Category প্ৰবন্ধ/চিন্তন

সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে

 সঞ্জীৱ সভাপণ্ডিত   টিউলিপ ফুল ফুলাৰ বতৰত কাশ্মীৰত হেনো ডাক্তৰৰ ওচৰলৈ যোৱা ৰোগী–বিশেষকৈ মনস্তাত্ত্বিক ৰোগৰ ৰোগীৰ, যেনে, depression, হতাশা, অৱসাদ, অজীৰ্ণ, ব্লাড প্ৰেছাৰ, emotional disorder আদি ৰোগীৰ সংখ্যা কমি আহে৷ আমাৰ এই বসন্ত কালেই হ’ল এই ফুল ফুলাৰ বতৰ৷ শীতকালিৰ…

ৰাষ্ট্রীয় শিক্ষানীতি আৰু গৱেষণা

 ড° প্রাঞ্জল বেজবৰা   ২০২০ চনৰ ৰাষ্ট্রীয় শিক্ষানীতিয়ে দেশৰ শিক্ষাব্যৱস্থালৈ গাঁথনিগত তথা গুণগত পৰিৱর্তন সাধন কৰাৰ প্রয়াস কৰিছে। স্বাধীনোত্তৰ ভাৰতৰ ইতিহাসত প্রথমবাৰৰ বাবে কেন্দ্রীয় চৰকাৰে নাগৰিকৰ জীৱনলৈমৌলিক পৰিৱর্তন অনাৰ উদ্দেশ্যে এনে এক বিস্তৃত ৰাষ্ট্রীয় শিক্ষানীতি ৰূপায়ণ কৰিছে। উচ্চ শিক্ষা নিশ্চিতভাৱে এক…

নতুন শিক্ষা নীতিৰ আধাৰত বিজ্ঞান শিক্ষা আৰু ভাষা-ভীতি

 নিৰু দত্ত   ‘মাতৃভাষাত এটি শিশুৱে শিক্ষা ল’লে মাতৃভাষা জীয়াই থকাত সহায় হয়, মাতৃভাষা সবল হয় আৰু সবল হোৱা মানেই সেই ভাষাৰ সাহিত্য-সংস্কৃতিও সবল হয়।’   থোৰতে ৰাষ্ট্ৰীয় শিক্ষানীতি- ২০২০ : “ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০” ই ইতিমধ্যে ব্যাপক চৰ্চা লাভ কৰিছে৷ চৰকাৰী অসমীয়া…

এগ্ৰিভ’ল্টেইক্স— ভূমিৰ যথাযথ ব্যৱহাৰ— ধাৰণক্ষম খাদ্য উৎপাদন

 ড০ ভাৰত বৰুৱা   উদ্ভিদৰ বিকাশৰ বাবে সূৰ্যৰ পোহৰ আৰু তাপ দুয়োটাৰে অতিকে প্ৰয়োজন। সূৰ্যৰ পৰা বিকিৰিত তাপ আৰু পোহৰৰ মান আৰু পৰিমাণ দুয়োটাই বায়ুমণ্ডলীয় পৰিস্থিতি আৰু ঋতুৰ ওপৰত নিৰ্ভৰশীল। সূৰ্যৰ তাপ আৰু পোহৰে যিহেতু উদ্ভিদৰ ভিতৰভাগত হোৱা বহু ৰাসায়নিক কাৰ্যকলাপৰ বাবে…

ব্যাপ্তি আনন্দৰ–ব্যাপ্তি অনুভৱৰ

 সঞ্জীৱ সভাপণ্ডিত   ট্ৰেভৰ নোৱা (Trevor Noah) নামৰ এজন মঞ্চ কৌতুক শিল্পী (stand up comedian)  আছে৷ তেওঁৰ দেউতাক ছুইজাৰলেণ্ডৰ, মাক আফ্ৰিকাৰ, পঢ়িলে ইংলণ্ডত, থাকে আমেৰিকাত আৰু প্ৰগ্ৰেমটো কৰিছে জাৰ্মানীত৷ কথাৰ লাচতে তেওঁ কৈ দিলে যে আমেৰিকাৰ বৰ্তমান সময়ৰ কোনো এজন ৰাষ্ট্ৰপতিয়ে এটাও…

শৰীৰী সজ্ঞানতা আৰু দঞি পঃল’ নাট সমাৰোহ

নীলোৎপল বৰুৱা মানুহৰ শৰীৰ-সজ্জা আৰু তাৰ বিৱৰ্তনক লৈ সময়ানুগ চৰ্চা চলি আহিছে। তাৰ ভিন্ন বিভাগৰ ভিতৰত ‘উত্তৰ উপনিৱেশিক শৰীৰ–সজ্জা’ৰ চৰ্চা অন্যতম। পাৰিৱেশ্য কলাৰ প্ৰেক্ষাপট আৰু তাৰ দৃষ্টিকোণেৰে কৰা এই চৰ্চা একমাত্ৰ বৈজ্ঞানিকেই নহয়, শৈল্পিকো। বহু দ্ৰষ্টাই ইয়াক লৈ নিৰন্তৰ সম্পৰীক্ষা…

ক’ত নাই ৰসায়ন!

 অভিজিত শর্মা বৰুৱা   বিশ্ব ব্রহ্মাণ্ডৰ প্রতিটো একক দ্রব্য আচলতে একোটা ৰাসায়নিক পদার্থই। আমি যে আধুনিক খাদ্যৰ পৰা ঔষধলৈকে, প্লাষ্টিকৰ পৰা কম্পিউটাৰলৈকে, কাগজৰ পৰা কৃত্রিম সূতালৈকে বিভিন্ন ধৰণৰ সামগ্রী তৈয়াৰ কৰিব পাৰিছোঁ, তাৰ মূলতে আছে ৰসায়ন। আমি কেতিয়াবা আমাৰ নিজা…

অসমৰ জনগোষ্ঠীগত দ্বন্দ্ব সন্দৰ্ভত হীৰেন গোহাঁইৰ মতাদৰ্শ

 চন্দনজ্যোতি চুতীয়া   বিংশ শতিকাত আত্মপ্ৰকাশ কৰি অসমৰ জাতীয় জীৱনক দিক্‌দৰ্শন কৰিবলৈ সক্ষম হোৱা হীৰেন গোহাঁইৰ অধ্যয়ন, পৰ্যবেক্ষণ আৰু চিন্তনৰ ক্ষেত্ৰ যথেষ্ট গভীৰ আৰু ব্যাপক৷ বিংশ শতিকাৰ দ্বিতীয়াৰ্ধৰ পৰা গোহাঁয়ে মূলতঃ অসমৰ শোষিত-নিপীড়িত শ্ৰেণীৰ মুক্তিৰ হকে এজন অগ্ৰণী সমাজ সমালোচকৰ…

বেটবাৰ্ড – বাই’মিমেটিকছ – ইক’ল’কেশ্ব্যন

ড° ভাৰত বৰুৱা     বেট বা বাদুলি দেখাত চৰাইৰ দৰে যদিও ই প্ৰকৃততে চৰাই নহয়। ই এবিধ স্তন্যপায়ী, গতিকে চৰাইৰ সদৃশ কণী নাপাৰে, পোৱালিহে দিয়ে। স্তন্যপায়ী বাবেই ইহঁতে নিজৰ পোৱালিক পিয়াহ খুৱাই ডাঙৰ কৰে। লোকপৰম্পৰাত বাদুলি হৈছে তেনেই এলাগী জীৱ,…