চৰাইআৰু আবেলি হাঁহিৰ ঘৰ তাৰ মাজত বাঘে খোৱা ৰ’দৰ ক্ৰিকেট পিট্‌ছঘণ্টাই ঘণ্টাই ৰান এসেৰ চাউলৰ দৰ কিমান ৰান আউটৰ ভয় এটা দিনৌপেটৰ অসুখলৈ চৌদাখাৰ আৰু টোপনিলৈ চুলাই আমাৰ ইয়াতো মানুহ মৰে ‘কবি ফুকন’সৌ গাঁৱত মোৰ ঘৰএখনেই নহয় মাথোঁ মোৰ গাঁও…

এটি দেওলগা সোঁত

গীতুমণি তালুকদাৰ হঠাৎ বিস্ফোৰণ হ’লএটা নিষিদ্ধ বিস্ফোটক উধাতু খাইউজাই আহিলপ্ৰচণ্ড এটা  বিষ পৰিত্ৰাণ নাইপৰিত্ৰাণ নাই  বিস্ফোটকেপোৱা নাইমাত্ৰাৰ পূৰ্ণতা ডাক্তৰ : ইনজেক্‌শ্বনকবিৰাজ : বজ্ৰলেপন,কাঁইটীয়া ফুটন এয়া ৰণচণ্ডী তিৰী নেপূঁজৰ আগ্নেয়গিৰি  নিশ্বাসৰ মাজেৰেনিষিদ্ধ জলঙাৰেপৰম স্বস্তিৰে বৈ গ’ললাভাৰ এটি দেওলগা সোঁত …   ঠিকনা : গাঁও : ডুমুৰীয়া ডাকঘৰ : ভৌকামাৰী ( পাঠশালা) জিলা : বৰপেটা (অসম)…

গান্ধী পাৰ্কৰ

জয়ন্ত দত্ত গান্ধী পাৰ্কৰ সোণাৰুজোপাত বাহ লোৱাকপৌ এহালক হুৰাবলৈ আহি কাউৰী এজনীয়েপুৱাটোক খায়; তিনি কুৰি তেৰ বছৰে শিল হৈ থকা ৰখীয়াজনে তেতিয়াও কল খুৱাই থাকে তিনিটা বান্দৰক… প্ৰথম হোৱাৰ পূৰ্ণ সম্ভাৱনা থকাৰ পাছতো মইৰৈ দিওঁ আৰু চেঁকুৰৰ পতি এৰি বাঁওফালে গুচি যাওঁ; য’ৰ পৰা এদিন…

বিৰুবালাৰ কথাৰে‍

দিলীপ কৌশিক বেলিতো থাকে নিয়ন লাইটৰ পোহৰতো এন্ধাৰ থাকে  আঙুলিৰ লিহিৰি পাববোৰত ডিঙিত কঁকালতো এন্ধাৰ ওলমি থাকে  পোহৰত পঢ়াশালি থাকে এন্ধাৰত ডাইনী থাকে  কোকৰাঝাৰতে কোকৰাঝাৰ নাথাকে গোসাইগাঁৱতে গোসাইগাঁও নাথাকে তেজতো মগজুতো  বিৰুবালাই কৈছে— বিহঢেঁকীয়াৰ পাতবোৰ সেউজীয়া হৈ থাকিবলৈ দে  ডাইনী খেদাতকৈ তোৰ পোণাটোক পঢ়াশালি‍লৈ‍ খেদ খালী হৈ থকা হস্পিটেলখনলৈ ডাক্তৰ এজন আহক ……

উৎসৱৰ পাছত

প্ৰশান্ত মিশ্ৰ জানো, তুমি ভাবাসদায় হৈ ৰ’ব গগন নিৰ্মলশুভ্ৰ স্বচ্ছ জলধিমলয়াৰ ৰিব্ ৰিব্ বাত কঁপি থাকিবতোমাৰ দীঘল চুলিটাৰিএটি বিন্দুত ৰৈ যাবএখনি চিকণ কোমল মুখ উৎসৱৰ ঠিক পাছতেইসেউজীয়া পাতবোৰ সৰি পৰিবমৰ্মৰ ধ্বনিও শুনা যাববাটৰুৱাৰ চৰণ স্পৰ্শতস্থিৰ পানীত উপঙি থকাশুকান পদুম পাতৰ ওপৰতজিঞাবোৰে ছেও…