মুক্তি
অজিত ছিংনাৰ এটা শিলৰ ওপৰত বহি ছাৰপঙে নদীখনলৈ চাই আছে৷ নদীখনৰ লগত তাৰ সম্পৰ্ক আছিল যেন আজন্ম৷ সঁচাকৈয়ে নদীখনৰ লগত তাৰ আছিল এটা বৰ মধুৰ সম্পৰ্ক৷ সি মাক আৰু বায়েকৰ লগত নদীখনৰ পানী ঘৰলৈ কঢ়িয়াইছিল৷ মাক-বায়েকে লাংথেৰে আৰু সি…

অজিত ছিংনাৰ কথাৰ গুৰুত্ব বুজি সোনকালে আলোচনা এটা কৰিবৰ বাবে ছাৰকুৰুৱে ছাৰ্থে, মনছিং আৰু ছাৰবুৰাক নিজৰ পথাৰৰ কাষতে থকা কঁঠালজোপাৰ গুৰিত বহিবলৈ মাতিলে৷ কথাটো আলোচনা কৰি এটা সিদ্ধান্ত এতিয়াই লোৱাৰ মানস কৰিছে ছাৰকুৰুৱে৷ ইয়াত ছাৰ্থেহঁতৰ মতামত নিতান্তই প্ৰয়োজন৷ কোৰখন পথাৰতে…
অজিত ছিংনাৰ গাঁওখনৰ পৰা কিছু নিলগত থকা জুৰিটোৰ পানী লংচৰেৰে পাহাৰৰ গাৰে অকাই-পকাই আনি ঠিক এইখিনিতে পেলোৱা হৈছে৷ ঠাইখিনিত এটা সৰু জুৰি আছে যদিও খৰালি কালত পানী প্ৰায়ে নোহোৱা হৈ যায়৷ এই সময়খিনিত লংচৰৰ পানী নহ’লে ৰংপি গাঁৱৰ…