Category Manual Review Needed

কথন-মথন

জিন্তু গীতাৰ্থ আন্ধাৰ আৰু আন্ধাৰ। নৈৰ ঘাটৰ এইছোৱা আন্ধাৰত ডুব গৈ আছে। চেঁচা বতাহে চাবুকৰ দৰে নৈৰ পাৰক কোবাই গৈছে। কে‍য়োপিনে কেৱল নিৰ্জন আৰু শূন্য। কাহানিবাই শূন্য হৈ পৰিছে এই চহৰৰ বাট–পথ। চিকৰা লাগি ধৰাদি এতিয়া এই চহৰৰ গাত শূন্যতাই…

সিপাৰে যমুনাৰ

আকাশ দীপ্ত ঠাকুৰ (যোৱা সংখ্যাৰ পিছৰ পৰা)  নীলাঞ্জনাহঁতৰ পৰীক্ষাৰ ৰিজাল্ট ওলাবলৈ বেছি দিন নাই বুলি খা-খবৰবোৰ কাৰোবাৰ মুখেৰে গম পোৱা গৈছিল। দোকানৰ সন্মুখৰ গ্ৰাহকেনো নাগায় কি! বিভিন্ন কথা বিভিন্ন বাতৰি…। কিন্তু নিশা চাৰে ন বজাৰ পাছত কেতিয়াবা ঘৰখনৰ বাহিৰৰ ফালে…

আপোনাৰ লেখাৰ জমাকৰণ সফলতাৰে সমাপন হৈছে৷  লেখাটি ইতিমধ্যে আমাৰ সম্পাদনা কক্ষলৈ প্ৰেৰণ কৰা হৈছে৷ প্ৰকাশৰ বাবে যোগ্য বিবেচিত হ’লে নিশ্চিতভাৱে প্ৰকাশ পাব৷ ধন্যবাদেৰে‍ www.anyayug.com

দেহিনোহস্মিন্

পৰী পাৰবীন এইমাত্ৰ মোৰ মৃত্যু হ’ল। পাল্‌ছ অ’ক্সিমিটাৰ যন্ত্ৰটোৱে মোৰ মৃত হৃদয়ক ধৰা পেলালে। মনিটৰৰ সমান্তৰাল গ্ৰাফডালে‍মোৰ মৃত্যুৰ সংকেত দিলে। সংকেত শুনি মোৰ তত্ত্বাৱধানত থকা ডাক্তৰ-নাৰ্ছসকল ব্যতিব্যস্ত হৈ পৰিল। অক্সিজেন পাম্প কৰি কৰিও তেওঁলোকে মোৰ মৃত হৃদয় জীয়াই তুলিব নোৱাৰিলে।…

সিপাৰে যমুনাৰ…

আকাশ দীপ্ত ঠাকুৰ (যোৱা সংখ্যাৰ পিছৰ পৰা) ঘৰখনলৈ এটা ম’বাইল অহাৰ দিনা সিহঁত দুয়োজনীৰ সময়বোৰ যেন সেইটোতে ৰৈ গৈছিল। অকণমানি ক’লা বৰণৰ এটা যন্ত্ৰ। চুইচ টিপিলে ভিতৰখন হালধীয়া ৰঙৰ পোহৰেৰে উদ্ভাসিত হয়। মাজৰ ঘৰটোত হেঁচা মাৰি দিলে এখন তালিকা ওলায়।…

চাংমাইশাল

তিনিবিধ সুস্বাদু ডি‍জাৰ্ট ডি‍ৰ্জাট মূল আহাৰ গ্ৰহণৰ পাছত পৰিৱেশন কৰা মিঠা ৰেচিপি। গৰমত মা-মচলাৰে আলহীক এসাঁজ অপ্যায়ন কৰাৰ পাছত শৰীৰ ঠাণ্ডা কৰা ডি‍ৰ্জাট পৰিৱেশন কৰিলে আলহীও সুখী; দিওঁতাগৰাকীৰো সন্তুষ্টি। ১৷ ইটালীয়ান কফি পেনা ক’টা মূল উপকৰণ কফি ১০ টকীয়া পেকেট (যিকোনো…

(no title)

Registration account_circle Name picture_in_picture Personal ID email Email phone Phone work PositionHeadAssistantSecretaryOthers Reset settings_backup_restore Send send

জীয়া শিলৰ সাধু

নিংকু নিশা নেওগ মই সাধাৰণতে অফিচৰ পৰা আহোঁতেই ঘৰুৱা বজাৰ-সমাৰখিনি কৰি আনো। এইটো মোৰ পুৰণি অভ্যাস। মই বজাৰৰ মোনাখন লৈ যেতিয়া ঘৰ সোমাওঁহি, তেতিয়া কানি-মুনি এন্ধাৰ হয়হি। মোৰ পত্নী মায়াই সেই সময়ত গোসাঁইঘৰত চাকি জ্বলাই ধূনাৰ বাটিলৈ ফুৰাবলৈ বুলি পদূলি…