শেষ নোহোৱা বাটটোৰে
উদয় কুমাৰ বৰুৱা শেষ নোহোৱা বাটটোৰে অকলশৰে গৈ থাকোঁতে সানমিহলি ভাবনাবোৰ থিয় পাহাৰ এটা হয় যান-জঁটত ৰৈ দিওঁতে লগ হয় এটা চেৰেলা কুকুৰ এই যেন উদ্যাপিত হ’ব মহাকাব্যৰ শেষ দৃশ্য মোৰ একাকী ভ্ৰমণ আৰু কিমান বাকী ভাবি থাকোঁতেই…
উদয় কুমাৰ বৰুৱা শেষ নোহোৱা বাটটোৰে অকলশৰে গৈ থাকোঁতে সানমিহলি ভাবনাবোৰ থিয় পাহাৰ এটা হয় যান-জঁটত ৰৈ দিওঁতে লগ হয় এটা চেৰেলা কুকুৰ এই যেন উদ্যাপিত হ’ব মহাকাব্যৰ শেষ দৃশ্য মোৰ একাকী ভ্ৰমণ আৰু কিমান বাকী ভাবি থাকোঁতেই…
উদয় কুমাৰ বৰুৱা কত যে সপোন উজাই আহে ৰাতিৰ নীৰৱতা ভেদি তাৰে এটাৰ গাত ভেজা দি পালোঁহি এই মায়াৰ নগৰ । যেন মৰুৰ মাজত মৰূদ্যান হৈ ফুলি থকা এখন তৃষাৰ নগৰ শাৰী শাৰী অট্টালিকা, সুদৃশ্য শ্বপিংমল , নানাৰঙী…
উদয় কুমাৰ বৰুৱা ৰাতিৰ অতলত নিঃশব্দে মাৰ যায় ধৰ্ষিতা অৰণ্যৰ কৰুণ আৰ্তি আৰু মোৰ ভালপোৱাৰ পৃষ্ঠভূমিত সংগোপনে বাঢ়ি আহে এটা চেগুন পুলি— ক্ৰমে মোৰ তেজত বিয়পি পৰে তাৰ সন্ধানী বীক্ষা, সৃজনৰ আকুল আৱেগ অনুচ্চাৰিত অলেখ শব্দৰে আমি বিনিময় কৰোঁ বহু…
উদয় কুমাৰ বৰুৱা দেওদুপৰীয়া চেনিপুঠি এটাই দলঙৰ তলেৰে বৈ থকা গড়খাৱৈৰ নিৰ্জনতা ভাঙে নাহৰপাতৰ মাজেৰে সৰকি অহা হেলনীয়া বেলিৰ ৰং মোৰ সেমেকা চকুত বিয়পি পৰে কচুপাতৰ থোলাত আমৰলি টোপ লৈ বৰশী টোপাই থকা ল’ৰাটো ময়েই ফ’ৰলেনত যোৱা বুঢ়া চতিয়নাজোপাৰ হুমুনিয়াহ…
উদয় কুমাৰ বৰুৱা খিৰিকীৰ সিপাৰৰ গোলাপজোপাৰ লগত মোৰ প্ৰথম প্ৰেম মোৰ পৰা গোলাপজোপালৈ এটা অদৃশ্য বাট গোলাপজোপাৰ মনত এটা সপোনে শিপায় এদিন টিক টিককৈ ৰঙা হৈ ফুলিব বাটৰুৱাই ৰৈ ৰৈ চাব হাঁহি থকা ৰঙা কলি এটাই পুৰণি কোটৰ…
উদয় কুমাৰ বৰুৱা খিৰিকীৰ সিপাৰৰ গোলাপ জোপাৰ লগত মোৰ প্ৰথম প্ৰেম মোৰ পৰা গোলাপ জোপালৈ এটা অদৃশ্য বাট গোলাপজোপাৰ মনত এটা সপোনে শিপায় এদিন টিক টিককৈ ৰঙা হৈ ফুলিব বাটৰুৱাই ৰৈ ৰৈ চাব হাঁহি থকা ৰঙাকলি এটাই পুৰণি…
উদয় কুমাৰ বৰুৱা শীতৰ কুহেলিকা পাৰ হৈ ক্ৰমাৎ সুৰভিত হয় নষ্ট সময় মৰা শামুকৰ খোলাত মাৰ যায় অপ্ৰাপ্তিৰ দীঘল হুমুনীয়াহ আৰু মই স্বপ্নমাতাল হৈ খোজ থওঁগৈ শতাব্দী প্ৰাচীন এখন চহৰৰ লুণীয়া মাটিত স্মাৰ্টফ’নৰ পৰা স্মাৰ্ট চিটীলৈ সৰ্বত্ৰ কেৱল নিৰ্বেদ অনুৰাগ…
উদয় কুমাৰ বৰুৱা হয়তো অৱধাৰিত আছিল শংখ হোৱাৰ বাসনা খেজুৰ পাতৰ আগেৰে নামি অহা জোনাকত তিৰবিৰাইছিলোঁ সেই তিৰবিৰণিয়ে ভেদিছিল শংখ বেচা ছোৱালীজনীৰ হৃদয় আত্মাৰ প্ৰতিটো শব্দই অনূদিত হৈছিল তাইৰ অন্তৰৰো অন্তৰত প্ৰতিৰাতি নিদ্ৰাৰ গভীৰলে তাই বৈ আহিছিল এখন নৈ হৈ…
উদয় কুমাৰ বৰুৱা যিবোৰ ভাবনাই পৃথক কৰি ৰাখিছিল অত কাল সিয়েইচোন ক্ৰমাৎ ওচৰ চপাই আনিছে প্ৰশ্ন হয়: অনুভৱ কৰিবলে শিপাৰ অস্তিত্ব, হ’ব লাগে নেকি মাজে মাজে নিজৰ পৰা বিচ্ছিন্ন একাকিত্বয়ো কেতিয়াবা দিয়ে নেকি বন্ধ কৰি ৰাজপথলে খোলা দুৱাৰ…
উদয় কুমাৰ বৰুৱা জাৰণিৰ সিপাৰে মাৰ যোৱা বেলিটো সদায় চাওঁ— হেঁপাহ নপলায় তুমি মনে মনে অঁকা ছবিখনত আটাইবোৰ ৰং আহি ভিৰ কৰেহি আন্ধাৰৰ মুখামুখি হওঁতে তোমাৰ শুনো নুশুনো মাতটো ছাঁ-পোহৰৰ বাট এটা হয় কোনে জানো দি গ’ল খবৰ, সেই বাটেৰেই হেনো…