দঁকৰা অমিতাৰ টুকুৰাবোৰ
অলকেশ কলিতা মানুহৰ লালসাৰ দ্বায়িত্ব মই নলওঁ, ভোকৰ লওঁ, আৰু মই দিয়া ৰুটিটুকুৰা, আম্লা হোৱাৰ আগতেই খাবলৈ যত্ন কৰাঁ। ময়ো যত্ন কৰিছোঁ, কঠোৰ পৰিশ্ৰম, বেলেগ বেলেগ মানুহক বেলেগ বেলেগ ভোক ভগাই দিছোঁ, অভিসন্ধি কৰিছোঁ, পৃথিৱীত যাতে পৰিপূৰ্ণ সুখ নাথাকে।…