Written by 4:53 am Poems

ৰমেন বৰুৱা

কৌস্তুভমণি শইকীয়া

সুৰবোৰ বিচাৰি 

হাবাথুৰি খাইছোঁ 

বৰ অসহায় সময় 

লতাশিল খেলপথাৰ ৰিঙা ৰিঙা

পুৰণি ঘৰটোৱে কথা পাতে

নিজৰ ভিতৰতে 

স্মৃতি-বিস্মৃতিৰ পাঁজৰত

এডোঙা অনিশ্চিত দুখ 

দুঃসহ   ।

 _ _ _

দূৰভাষ – ৯৪৩৫৫৪৫৭০৭

Visited 2 times, 1 visit(s) today
Last modified: May 4, 2025
Close Search Window
Close