Anyayug Contributor অক্টাভিঅ ’ পাজ

বতাহ, পানী, শিল

মূল : অক্টাভিঅ’ পাজ ভাবানুবাদ : যশোৱন্ত নিপুণ   পানীয়ে সুৰংগ খান্দে শিলত, বতাহে পানীবোৰ সিঁচি দিয়ে দূৰলৈ, শিলে বতাহক আগচি ধৰে ৷ পানী, বতাহ, শিল ৷   বতাহে শিলক আকৃতি দিয়ে, শিল এটা পানীৰ পিয়লা, পানী হেৰাই যায় আৰু…

সংযোগ

মূল : অক্টাভিঅ‘ পাজ  অনুবাদ : ড০ দীপমণি দাস বৰ্তমানৰ ইটো সিটো কথাৰ মাজত তুমি আৰু মই যিদৰে আছোঁ প্ৰয়োজন সংযোগ বাৰ্তালাপৰ   এই বাৰ্তালাপত ভাগ লোৱা মানেই তুমি মুকলি মনে কৰা কৰা অন্তৰৰ বাৰ্তালাপ   এই সংযোগতহে তুমি পাবা এখনি পৃথিৱী আৰু…

সদায় কোৱা কথাবোৰৰ পুনৰাবৃত্তি আৰু নহয়

No More Cliches মূল: অক্টাভিঅ’ পাজ ভাবানুবাদ: যশোৱন্ত নিপুণ  ধুনীয়া মুখযি ডেইজীৰ দৰে পাহিবোৰ সূৰ্যলৈ মেলি দিয়েঠিক তেনেকৈয়েতুমি পৃষ্ঠাটো লুটিয়াওঁতে তোমাৰ মুখখন দেখুওৱাঁ৷ মোহনীয় হাঁহিযিকোনো পুৰুষেই তোমাৰ সন্মোহনত বন্দী হ’ব,আহ্, সৌন্দৰ্য এখন আলোচনীৰ৷ তোমাৰ কাৰণে কিমান কবিতা লিখা হ’ল?কিমানজন ডাণ্টেই তোমালৈ লিখিলে, বিয়েট্ৰিচ?তোমাৰ সেই যুক্তিহীন…