নিচুকনি গীতত টোপনি নাহে…
অৰ্চনা ঠাকুৰীয়া এইমাত্ৰ ঠিক সূৰ্যোদয়ৰ পূৰ্বে জী উঠিছে মোৰ চহৰ কুশল প্ৰেমিকৰ স্পৰ্শত প্ৰাণ পাই উঠিছে দিগম্বৰী বালাৰ অহল্যা বুকু কেনেকৈ কাটি গ’ল ৰাতি তোমাক বাৰু কিয় ক’ম মোৰ ভাগৰ সুখকণ কিয়নো ভগাম তোমাৰ স’তে ফ্লাইঅভাৰৰ…
অৰ্চনা ঠাকুৰীয়া এইমাত্ৰ ঠিক সূৰ্যোদয়ৰ পূৰ্বে জী উঠিছে মোৰ চহৰ কুশল প্ৰেমিকৰ স্পৰ্শত প্ৰাণ পাই উঠিছে দিগম্বৰী বালাৰ অহল্যা বুকু কেনেকৈ কাটি গ’ল ৰাতি তোমাক বাৰু কিয় ক’ম মোৰ ভাগৰ সুখকণ কিয়নো ভগাম তোমাৰ স’তে ফ্লাইঅভাৰৰ…
অৰ্চনা ঠাকুৰীয়া এজাক হাতীক ভাং খুৱাই এৰি দিলে কেনে হ’ব সিহঁতে কান্দিব নে খৰকৈ দৌৰিব নে হাঁহিবলৈ ঠাই বিচাৰি ফুৰিব এদিন চাওখাতৰ লগুৱা বাপিৰামে যুগান্তৰ বিড়ি এটা হুপি ফিকা চাহৰ সৌন্দৰ্য বিচৰাত মগন আছিল তেনেতে, গোপীচন কোঁৱৰ হাজিৰ…
অৰ্চনা ঠাকুৰীয়া চেপি ধৰা শিলৰ ফাঁকেৰে বৈ আহে এছাটি গৰম বতাহযেন হুমুনিয়াহ! না… নহ’বও পাৰে অ’, এয়া উশাহজীৱনৰ মধুৰ সংগীত… যাৰ ভাৱ-সুৰ অদেখা-অদেহী সেই উশাহৰ গৰাকী জনতা বিশ্ববিদ্যালয়ৰ সাৰস্বত সাধক, ভালপোৱা যাৰ হাতত, চকুত এনেকি তেওঁৰ পৰিধেয় বস্ত্ৰতো বশীকৰণ…
অৰ্চনা ঠাকুৰীয়া ‘‘The best lack all conviction While the worst are full of Passionate intensity…’’ ( the second coming…W.B Yeats) তুমিবিহীন শাৰদী ৰাতিটোত চোতালৰ অশোকজোপা মূৰ্চা গৈছিল বেদনিধিৰ হাতত চিঠিখন পঠাইছিলোঁ নাহিলা তুমি অপেক্ষাৰে ঢেঁকীয়াৰ ভাঁজলগা আগটোৰ দৰেই থিয় হৈ আছোঁ…
অৰ্চনা ঠাকুৰীয়া ঘৰগোনা কথাবোৰ অঘৰী হোৱাৰ বেদনাত খোজবোৰ থৰক-বৰক সম্পৰ্কৰ ভাৰখন গধুৰ তাতোকৈ গধুৰ মন এইবাৰ আহিলে তুলাচনী লৈ আহিবা জুখি চাম বিৱেকৰ ওজন টোৰটোৰাই থকা প্ৰতিটো ৰাতিয়েই নিজম প্ৰতিটো ৰাতিয়েই যি কয় সেয়া উশাহঘন নহয় সুখৰ…
অৰ্চনা ঠাকুৰীয়া খকুৱা ৰ’দে কামুৰি খালে মস্তিষ্কৰ উৰ্বৰতা শেষৰ গৰাহ ভাত মুখলৈ নিওঁতেও শুদাই নেৰিলে সি ডিঙিত চৰ্চৰণি পিঠিত কাৰোবাৰ হাতৰ ধম্ ধম্ চাপৰ এইদৰে খুঁটি তাল বাই হ’লেও আখৰা চলাওঁ সুস্থ হৈ থকাৰ… কেহোৱে কয় বোলে – ‘অঁকৰাৰ…
অৰ্চনা ঠাকুৰীয়া ছটিয়াই দিয়া ভালপোৱাবোৰ উভতি আহি মোতেই বিলীন হ‘ল সংকুচিত হৈ আহিল পৰস্পৰৰ প্ৰতি বিশ্বাসৰ আয়তন মই মোক নিঃশেষ কৰাৰ পৰিকল্পনা এতিয়ালৈ কৰা হোৱা নাই। সেয়ে আৱেগবোৰ থুকি থুকি জপাটোত ভৰাইছোঁ, কেতিয়াবা দুচকুত পিন্ধি লৈছোঁ যন্ত্ৰণাৰ অথবা আনন্দৰ…
অৰ্চনা ঠাকুৰীয়া নিজক নিচুকাবলৈও এক বিশেষ ৰাগৰ প্ৰয়োজন মই এখন অখ্যাত গাঁৱৰ পৰা আহিছিলোঁ য’ত নদীখনে সুঁতি সলাই হ’লেও বৈ আছে যিদৰে আন্ধাৰক পৃথক কৰি পোহৰ জীয়াই আছে আজিও। ভালপোৱাৰ অব্যৰ্থ শৰ নিক্ষেপ কৰাৰ কৌশল তুমি জানিছিলা যি কৌশলেৰে অৰুন্ধতী…