পোৰণি
জয়ন্ত দত্ত দেহা : অসমশ্ৰী জিনা পেছা : অভিযন্তা সোঁহাতৰ যিমান অৰ্জন বাওঁহাতৰ তাৰ কুৰি গুণ বিশেষজ্ঞৰ পৰামৰ্শত খোৱা শোৱা… দৈনিক তিনিঘণ্টাকৈ কছৰৎ সঁচাকৈয়ে ষাঠিৰ বাট এটাৰে গৈ থকা দত্তদা যেন চল্লিছৰ বাটত দুজনী ছোৱালী আৰু পত্নী ফুল যেন দেহা…
জয়ন্ত দত্ত দেহা : অসমশ্ৰী জিনা পেছা : অভিযন্তা সোঁহাতৰ যিমান অৰ্জন বাওঁহাতৰ তাৰ কুৰি গুণ বিশেষজ্ঞৰ পৰামৰ্শত খোৱা শোৱা… দৈনিক তিনিঘণ্টাকৈ কছৰৎ সঁচাকৈয়ে ষাঠিৰ বাট এটাৰে গৈ থকা দত্তদা যেন চল্লিছৰ বাটত দুজনী ছোৱালী আৰু পত্নী ফুল যেন দেহা…
জয়ন্ত দত্ত ফলাফলৰ খবৰে উতলাই পেলাইছে দুপৰীয়াটোক ঢোলে-ডগৰে, ফটকাৰে… প্ৰজ্ঞা একাডেমিৰ সন্মুখৰ পথত মোতায়েন কৰা হৈছে যান-বাহন নিয়ন্ত্ৰণৰ আৰক্ষী এই কিছু সময়ৰ আগতে তাই পাৰহৈ গৈছেহি যেন এপাহ শেতাফুল পাহীৰ পৰা পিছলি লালায়িত চকুবোৰে যেতিয়া স্তবক চেলেকেগৈ কেইবাবাৰো…
জয়ন্ত দত্ত (১) স্যাৰাইননা বিছ কি একৈছ বছৰীয়া দেউতাক অভিযন্তা মাক শিক্ষয়ত্ৰী কলেজৰ জগত দত্ত নামহে জগত পিছে নিজৰ বুলিবলৈ ভেটিটোৰ বাহিৰে ফুটাকড়ি এটাও নাই ছোৱালী এজনী ; তিনি বছৰীয়া থুনুক-থানাক কৈ দেও দি ফুৰা ছোৱালীজনীয়ে নিজেই দি…
জয়ন্ত দত্ত চৰহা পোকৰ দৰে একুৰা জুইৰ দৰে মহাজনী হাতবোৰে আমাৰ সপোনবোৰ কাকো বিশ্বাসত ল’ব নোৱাৰোঁ মোৰ তেজেই মোৰ শৰীৰ এৰি গুচি যায় মিছিলৰ সন্মুখত যেতিয়া তিনিজাঁই গুলী বুকুৰ আৰ-পাৰ কৰি মচিছিলোঁ এই মাটিক ভালপোৱাৰ পাপ তেতিয়া…
জয়ন্ত দত্ত দাস এণ্ড কোম্পানিৰ চকটোৰ পৰা সৌৰভপ্ৰাণ বৰাৰ ঘৰটো ধুনীয়াকৈ জিলিকি থাকে৷ তেওঁৰ ঘৰৰ দ্বিতীয় মহলাত উঠিলেই চকুত চাট মাৰি ধৰে চহৰখনৰ ৰূপ-লাৱণ্যই৷ চহৰৰ এই জাক-জমকতাৰ মাজত থাকি সৌৰভপ্ৰাণে প্ৰাণ-পণে চেষ্টা কৰে এদিন যে তেওঁ গাঁৱৰ পৰা আহিছিল…
জয়ন্ত দত্ত পঢ় পঢ় পঢ় আখৰৰ জখলাৰে উধাইহে উভালিব পাৰিবি কঙালৰ কাঁইট কলঢোপ কলঢোপকৈ আছোঁ পুতৌৰ চাবুকেৰে কোবাই আঁচনিৰ এৰেহাই কিতাপৰ হাতেৰেহে তুলিব পাৰিব আকিঞ্চন সাগৰৰ অতলৰ পৰা পিছে হালধীয়া গাড়ীবোৰত যোৱা ফিট-ফাট ফুকলীয়াবোৰৰ সৈতে সমানে খোজ…
জয়ন্ত দত্ত সেইদিনা বাপেক পুতেকৰ খকাখুন্দাখনত গধুৰ হৈ পৰিছিল দুপৰীয়াটোৰ বুকু… আমি বাপেকৰ ফালৰ পৰা চাই বাপেকক শুদ্ধ দেখিছিলোঁ আৰু পুতেকৰ ফালৰ পৰা পুতেকক এদিন হাতৰ চাকিটো আন এজনক দি আন্ধাৰে – মুন্ধাৰে আহোঁতে উজুটিত ছিগা বুঢাআঙুলিটো দেখি …
জয়ন্ত দত্ত গান এটাই চকটো কপাই থাকে পুতৌৰ হাতবোৰে হুমুনিয়াহ কাঢ়ে চকুৰ আন্ধাৰ নেওচি উজলে মাতৰ সোণ-ৰূপ কণ্ঠ ফাটি নিগৰা তেজে সেই অন্ধত্বৰ সিপাৰৰ ট ট দুহালি চকুৰ ভোগ মচে…. সেই গানৰ কঁপনিৰ তলেৰে দুলৰ প্ৰতিদিনেই অহা-যোৱা যোগ্যতাৰ শিখৰত উঠিও…
জয়ন্ত দত্ত অক থুঃ! ৰূপেশ্বৰ বায়নে আজিও সপোনত ৰাকেশ দত্তক দেখিলে। সপোনতে আপোনা-আপুনি মুখৰ পৰা ছিটিকি পৰিল থু এথেপা। বাহি থুৰ অকটা গোন্ধ এটাই সাবটি ধৰিলেহি কোঠাটো। মানুহটো খপ্-জপ্কৈ সাৰ পাই গ’ল আৰু বিছনাৰ পৰাই ঢুকি পোৱাতে থকা বেৰৰ…
জয়ন্ত দত্ত পানীত থাকিও পানীলৈ পানী ছটিয়াইছিলে হাতখনে আৰু দহৰ ঘেকেটনিত ডিঙিলৈকে পোত খাইছিল এদিন হাতখন নোহোৱা হ‘ল একো উৱাদিহ নাই… আৰু এদিন টি. ভি.-ত দেখি আচৰিত পানীত থকা হাতখন দেখোন পাৰত পাথৰ দলিয়াই আছে আইনাৰ ঘৰবোৰলৈ…