Anyayug Contributor অনুভৱ তুলসী

দুটা কবিতা

 অনুভৱ তুলসী  দিনলিপি মোৰ সমুখত কালিৰ দিনটোৰ মৃতদেহ বাহী শ ৰখীয়া হৈ বহি আছোঁ সমুখৰ কলমডাল মৃতদেহৰ অন্য এক সংস্কৰণ যেন আৰু এই কাগজখিলা মৃত আকাশৰ এটি পাত যেন আজি হয়তো আকৌ উদয় হৈছে সূৰ্য আজি কি কালিৰ স্মৃতি? নে…

অন্তৰ্দৃষ্টি

 অনুভৱ তুলসী   লুকুৱাই ৰখা তিলটো চাওঁ   কথা দিছোঁ, খনাসোণা এক ইঞ্চি মাটিও নিনিওঁ   তিলত চুমা খাওঁ ওঁঠৰ তপত চিঞাহী তিনি সী চাৰি সী বাওঁ   অনাখৰী মাটিত তিলটো গজিছে সাৰ-পানী পাই তিলৰ গজালি দোপত দোপে বাঢ়িছে  …

তিনিটা অনূদিত কবিতা

 অনুবাদ  :  অনুভৱ তুলসী নেচেল কৃষ্টি মূল : মিলদ্ৰেড অকʼচ্চ (নাইৰʼবি, কিনিয়া) সিহঁতে মন গʼলেই তোমাৰ বেৰত আঁকে গদ্যময়, সঙ্গতিহীন গ্ৰাফিটি, যাৰ ফলত কাণ্ডজ্ঞান আৰু মধ্যাকৰ্ষণক তুমি দিয়া নেওচা। তুমি যেতিয়া তোমাৰ কাণ্ডজ্ঞান খুঁচৰি চোৱাঁ বিচাৰি পাই যোৱা, বিলাই দিয়া…

মোক্ষণাৰ নামত

 অনুভৱ তুলসী সন্ধ্যা, তোমাৰ প্ৰতি চাঁহি মাটি মই চিনি পাওঁ গছৰ পাতত বতাহৰ কঁপনি ফেঁহুজালিৰ পঢ়াশালিও মই চিনি পাওঁ তোমাৰ অচেতনৰ আন্ধাৰ গলিত চৰি ফুৰা নিজান বতৰৰ বতৰা মই বহু আগতীয়াকৈ পাওঁ গাত লোৱা গামোচাৰ দীঘ-বাণিৰ সূতা আৰু আঁচুৰ ৰৈ-ৰমলি…

শামুক

 অনুভৱ তুলসী সেইদিনা এছাটি বতাহে গান্ধ-বিৰিণাৰ জন্মদিন পালিছিল সেই উছৱলৈ তোমাকো মাতিছিল বতাহৰ কথা তুমি নোৱৰাঁ পেলাব গৰখীয়াহঁতে শুনাকৈ বতাহে বনগীত জুৰিছিল সেই গীতৰ গৰ্ভত তাহাঁতে বিচাৰি পাইছিল পুৰণি পাটনাদ এটা সেইদিনা দুপৰীয়া তুমিতো ইয়াত আছিলা তেতিয়া তুমি তাতো আছিলা…

ৱেলকাম নৱবৰ্ষ

 অনুভৱ তুলসী ব্ৰডস্কি আৰু ৱালকটৰ কবিতাৰে মন-মগজু ধোওঁতে মুঠিয়ে মুঠিয়ে চুলি সৰিলত বছৰটো সাং হʼল নখ কটা কটাৰীৰ চেতনাৰ উপৰিতলত কঠুৱা খৰমৰ খোজ হয়, ফুলৰ মাজত পাৰিজাত পতঙ্গৰ মাজত পখিলা মোৰ যোৱাবেলিৰ প্ৰেমাষ্পদ মৰুৰ বালি বদলিত নিহিত নতুন বছৰ আগমনী…

কবিতা

অনুভৱ তুলসী   ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দামতকৈ জোনলৈ যোৱা বাছৰ ভাড়া কম তথাপি সকলো বাছ খালী জোনত ভোটকেন্দ্ৰ হেনো নাইকীয়া ৰাজআলি আছে গাঁত-টালিও আছে টোলগেটৰ সাধু শুনিবলৈ গাড়ীবোৰে ঢাপলি মেলিছে   তুমি যাদুকৰ দৃশ্যমানকো কৰাঁ অদৃশ্য মৌনতা ফেৰী কৰি ফুৰাঁ…

কথামালিতা : ফেডেৰিক’ গাৰ্চিয়া লৰ্কাৰ নামত

অনুভৱ তুলসী পেবলো নেৰুডাই স্পেইনৰ গৃহযুদ্ধৰ বিভীষিকাৰ বিষয়ে লিখা কবিতা ‘আই এম এক্সপ্লেইনিং আ ফিউ থিংচ’ নামৰ কবিতাত ৰাউল, ৰাফেল, আৰু ফেডেৰিক’ৰ নামৰ উল্লেখ আছিল, এনেকুৱাকৈ :             ‘Remember Raul?             Eh, Rafel? Federico, do you…

এদিনাখন অন্ধ কুকুৰণী

অনুভৱ তুলসী   আন কাৰোবাক লগ পাবলৈ যোৱাৰ দিনা সময় আৰু স্থান নিৰ্দিষ্ট কৰি যোৱাৰ দিনা হঠাতে সকলো সলনি হৈ গ’ল সলনিৰ নাটকীয় পট পৰিৱৰ্তন এই অনিৰ্দিষ্ট সময়ৰ অন্ধ বাটৰুৱা এই কুকুৰণী আহি আছিল অনিৰ্দিষ্ট সংবেদৰ স্থান-কালৰ কিবাকিবি শুঙি শুঙি…

সৰাপাতক সোধোঁ যদি

অনুভৱ তুলসী সৰাপাতবোৰে বিচাৰিছে সেউজীয়া বাট এটা – কথাটো বাৰু সঁচানে –  আমাৰ কবিক সোধকচোন আপুনি নিজকো সুধি চাব পাৰে সেই একেটা কথা পাতক পাত পাতে বোলা নাই বুলিছে আপুনি নামহীনভাৱেই পাত বৰ্তি আছে সানন্দে বিশেষ নে নিৰ্বিশেষ স্থায়ী নে…