Anyayug Contributor অনুভৱ তুলসী

নেপ্‌থেলিন

অনুভৱ তুলসী  নেপ্‌থেলিনৰ গুটিবোৰ গ্লুক’মা ৰঙৰ কিতাপৰ কাষে কাষে থৈ দিছিলোঁ কণা হওক ছিলভাৰ ফিছৰ চকু নহ’লে যে কিতাপো কেচেমা-কেচেম গোন্ধায় জয়াল কল্পনাত শিহৰিত পঢ়ুৱৈ আঙুলি কলহে কলহে আৰবৰ অগৰnৰে ধোৱা লেডী মেকবেথৰ কণমানি দুখনি হাত জৰায়ুত যাৰ আয়ুস মাথোঁ…

কাব্যিক সমাহিতিৰ অদ্বিতীয় অধ্যায়

 অনুভৱ তুলসী বিশিষ্ট চিত্ৰশিল্পী সমীৰণ বৰুৱাৰ কেমেৰাত নীলমণি ফুকন বিশেষজনৰ কথা যেনেকৈ মন যায় ক’ব পাৰি, য’তে মন যায় ত’তে আৰম্ভ কৰিব পাৰি৷ ভাল লগা কিতাপ এখন মই তেনেকৈয়ে পঢ়োঁ, য’তে মেল খায় ত’ৰপৰাই পঢ়িবলৈ লওঁ, শেষৰপৰাও পঢ়োঁ, মাজতে মেলি লওঁ, আগ ফালৰপৰাও আৰম্ভ কৰোঁ৷…

কবিতা জিজ্ঞাসা

অনুভৱ তুলসী ১. শিমলু কল ফাটি তুলা উৰাৰ সেই তূৰীয় লগন কবিয়েহে ধৰিব পাৰিব।  কবিতা বিষণ্ণতাৰ জেউতি, জালি কাটি আহে কবিৰ হৃদয়লৈ। এটা ধানপাতৰ পৰা আন এটালৈ ফৰিঙৰ জাঁপ। স্মৃতিত পোত গৈ থকা উঁইচিৰিঙাৰ সুহুৰি আজিকালি সঘনে ব্যৱহৃত হোৱা উচ্চ…

ঘোঁৰাবাঘ

অনুভৱ তুলসী নান্দী কটপ্‌ খটপ্‌ কটপ্‌ খটপ্‌ গৰুৰ গাঁৱলৈ ঘোঁৰা অহা খবৰটো মৌন কৌতূহলত এক পূৰ্ণহতীয়া কোব থিয় চুলিয়ে কোনোমতে চম্ভালে ঘোঁৰা আহে নিজৰে যন্ত্ৰ তাঙৰণ টানি টানি ঘোঁৰা আহে এজ্ৰাৰ আজ্ঞা মানি আগমনৰ উদ্দেশ্য ঘোঁৰাই জানো জানে বিধেয় বোধগম্য…

বিপ্লৱ প্ৰতীক

অনুভৱ তুলসী   মানচিত্ৰত মাটি নাই বাবে যি সুদূৰ ডালাছ ওলাইছিলগৈ উদ্দেশ্য কলৰাডোৰ গাতে গা লগাই বোৱাব কোশী বাগমতী চীনৰ টনা-আঁজোৰাৰ পৰা হিমালয়ক মুক্ত কৰিব নোৱাৰি বিল্পৱ প্ৰতীক বিষাদপ্ৰতিমা হয়তোবা বিষাদ নিজেই কিংবদন্তী উটি-ভাহি ফুৰিছিল যি ওঠৰচকীয়া ট্ৰাকৰ শিপা বিচাৰি…

বাষষ্ঠি

অনুভৱ তুলসী   বাষষ্ঠিৰ মন গ’লেই পেবলো পিকাচ’ৰ ছবিৰ একাধিক মুখ আৰু চকুৰ গতিৰ স’তে চাব্বিছৰ বলুকা ওলায়গৈ৷ তাৰপৰা চাকি জ্বলোৱা সন্ধিয়াৰ সিপাৰলে চাই পঠিয়ায়৷ তাতচোন সেয়া আকাশ আৰু সাগৰৰ মাজত লাহতী লাইটহাউছ নিৰ্মাণৰ যো-জা চলিছে৷ আমখৰিৰ কেঁচা ধোঁৱাই উদিত ৰাতিৰ বৰণ…

চুবুৰীয়া মহিলা

অনুভৱ তুলসী     যিদিনা উক দিয়ে চুবুৰিৰ এই মহিলাৰ  সেই বিশেষ গুণটো গোটেই দিনটো গান গায়  গানে শেলুৱৈৰো কাণ-সঁতা লৰায় কাল্পনিক কোনো ব্যক্তিৰ সতে কথা পাতে কথা নে কাজিয়া ৰসনাত আখৈৰ বহুভাষিক  ভমক  সামৰিবলৈ হুঁচ নেথাকে সেই অনা তেনেই ডেই…

ইমানবোৰ

অনুভৱ তুলসী আপুনিয়েই কওকচোন, মোৰ মূৰে কাম নকৰা হৈছে উল্কাপাত অৱস্থান —উৰু নাভি দুদু নিতম্ব আপুনিয়েই কওকচোন, মোৰ মূৰে কাম নকৰা হৈছে   শঙ্কুমুনি অৱস্থান— উৰুসন্ধি কলাফুল কেঁচাপাট কটি আপুনিয়েই কওকচোন, মোৰ মূৰে কাম নকৰা হৈছে   অশ্বচক্র অৱস্থান— কাষলতি কাণপটি গলধন থুঁতৰি আপুনিয়েই কওকচোন, মোৰ মূৰে কাম…

কাব্যশিল্প

স্পৰ্শ হৰেকৃষ্ণ ডেকা স্পৰ্শ এক ভাষা আৰু যোগাযোগ হয়। চকুত যি ফুটি উঠে ক্ৰমে আগবাঢ়ে, আৰু স্পৰ্শত আচল হৈ পৰে। এই ৰসায়ন নুবুজাকৈ অনুভৱ হয়। ওচৰৰ পৰা আমি দুয়ো দুয়োলৈ চাই আছিলোঁ, অথচ আমাৰ মাজত বহুত দূৰত্ব। আমাৰ মনত হেঁপাহ,…