Anyayug Contributor অনসূয়া বৰঠাকুৰ

ককা আৰু নাতিল’ৰা

 অনসূয়া বৰঠাকুৰ বাৰিষাৰ দিনৰ ভৰ দুপৰীয়া হাতত লৈ ছাতি, পথাৰ চাবলৈ ওলাল দুয়ো, ককা আৰু নাতি। বন্ধৰ দিনত নাতি আহিছে গুৱাহাটীৰ পৰা, ককাকে ভাবিলে দেখুৱাওঁগৈ খেতিৰ মাটিডৰা। ৰোৱনী, ভূঁই, কঠিয়া, বঁকিয়া দিলে তাক দেখুৱাই, সিও বোলে ‘‘ধান দাবৰ পৰত আহিম মই…

পদ্যৰে যোগ নেওতা, বিষয়: মাছ

 অনসূয়া বৰঠাকুৰ   (দুইৰ ভাগ)   ২+১= ৩ (দুয়ে একে তিনি) পিতায়ে আনিছে মাছ দুই কেজি কিনি। ২+২= ৪ (দুয়ে দুয়ে চাৰি) তাৰে এক কেজি ৰৌ, এক কেজি আঁৰি। ২+৩= ৫ (দুয়ে তিনিয়ে পাঁচ) জীয়াভৰলী নৈত পায় শিলঘৰীয়া মাছ। ২+৪=৬…

বানানৰ পদ্য

অনসূয়া বৰঠাকুৰ ভাইটি-ভণ্টিহঁত কওঁ শুনা আজি           বানানৰ কিছু কথা,  ভুলকৈ লিখা বানানে যে কিমান           লগাব পাৰে লেঠা। সেইবাবে ভাষাটো শিকোঁতে        শুদ্ধকৈ শিকিবা বানান, পাঠ্যপুথিৰ লগতে কাকতো চাবা,…

কণ-কবিতা

 অনসূয়া বৰঠাকুৰ                     (১)   জালুকবাৰীৰ তালুকদাৰে      পিন্ধি মিবু-গালুক, শেলুক বুটলি থাকোঁতেই      ওলালহি এটা ভালুক।            (২)          এলি অ’ এলি, গেলা গৰমত থাক কিয়      চুলিকোছা মেলি?            (৩)  কাকডোঙাৰ কনকে   পাণ…

পদ্যৰে যোগ নেওতা

অনসূয়া বৰঠাকুৰ          ১ + ১ = ২ (একে একে দুই) আপডাল কৰিছানে গছপুলি ৰুই?       ১ + ২ = ৩ (একে দুয়ে তিনি) ৰামানুজনকনো কোনে নাপায় চিনি!       ১ + ৩ =…

কণ-কবিতা (শিশু কবিতা)

অনসূয়া বৰঠাকুৰ                (১) পহুৱে বোলে ‘খহু হ’লে     শিহুৰ তেল ঘহোঁ’, লেহুগাঁৱৰ বিহুত খুৱালে     চাহৰ লগত ফেঁহু।               (২) দেখিছানে বাৰু কাকু?    ৰাকুদা…