বিজ্ঞানমনস্কতা আৰু শংকৰদেৱ : প্ৰেক্ষিত নামঘৰ প্ৰসঙ্গ
মঞ্জু দাস প্ৰস্তাৱনা : বিজ্ঞানমনস্কতা হ’ল বৈজ্ঞানিক মনোবৃত্তি, যুক্তিবাদী মননশীল চৰ্চা আৰু বিচাৰাত্মক চিন্তাৰ পদ্ধতিগত কৌশল৷ কোনো এটা বিষয়ত এক কথাত সহমত প্ৰকাশ নকৰি সংশয় প্ৰকাশৰ দ্বাৰা যুক্তিনিষ্ঠাভাৱে আৰু বিচাৰ-বিশ্লেষণ কৰাই হ’ল বিজ্ঞানমনস্কতা৷ নিৰন্তৰ প্ৰশ্নশীলতা আৰু অনুসন্ধিৎসা বিজ্ঞানমনস্কতাৰ বৈশিষ্ট্য৷…