Anyayug Contributor অজিত ছিংনাৰ

ধেৱাই ধোৱা ধৰণী

 অজিত ছিংনাৰ দুই ৰাতিপুৱা দোকমোকালিতে উঠি তেমেকাই ভাত ৰান্ধিবলৈ ধৰিলে৷ কেৰ্পায়ে কালি মদন আৰু গুপেশ্বৰৰ ঘৰৰ পৰা অনা চাউলবোৰ আৰু তেমেকাহঁতৰ ঘৰত থকা চাউলখিনি কাপোৰৰ দুটা টোপোলাত বান্ধিছে৷ টোপোলা দুটা পিঠিত কঢ়িয়াই নিয়াৰ কথা চিন্তা কৰিছে সিহঁত দুটাই৷ সিহঁতে যদি…

ধেৱাই ধোৱা ধৰণী

 অজিত ছিংনাৰ (ষোল) দোকমোকালিতে তেমেকা টোপনিৰ পৰা সাৰ পালে৷ সাৰ পাই আকৌ অলপ শুই ল’ব বুলি ভাবিছিল যদিও আজি ডিচি ফুলগুৰিলৈ অহাৰ কথাটো মনত পৰাত স্ফূৰ্তিত তাৰ চকুৰ পৰা টোপনি পলাই ফাট মাৰিলে৷ সি চকুকেইটা মোহাৰিলে– টোপনি সম্পূৰ্ণ নোহোৱাত তাৰ…

ধেৱাই ধোৱা ধৰণী

 অজিত ছিংনাৰ এঘাৰ সাতোৰজা, পাচোঁৰজা আৰু ৰজাবোৰৰ বিষয়াসকলৰ সভা টোপাকুছিত হৈ গ’ল৷ সভা এখনেই নহয়, দুখন বহিছিল৷ সভাত  যোগ দিছিল ৰহীয়াল বৰুৱা আৰু জাগীয়লীয়া গোহাঁয়েও৷ চহৰী, গোভা আৰু উত্তৰখোলাৰ ৰজাই এই সভালৈ আহিব পৰা নাছিল, কিন্তু কটকী পঠিয়াইছিল৷ সভাত যোগ…

ধেৱাই ধোৱা ধৰণী

  অজিত ছিংনাৰ (ন) ৰহা থানাখনৰ কাষতে দোকান খুলি বহিছে ঢাকিয়াল নৰেশ চৌহানে৷ দোকানৰ কাষতে এটা ঘৰ নিৰ্মাণ কৰি সি তাতে থাকে৷ চৰকাৰে নতুন কৰনীতি আৰু কিছুমান ব্যৱস্থা নতুনকৈ লাগু কৰা বাবে কিছুমান ব্যৱসায়ত ধৰিবলৈ ভাল হৈছে৷ সি চৰকাৰী কানি…

ধেবাই ধোৱা ধৰণী

অজিত ছিংনাৰ (সাত)        ডাঙৰ জলাহখনৰ পাৰে পাৰে আহি কপিলী পাৰৰ ভেলৌগুৰি গাঁৱত তেমেকা আৰু কেৰ্পাই উপস্থিত হ’ল৷ বাট বুলিবলৈ প্ৰায় নায়েই৷ বসতি পাতল বাবে মানুহৰ আহযাহো কম৷ ভেলৌগুৰি গাঁওখন কৈৱৰ্ত মানুহৰে ভৰা৷ সৰু গাঁও৷ মানুহ ছঘৰমানহে আছে৷ এনেবোৰ…

ধেৱাই ধোৱা ধৰণী

  অজিত ছিংনাৰ (ছয়)  তেমেকাহঁঁতৰ গাঁওখনৰ পৰা উত্তৰ ফালে কলং নদীখন পশ্চিমৰ পৰা পূবলৈ বৈ গৈছে৷ এই শীতকালত কলঙৰ পানী ভালেখিনি কম, মাজত এবুকুমানহে পানী থাকে, ঠায়ে ঠায়ে খোজ কাঢ়ি পাৰ হ’ব পাৰি৷ কলঙৰ পাৰতে গৰখীয়াবোৰে ভোগালী বিহুৰ মেজি সাজিছে৷…

ধেৱাই ধোৱা ধৰণী

অজিত ছিংনাৰ  (৫) কলঙৰ পাৰে পাৰে এটা লুংলুঙীয়া বাট৷ ডাঠ হাবিৰ মাজেৰে যোৱা বাটটোৰে গৈ আছে তেমেকা আৰু কেৰ্পাই৷ সিহঁতৰ গাত একোটাকৈ বনিয়ন, কঁকালত কপাহী কাপোৰৰ চুৰিয়া আৰু হাতত একোখনকৈ দা, কান্ধত একোটাকৈ মোনাও আছে৷ কিছুদূৰ যোৱাৰ পাছতে সিহঁত এটুকুৰা…

ধেৱাই ধোৱা ধৰণী

অজিত ছিংনাৰ   লাহে লাহে বেলিটো পূব আকাশত দুবেগেতমান উঠিল৷ তেমেকাহঁতৰ পথাৰত আজি নৰাছিঙা৷ নৰাছিঙা অনুষ্ঠানটো কৰিবৰ বাবে তেমেকাহঁতে প্ৰায় আধাবিঘা শালিখেতি ৰাখি থৈছিল৷ নৰাছিঙা অনুষ্ঠানতে এখন ঘৰে বছৰটোৰ ধান দোৱা কাম শেষ কৰে৷ আজি তেমেকাহঁতৰ ঘৰৰ ধান দোৱা কাম…

ধেৱাই ধোৱা ধৰণী

অজিত ছিংনাৰ দুই বিশাল এলেকাটোত ঠায়ে ঠায়ে আছে বহুকেইটা আটী৷ গোটেই হাবি-জংঘলেৰে ভৰা এই আটীবোৰৰ নামনিতো হাবি-জংঘলৰ পয়োভৰ৷ মালভূমি সদৃশ এটা আটী পাৰ হোৱাৰ পাছতে পোৱা যায় নামনিৰ ফালে সমতল৷ তাৰপাছত পোৱা যায় আন এটা আটী৷ আটীবোৰত থাকে নানা ধৰণৰ…

ধেৱাই ধোৱা ধৰণী

 অজিত ছিংনাৰ   প্ৰস্তাৱনা   মানুহ ইমান নিষ্ঠুৰ হ’ব পাৰে নে? গোটেই বৃহৎ অঞ্চলটোত আজি অত্যাচাৰীৰ দপদপনি৷ সিহঁতৰ খোজৰ ভৰত ধৰণী আজি আন্দোলিত, কম্পমান৷ নিৰীহ মানুহবোৰৰ ৰাউচি জুৰি কন্দা কান্দোনেও অত্যাচাৰীহঁতৰ মন গলাব পৰা নাই৷ সিহঁতক দুখীয়া-নিছলাৰ তেজ লাগে, লাগে…