গগনযান অভিযান
অভিজিত শর্মা বৰুৱা যোৱা কিছুদিন ধৰি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (Indian Space Research Organization, চমুকৈ ISRO বা ‘ইছৰো’) মহাকাশ ক্ষেত্রত তেওঁলোকৰ কিছুমান সফল উৎক্ষেপন আৰু অভিযানৰ যোগেদি বিশ্ববাসীক চমকিত কৰি আহিছে আৰু আমাৰ দেশকো এই ক্ষেত্রত পৃথিবীৰ ভিতৰতে…