Written by 3:57 am Articles

পঢ়ুৱৈৰ মতামত

আলোচনীখন উচ্চ মানৰ হৈছে৷ আশা কৰোঁ পঢ়ুৱৈ‍ হিচাপে  ধন্য হ´ম৷

ধৰণী নেওগ

dharanineog61@gmail.com

প্ৰশংসনীয় পদক্ষেপ৷ নিশ্চয় ৰাইজৰ মাজত সঁহাৰি পাব৷ বিশিষ্ট বুদ্ধিজীৱী তথা সাহিত্যিক হোমেন বৰগোহাঞি‍ ছাৰৰ লগতে আন কেইবাজনো বিশিষ্ট সাহিত্যিক থকাৰ বাবে ৰাইজৰ মাজত সমাদৰ লাভ কৰিব৷

ৰাজীৱ শৰ্মা

rajibsharma14@gmail.com

আলোচনীকেন্দ্ৰিক অসমীয়া সাহিত্যৰ ইতিহাসত ‘অন্যযুগ’ এক ব্যতিক্ৰমী সংযোজন৷ কেইবাখনো অনলাইন আলোচনীয়ে অসমীয়া সাহিত্যৰ সৃষ্টি, বিচৰা আৰু প্ৰসাৰত  গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে যদিও এখন ছি‍ৰিয়াছ অনলাইন আলোচনীৰ প্ৰয়োজন  ‘অন্যযুগ’-এ পূৰণ কৰিছে৷ অন্যযুগলৈ শুভেচ্ছা৷

পৰেশ খনিকৰ

 pareshkhanikar2016@gmail.com

ভাল লাগিছে পঢ়ি। ওজস্বী লেখা… সমৃদ্ধ হৈ ৰওক  পঢ়ুৱৈৰ পৃথিৱীত ইতিহাসৰ ফুল গুঁঠি৷

ৰাতুল কুমাৰ বৰা

ratulbora896@gmail.com

‘অন্যযুগ’ নামৰ এই সপোনৰ নৈখন নিৰৱধি বৈ থাকিব। কাৰণ ইমান সহজলভ্যভাৱে‍ ইমানখিনি প্রয়োজনীয় কথা উপলব্ধ হোৱাকৈ আমি অন্য কোনো লেখা আজি পর্যন্ত পঢ়িবলৈ পোৱা নাই। অন্যযুগৰ দীৰ্ঘায়ু আৰু উত্তৰোত্তৰ কামনা কৰিছোঁ।

দিগন্ত বৰবৰা, তেলগৰম

ডাক: কানাইঘাট

পিন: ৭৮৫৬৯৯

গোলাঘাট (অসম)

ভ্ৰাম্যভাষ: ৬০০১৩৫৩৩৩৪

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

Visited 3 times, 1 visit(s) today
Last modified: May 25, 2025
Close Search Window
Close