পঙ্কজ প্ৰতিম বৰদলৈ

গুৱাহাটীৰ বশিষ্ঠ অঞ্চলৰ এখন ফ্লাইঅভাৰৰ দেৱালত কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ চিত্ৰ সম্বলিত এক দেৱাল শিল্পৰ অংকণৰ বাবে এটা শিল্প অনুষ্ঠানৰ কেইজনমান শিল্পীক আৰক্ষীয়ে আৰক্ষী চকীলৈ লৈ যোৱাৰ লগতে, তেওঁলোকক এই শিল্পকৰ্মক দেৱালৰ পৰা আঁতৰ কৰিবৰ বাবেও বাধ্য কৰিছিল। নীলিম মহন্তক নদীবান্ধ সম্পৰ্কে এক দেৱাল শিল্প অংকন কৰাৰ বাবে অৰুণাচল প্ৰদেশৰ আৰক্ষীয়ে আটক কৰা সাম্প্ৰতিক ঘটনাটোৱে এই দিশত এক নতুন চিন্তা-চেতনাৰ উন্মেষ ঘটাইছে। এই ঘটনাটোৱে শিল্পকলা আৰু বিশেষকৈ দেৱাল শিল্পৰ সমকালীন প্ৰভাৱৰ বহু দিশ আঙুলিয়াই দিলে। একে সময়তে কিন্তু দেৱাল শিল্পৰ অন্তৰালৰ শৈল্পিক দিশটোৰ ইতিহাস, গতিচক্ৰ, বিকাশ আদি বিভিন্ন দিশৰ চৰ্চা হোৱা দেখা নগ’ল।তেনে এক পটভূমিতে এই লেখাৰ জুমুঠিয়ে ঠন ধৰি উঠে।
নীৰসকংক্ৰিটেৰেনিৰ্মাণকৰাদেৱালএখনযেতিয়াএখনসজীৱকেনভাছলৈপৰিৱৰ্তিতহয়ইসকলোৰেদৃষ্টিআকৰ্ষণকৰেআৰুসেইদেৱালশিল্পইযদিআমাৰসামগ্ৰিকসাংস্কৃতিকপৰিৱেশবাৰাজনৈতিকঅৱস্থাৰবিভিন্নদিশকলৈএকশক্তিশালীমেছেজদিবলৈসক্ষমহয়, তেন্তেসেইদেৱালৰসন্মুখেৰেপাৰহৈযোৱাপ্ৰতিজনব্যক্তিয়েএইশিল্পৰপ্ৰতিএবাৰহ’লেওদৃষ্টিদিবলৈবাধ্যআৰুএয়াইদেৱালশিল্পৰজনপ্ৰিয়তাআৰুসাফল্য।
ষ্ট্ৰীটআৰ্টবাগ্ৰাফিটিহিচাপেপশ্চিমীয়াদেশবোৰতজনাজাত, যিৰাজহুৱাবাব্যক্তিগতমালিকানাৰবিভিন্নস্থানত (মূলতঃদেৱালসমূহত) অংকণকৰাহয়আৰুঅধিকসময়তঅনুমতিবিহীনভাৱে। অসমীয়াসঠিকপ্ৰতিশব্দএটাথাওকতেনাইযদিওএইলেখাত‘দেৱালশিল্প’ শব্দটোব্যৱহাৰকৰাহ’বআৰুইএইপদ্ধতিৰসকলোকলাকসামৰিল’ব।
দেৱালশিল্পৰমূলধাৰাটোৱেইপ্ৰতিবাদীধাৰা। পৰম্পৰাগতশিল্পকলাৰধাৰাসমূহৰউৰ্ধ্বতএকব্যাকৰণবিহীনমুক্তধাৰাৰশিল্পএইদেৱালশিল্প। সেইবাবেইকোৱাহয়যেদেৱালশিল্পই সমাজআৰুভৱিষ্যতৰসামগ্ৰিকভালৰ বাবে, প্ৰশ্ন কৰাৰআৰুচলিতব্যৱস্থাকপ্ৰত্যাহ্বানকৰাৰসাহসকৰে।
সামাজিক, ৰাজনৈতিকআৰুব্যক্তিগতমতপ্ৰকাশৰএকসফলব্যৱস্থাহৈছেদেৱালশিল্প। ইতিহাসৰবহুবিপ্লৱৰজনপ্ৰিয়তাতবিশেষঅৱদানআগবঢ়োৱাদেৱালশিল্পযোৱাকেইটামানদশকতহৈপৰিছেপ্ৰতিবাদৰনতুনআৰুজনপ্ৰিয়স্থান, মাধ্যমআৰুমেছেজ।
ইটালীয়ানভাষাৰ graffiare শব্দৰপৰাইংৰাজীগ্ৰাফিটিশব্দটোআহিছেআৰুতাৰসমাৰ্থকহ’বআঁক মৰা, আঁচ টনাইত্যাদি। প্ৰাচীনকালৰেপৰাইতিহাসতএইকলাৰব্যৱহাৰৰবিষয়েজনাযায়। ফ্ৰাঞ্চৰবিখ্যাতলেছক’ গুহাত (Lascaux Cave) অংকিতচিত্ৰসমূহআৰুপ্ৰাচীনগ্ৰীচআৰুৰোমানচহৰসমূহতএনেচিত্ৰৰব্যৱহাৰৰ বিষয়েজনাযায়। প্ৰাচীনইজিপ্তৰআবুছিম্বেল (Abu Simbel) চহৰআৰুইটালীৰপম্পেই (Pompeii) চহৰৰবিভিন্নশিলতএনেশিল্পপোৱাগৈছিল। প্ৰাচীনকালতখাদ্যৰপৰাপোৱাআনন্দআৰুবন্ধুত্বআৰুপ্ৰেমৰবিভিন্নবাণীকএইগ্ৰাফিটিৰজৰিয়তেপ্ৰকাশকৰাহৈছিল। ভাৰতৰঅজন্তাৰগুহাচিত্ৰওএনেকলাপদ্ধতিৰউৎকৃষ্টনিৰ্দশন। এইবিষয়কলৈলিখানিক’লাছগেঞ্জ (Nicholas Ganz) আৰুট্ৰিষ্টানমেনক’ (Tristan Manco)-ৰসুবিখ্যাতগ্ৰন্থ In Graffiti World: Street Art from Five Continents-অতউল্লেখআছেযে, যদিওহাড়আৰুশিলৰটুকুৰাৰদ্বাৰাএইচিত্ৰসমূহঅংকণকৰাহৈছিল, প্ৰাচীনচিত্ৰকৰসকলৰৰংছটিয়াইদেৱালতচিত্ৰঅংকণৰোসম্যকজ্ঞানআছিল। ৰংবোৰগুড়িকৰিজুলীয়াৰূপদিদীঘলীয়াহাড়ৰখোলাৰমাজেদিইয়াকদেৱালতছিটিকাইশিল্পপ্ৰস্তুতকৰাহৈছিল। পম্পেইৰখননতবহুচিত্ৰতঅনাগতনিৰ্বাচনৰশ্লোগানৰলগতেবহুযৌনউত্তেজকচিত্ৰওপোৱাগৈছিল। আনহাতেৰোমানসাম্ৰাজ্যতএইগ্ৰাফিটিৰাজনৈতিকবাণীআৰুঅভিমতপ্ৰকাশৰবাবেব্যৱহাৰহৈছিল। চহৰৰদেৱালসমূহজনসাধাৰণৰসমস্যাআৰুক্ষোভপ্ৰকাশৰঠাইহিচাপেব্যৱহাৰ কৰাহৈছিল। এইবিষয়কআনএখনপ্ৰসিদ্ধগ্ৰন্থছিডৰলিউছন (Cedar Lewisohn)-অৰ Street Art: The Graffiti Revolution -অতকোৱাহৈছেযেশেইক্সপীয়েৰৰসময়তোএইদেৱালশিল্পৰপ্ৰাধান্যআছিলকিন্তুউনৈছশতিকাৰশেষৰফালেএইকলাইইয়াৰগুৰুত্বহেৰুৱায়। ইয়াৰমূলকাৰণহিচাপেলিউছনে শ্ৰমিকবৰ্গআৰুধনীকশ্ৰেণীৰসংঘাতমুখ্যকাৰণহিচাপেব্যাখ্যাকৰিছে। সাংস্কৃতিকউৎপাদনৰনিয়ন্ত্ৰণধনীকশ্ৰেণীৰহাততআছিলআৰুদেৱালশিল্পকনিম্নআয়ৰলোকৰকলাবুলিউৎসাহজনোৱাহোৱানাছিল। পুঁজিবাদৰনব্যআগ্ৰাসনেসাধাৰণমানুহৰচিন্তাআৰুসমস্যাকপ্ৰতিফলিতকৰাএইদেৱালশিল্পৰজনপ্ৰিয়তাৰপ্ৰতিকঠোৰদৃষ্টিদিছিলআৰুইএইদেৱালশিল্পৰপ্ৰচাৰআৰুপ্ৰসাৰকৰুদ্ধকৰিছিল।
দ্বিতীয়মহাসমৰৰসময়ছোৱাতজাৰ্মাননাজীবাহিনীয়েনিজৰমতামতপ্ৰকাশৰবাবেআৰুনাজীআদৰ্শপ্ৰচাৰৰবাবেদেৱালশিল্পৰসহায়লৈছিল। আনহাতেনাজীবিৰোধীপ্ৰতিৰোধসংগ্ৰামগঢ়িতোলাঅগণনগোপনসংস্থাইএইদেৱালশিল্পৰজৰিয়তেসমগ্ৰইউৰোপতেনাজীবিৰোধীজনতাৰসমৰ্থনলাভৰপ্ৰয়াসকৰিছিল।
বৰ্তমানআধুনিককালৰদেৱালশিল্পহৈছেসমকালীনপৰিৱেশআৰুপৰিস্থিতিকপ্ৰতিফলিতকৰামুক্তপ্ৰকাশভংগীতবিশ্বাসীএকপ্ৰতিবাদীশিল্পমাধ্যম। এইধাৰাৰদেৱালশিল্প বিগত শতিকাৰষষ্ঠদশকতপ্ৰথমতেফিলাডেলফিয়াআৰুতৎকালীনভাৱেনিউয়ৰ্কচহৰতআৰম্ভহয়। কিছুপ্ৰতিবাদীযুৱকেচহৰৰদেৱালআৰুমেট্ৰ’ ৰেলৰডবাবোৰতৰংব্যৱহাৰকৰিচিত্ৰঅংকণকৰাৰলগতেনিজৰছদ্মনামযেনে BLADE, DAZE, CRASH আদিখোদিতকৰিছিল। চহৰীয়াদৰিদ্ৰতা, শোচনীয়জীৱননিৰ্বাহৰপৰিৱেশ, মাদকদ্ৰব্যৰপ্ৰসাৰলগতেচৰকাৰীজনকল্যাণকামীআঁচনিৰবিফলতাআদিবহুকাৰকেএইঅখ্যাতশিল্পীসকলকনিজৰক্ষোভদেৱালশিল্পৰজৰিয়তেপ্ৰকাশৰবাবেপ্ৰেৰিতকৰিছিল। আনহাতেনিউয়ৰ্কৰশিল্পীযেনেকেইথ হেৰিং (Keith Haring) আৰুজঁ মাইকেলবাছ্কুৱে (Jean-Michel Basquiat), এইশিল্পকআৰ্টগেলাৰীতোস্থানদিয়ালে। ১৯৮০দশকলৈএইকলাপদ্ধতিইউৰোপৰমুখ্যচহৰবোৰৰএকচিনাকিঅংগ হিচাপেপৰিগণিতহ’ল। নিউয়ৰ্কচহৰৰপ্ৰায়বোৰমেট্ৰ’ট্ৰেইনএইশিল্পৰে‘আক্ৰান্ত’ হ’লআৰু১৯৮৬চনৰশেষৰফালেকৰ্তৃপক্ষইফেঞ্চিংদিট্ৰেইনসমুহতচিত্ৰাংকণ ৰোধকৰিবলগাপৰিস্থিতিউদ্ভৱহৈছিল। যদিওএকধৰণৰবিক্ষিপ্তপৰিক্ৰমাৰেএইদেৱালশিল্পইপ্ৰসাৰলাভকৰিছিল, ক্ৰমান্বয়েজনতাৰমনতইগভীৰভাৱেৰেখাপাতকৰিবলৈআৰম্ভকৰিছিল।শতিকাটোৰ অন্তিমটোদশকলৈজনসাধাৰণৰচিন্তাচেতনাকআলোড়িতকৰিবপৰাৰাজনৈতিকপৰিৱেশআৰুবিষয়বস্তুৰবাবেএইদেৱালশিল্পকবুদ্ধিজীৱিসমাজেওকিছুগুৰুত্বসহকাৰেবিবেচনাকৰিবলৈআৰম্ভকৰিলে। কোনোনিৰ্দিষ্টধাৰাবাসংজ্ঞাতআৱদ্ধহ’বনোখোজাএইদেৱালশিল্পআছিলশক্তিশালীমতাদৰ্শী, বিপ্লৱীচেতনাৰ, বৌদ্ধিকউৎকৃষ্টতাসম্পন্ন, স্থিতাৱস্থাবিৰোধী, শ্লেষাত্মককলা, যিসাধাৰণ জনতাৰদ্বাৰাসাধাৰণলোকৰবাবেনিৰ্মিতসহজবোধ্যশিল্প। কমসময়তেএইশিল্পএকআন্দোলনতপৰিণতহ’ল। দেৱালশিল্পই‘শিল্প’তকৈওশিল্পৰস্ৰষ্টাৰলগতেতেনেলাখলাখআনবহুলোকৰজীৱন, আদৰ্শআদিকসফলভাৱেপ্ৰতিফলিতকৰিবপাৰিছিল।
দেৱালশিল্পৰআৰম্ভণিয়েইচলিতঅৱস্থাৰ প্ৰতিএকতীব্ৰবিষোদগাৰ। আমেৰিকাৰবিখ্যাতসংগীতযুটিপলছিম’ন (Paul Simon) আৰুআৰ্টগাৰফুঙ্কেল (Art Garfunkel)-এতেওঁলোকৰঅতি জনপ্ৰিয়গীত‘The sound of silence’-অতদেৱালশিল্পৰশক্তিকস্বীকাৰকৰিগাইছে‘the words of the prophets were written on the subway walls and the tenement halls’।এলেনছোৱাটছ্মেন (Allan Schwartzman)-এতেওঁৰ‘Street Art’ গ্ৰন্থখনতলিখিছেযেদেৱালশিল্পৰশিল্পীসকলৰশিল্পৰপ্ৰচলিতধাৰণাকসলনিকৰাৰকোনোউদ্দেশ্যনাছিলযদিও, স্থিতাৱস্থাকপ্ৰশ্নকৰাৰএকপ্ৰয়াস তেওঁলোকেনিশ্চয়কৈকৰিছিল। দৈনন্দিনজীৱনযাপনকৰাসাধাৰণমানুহকসামাজিকগুৰুত্ব থকাবিষয়ৰসম্পৰ্কেকলাত্মকভাৱেঅৱগতকৰাওএইশিল্পৰঅন্যতমমুখ্যউদ্দেশ্যআছিল। কলাৰআকৰ্ষণীয়তা, সৰ্বজনগ্ৰহণযোগ্যতাআৰুবিশ্বজনীনতাতথাদেৱালশিল্পৰঅভিনৱত্বৰবাবেএইশিল্পৰজৰিয়তেদিবখোজাবাৰ্তাআছিলসুদূৰপ্ৰসাৰীআৰুসহজতেইজনপ্ৰিয়।
প্ৰতিবাদৰএকধাৰাল, অভিনৱআৰুনব্যমাধ্যমহিচাপেদেৱালশিল্পইসমগ্ৰইউৰোপ, দক্ষিণআমেৰিকাআৰুবিশ্বৰবিভিন্নপ্ৰান্ততদ্ৰুতজনপ্ৰিয়তালাভকৰিলে। ফ্ৰাঞ্চৰব্লিকলা’ ৰেট (Blek le Rat), যাৰপ্ৰকৃতনামজেভিয়’ৰপ্ৰ’ (Xavier Prou), তেওঁৰঅসংখ্যনিগনিৰচিত্ৰইপেৰিচহৰৰদেৱালততোলপাৰলগাইছিল। তেওঁৰমতেনিগনিহৈছে‘only free animal in the city, and one which spreads the plague everywhere, just like street art’। সমগ্ৰবিশ্বৰপ্ৰধানচহৰসমূহৰএকমানৱীয়সমস্যাগৃহহীনসকলকলৈএইজনশিল্পীৰ২০০৬চনতকৰাশিল্পকৰ্মইসমগ্ৰবিশ্বৰমনোযোগআকৰ্ষণকৰিছিল। এইজনশিল্পীৰদ্বাৰাঘাইকৈপ্ৰভাৱান্বিতহোৱাতথাবৰ্তমানবিশ্বৰঅন্যতমজনপ্ৰিয়অথচলোকচক্ষুতঅপৰিচিতহৈথাকিভালপোৱাশিল্পীজনহৈছেবেঙ্কছী (Banksy)।প্ৰকৃতাৰ্থতদেৱালশিল্পৰবৰ্তমানৰজনপ্ৰিয়তা, গুৰুত্বআৰুকলাত্মকগ্ৰহণযোগ্যতাৰমূলকৃতিত্ব হৈছেবেঙ্কছীৰঅভূতপূৰ্বসৃজনীশীলতা, শক্তিশালীমেছেজআৰুঅভিনৱথীমৰঅথচসহজবোধ্যদেৱালশিল্প।
ইংলেণ্ডৰব্ৰিষ্টলচহৰতকুৰি শতিকাৰ শেষ দশকৰআৰম্ভণিতেকিছুঅভিনৱদেৱালশিল্পইজনতাৰমনআকৰ্ষণকৰিছিল। Bristol Underground Scenes নামেজনাজাত হোৱাএইলানিশিল্পইবেঙ্কছীকচিনাকিকৰি তোলে। সমকালীন বিশ্বৰ অতিশয় প্ৰতিভাৱান আৰু প্ৰভাৱশালী ষ্ট্ৰিট আৰ্ট শিল্পীজন হৈছে ইংলেণ্ডৰ বেঙ্কছী। তেওঁৰ প্ৰকৃত নাম জনা নাযায় আৰু প্ৰায় ৪৭ বছৰ বয়সীয়া এই শিল্পীগৰাকীৰ দেৱাল শিল্পই প্ৰথমতে ব্ৰিষ্টল চহৰ আৰু তাৰ পাছত সমগ্ৰ ইংলেণ্ডতে তোলপাৰ লগায়। অতি অভিনৱ ধাৰণা, ৰঙৰ উচিত প্ৰয়োগ, ঠাইৰ পৰিপক্ক ব্যৱহাৰ আৰু আকৰ্ষণীয় শিল্পকৰ্মৰ বাবে তেওঁৰ জনপ্ৰিয়তা তুংগত। তেওঁৰ দেৱাল শিল্পৰ প্ৰতিবাদী ভাষা আৰু ৰাজনৈতিক ‘নেৰেটিভে’ শাসক-জনতাৰ চিন্তা-চৰ্চাক আলোড়িত কৰি আহিছে। পৰিচয়বিহীন এই শিল্পীৰ শিল্পকৰ্ম বৰ্তমান বিশ্বৰ শিল্পৰসিক আৰু ৰাজনৈতিক ভাষ্যকাৰৰো আগ্ৰহৰ বিষয়। বেঙ্কছীয়েপ্ৰথমবৃহৎদেৱালশিল্পThe mild mild west ১৯৯৭ চনতব্ৰিষ্টলচহৰৰদেৱালতঅঙ্কণকৰে। ইয়াৰপাছৰেপৰাতেওঁৰশিল্পকৰ্মইপাছলৈউভতিচাব লগাহোৱানাই। বেঙ্কছীৰশিল্পকৰ্মৰসফলতাৰগুৰিতেহ’লশক্তিশালীৰাজনৈতিকঅভিব্যক্তিসম্পন্ন, স্পষ্টবাদী, যুদ্ধ,ফেচীবাদ,ভোগবাদ,বিশ্বায়নবিৰোধীঅভিনৱশিল্পকৰ্ম। বেঙ্কছীৰশিল্পৰভাষাহৈছেতীৰ্যকশ্লেষযুক্তকঠোৰ আৰুমূল্যায়ণধৰ্মী। সমকালীনসময়ৰসামাজিকৰাজনৈতিকঅৱস্থাকবেঙ্কছীয়েকিদৰেনিজৰশিল্পৰেপ্ৰকাশকৰেসেয়াবহু শিল্পৰসিকেআগ্ৰহেৰেবাটচাইথাকে।
কলাআৰুৰাজনীতিৰএকগভীৰসৰ্ম্পকআছেআৰুএইকথাঅবিশ্বাস্যযেকলাজগতৰাজনৈতিকপৰিস্থিতিৰদ্বাৰাপ্ৰভাৱান্বিতনহয়, বহুসময়তপৰিৱৰ্তনৰআৰম্ভনিৰঙৰব্ৰাছআৰুতুলিকাৰপৰাইআৰম্ভহয়। দেৱালশিল্পইএইপ্ৰতিবাদআৰুপৰিৱৰ্তনৰধাৰাটোৰসফলবাহকহিচাপেকামকৰে। পশ্চিমীয়াদেশতদেৱালশিল্পৰমূলভাষাটোমূলতপ্ৰতিবাদীআৰুকিছুপৰিমাণেসামাজিকইছ্যুভিত্তিক। বেঙ্কছীৰশেহতীয়াদুটাশিল্পকৰ্ম‘ভেলেণ্টাইনডে’ (ফেব্ৰুৱাৰি২০২০) আৰু‘গেমচেঞ্জাৰ’ (মে’২০২০) দুটাসামাজিকবিষয়ভিত্তিকশিল্প। প্ৰথমটোপ্ৰেমৰদিৱসৰএকতীৰ্যকপ্ৰকাশআনহাতেদ্বিতীয়টোকৰ’নামহামাৰীতঅসাধাৰণসেৱাআগবঢ়োৱাস্বাস্থ্যকৰ্মীসকললৈসন্মান জনাইছাউথাম্পটনৰঅসামৰিকচিকিৎসালয়ৰদেৱালতঅঙ্কনকৰাএকঅপূৰ্বশিল্পকৰ্ম।
সমকালীনপ্ৰতিবাদৰএকনব্যধাৰাহিচাপেদেৱালশিল্পৰপ্ৰভাৱকইজিপ্ততহোৱাচৰকাৰ বিৰোধীস্বতঃস্ফূৰ্তগণআন্দোলনকালীনসময়ৰপৰ্যালোচনাৰেবুজিবপাৰি। আৰৱবিপ্লৱৰসময়ছোৱাৰআৰুপাছৰকালতোকাইৰোচহৰমধ্যপ্ৰাচ্যৰদেৱালশিল্পৰৰাজধানীতপৰিণতহয়। স্থানীয়শিল্পীকেইজাৰ (Keizer)-অৰ‘Respect Existence or Expect Resistance’ নামৰশ্লোগানযুক্তদেৱালশিল্পইবিশ্বব্যাপিপ্ৰসিদ্ধিলাভকৰিছিল। ইজিপ্তৰদেৱালশিল্পইসাধাৰণ জনতাকতেওঁলোকেকিভবাউচিতসেয়াসদায়নিৰ্ণয়কৰিদিয়াৰাজনৈতিকগণ্ডীৰপৰাওলাইআহিস্বকীয়আৰুমৌলিকদৃষ্টিভংগীৰেস্বাধীনচেতিয়াকৈপৃথিৱীখনচোৱাৰএকপৰিৱেশদিছিল। কাইৰোচহৰৰমহম্মদমাহমুদপথৰদেৱালসমূহপৰিণতহৈছিলইজিপ্তৰসমকালীনসময়ৰশ্ৰেষ্ঠবিপ্লৱীদেৱালশিল্পৰসজীৱকেনভাছ। মধ্যপ্ৰাচ্যৰএটাআগশাৰীৰইংৰাজীনিউজচেনেলেকাইৰোৰএইদেৱালশিল্পৰবিষয়েকৰাৰিপৰ্টিঙতএনেকৈকৈছিল‘takes the message to a whole new level—telling the story of death and injustice, in a street that’s seen it all.’ এইবিষয়ক লৈ নিৰ্মাণ হোৱাএখনআগশাৰীৰতথ্যচিত্ৰআমিৰাগে’ড (Amira Gad)-অৰThe Noise of Cairo: The Artists Behind the Egyptian Revolution–একণ্ঠৰোধকৰিথোৱাজনতাইকিদৰেএইদেৱালশিল্পৰেনিজৰমতামতপ্ৰকাশকৰিছিলতাকসুন্দৰকৈপ্ৰকাশকৰিছে। ইজিপ্তৰবিপ্লৱেসামগ্ৰিকভাৱেজনগণককিদিলেসিঅন্যএকআলোচনাৰবিষয়কিন্তুএকনব্যধাৰাৰসজীৱভাবপ্ৰকাশৰমাধ্যমহিচাপেদেৱালশিল্পক মধ্যপ্ৰাচ্যতপ্ৰতিষ্ঠাকৰিলে।
আনএটাউদাহৰণআগ বঢ়াইছোঁ। লেটিনআমেৰিকাৰদেশসমূহৰভিতৰতেবৃহৎআৰুজনবহুলদেশব্ৰাজিলৰদুইমুখ্যচহৰৰিঅ’ ডিজেনেৰিঅ’ আৰুছাওপাওলোএকেসময়তে‘বেআইনী’ দেৱালশিল্পৰবাবেওবিখ্যাত। লেটিনআমেৰিকাৰদেশসমূহৰঅস্থিৰৰাজনৈতিকপৰিস্থিতি, অৰ্থনৈতিকদুৰৱস্থা, মাদকদ্ৰব্যৰঅবাধবেহাআদিকাৰণবোৰেযুৱপ্ৰজন্মকপ্ৰভাৱিতকৰিআহিছে। ফলস্বৰূপেএকস্বতঃস্ফূৰ্তক্ষোভআৰুপ্ৰতিবাদীচেতনাসেইবোৰ দেশৰসমাজজীৱনতসততেবিৰাজমান। এইক্ষোভআৰুহতাশাৰলগতেমানসিকঅন্তৰ্দ্বন্দ্বইএকধাৰালপ্ৰতিবাদীচেতনাস্ৰোতহিচাপেদেৱালশিল্পতস্থানপায়। অৰ্থনৈতিকবৈষম্য, শ্ৰেণীপাৰ্থক্যতথাসামাজিকঅস্থিৰতাওব্ৰাজিলৰএইদুইচহৰৰশিল্পকৰ্মৰঘাইবিষয়বস্তু। বৃহৎআকাৰৰঅনবৈদ্য শৈলীৰদেৱালশিল্পৰবাবেবৰ্তমানসময়তবিশ্বৰদৃষ্টিনিবদ্ধথকাব্ৰাজিলৰদেৱালশিল্পৰঅন্যতমস্ৰ্ষ্টাজনেইহৈছেএডুৱাৰ্ডক’ব্ৰা(Eduardo Kobra)।বিশ্বকাপফুটবলৰসময়তপাঁচখনমহাদেশকপ্ৰতিফলিতকৰাপাঁচখনমুখাৱয়বৰ৩০০০ বৰ্গমিটাৰঠাইৰ১৯০মিটাৰদীঘলএইদেৱালশিল্পইসমগ্ৰবিশ্বকেচমকিতকৰিছিল। আনহাতেমহাত্মাগান্ধীআৰুমাডাৰটেৰেছাকলৈঅঙ্কিততেওঁৰআনএকবৃহৎ দেৱালশিল্পমানৱীয়তা, পৰোপকাৰ, সত্য, অহিংসাআৰুসৰ্বোপৰিশান্তিৰপ্ৰতীক। যিশান্তি, বৰ্তমানবিশ্বৰবাবেঅতীৱপ্ৰয়োজনীয়।
যদিওখ্ৰীষ্টপূৰ্বদ্বিতীয়শতিকাতেনিৰ্মিতঅজন্তাৰগুহাচিত্ৰইভাৰতৰইতিহাসতএনেধৰণৰদেৱালশিল্পৰউপস্থিতিৰঐতিহাসিকগুৰুত্বৰকথাজনায়, তৎসত্বেওকিন্তুবৰ্তমানসময়তভাৰততএইশিল্পইউৰোপৰদেশবোৰৰদৰেএকপ্ৰতিবাদীধাৰাহিচাপেজনপ্ৰিয়নহয়। ভাৰতৰবিভিন্নৰাজ্যৰলোককলাৰচিত্ৰসমূহোমূলতব্যক্তিগতবাসস্থানবাৰাজহুৱাস্থানৰসৌন্দৰ্যবৰ্দ্ধনৰবাবেচিত্ৰিতকৰাহয়।১৯৬০–৯০দশকৰসময়ছোৱাতৰাজনৈতিকপ্ৰতিবাদৰধাৰাহিচাপেদেৱালশিল্পইমূলতপশ্চিমবংগআৰুকলিকতাচহৰতবিশেষপ্ৰভাৱপেলাইছিল। বাওঁপন্থীউগ্ৰবাদ, জৰুৰীকালীনসময়আদিৰএইসময়ছোৱাতবহুঅখ্যাতশিল্পীআৰুসাধাৰণজনতাইএনেদেৱালশিল্পৰজৰিয়তেনিজৰবিচাৰধাৰাব্যক্তকৰিছিল। কিন্তু, কুৰি শতিকাৰ শেষ দশকৰআৰম্ভণিৰঅৰ্থনৈতিকসংস্কাৰআৰুবিশ্বায়নৰক্ষিপ্ৰসম্প্ৰসাৰণেকলিকতাকেন্দ্ৰিকএইৰাজনৈতিকপ্ৰতিবাদীধাৰাৰদেৱালশিল্পকম্লানপেলায়আৰুক্ৰমান্বয়েইকলিকতাৰদেৱালসমূহৰপৰাহেৰাইযায়। একবিংশশতিকাৰআৰম্ভণিৰবছৰসমূহতএইদেৱালশিল্পইপুনৰকিছুপৰিমাণেদিল্লী, মুম্বাইআদিচহৰতয়ন্ত্ৰ (Yantra), জাইন (Zine), ডাকু (Daku) আদিশিল্পীসকলৰহাততকিছুপৰিমাণেঠনধৰিউঠে। ইয়াৰসমান্তৰালভাৱেকিছুশিল্পকলাৰঅনুষ্ঠানআদিয়েওএইপ্ৰক্ৰিয়াতঅংশগ্ৰহণকৰে। ভাৰতৰকেইবাখনোচহৰতদেৱালশিল্পৰবাৰ্ষিকঅনুষ্ঠানহয়।কিন্তু, মন কৰিবলগীয়াকথাএইটোযেভাৰততএইশিল্পকলাৰসেইপ্ৰতিবাদীসত্তাটোৰউপস্থিতিনগণ্য। শিল্পীডাকুৰকিছুশিল্পকৰ্মকবাদদিলেভাৰতৰএইদেৱালশিল্পৰধাৰাটোমূলতঃনান্দনিকসৌন্দৰ্যআৰুসৃজনীশীলতাৰসমাহাৰ।
দেৱালশিল্পকলৈকিছুঅভিযোগোআছে। যদিওবহুলভাৱেজনপ্ৰিয়আৰু‘ৰাজহুৱাকলা’ হিচাপেসমাদৃতকিন্তুবহুসমালোচকৰমতেদেৱালশিল্পহৈছেৰাজহুৱাসম্পত্তিৰধ্বংসকাৰীএকপ্ৰক্ৰিয়া। কলাৰমূলসুঁতিৰধাৰাসমূহেওব্যাকৰণবিহীনঅনিয়ন্ত্ৰিতএইকলাপদ্ধতিকমান্যতাদিবলৈইতঃস্তত বোধকৰে।ইংৰাজীৰVandalism শব্দৰআক্ষৰিকঅৰ্থঅনুসাৰেদেৱালশিল্পৰাজহুৱাবাব্যক্তিগতসম্পত্তিধ্বংসৰবিষয়হ’বপাৰে, কিন্তুঅৰ্থপূৰ্ণ, উচ্চমানবিশিষ্টদেৱালশিল্পকএইসংজ্ঞাৰেসীমিতকৰাউচিতহ’বনেনহয়সেয়াআনএকবিচাৰ্যবিষয়। অনুমতিবিহীনদেৱালশিল্পক‘বেআইনী’ আৰু‘নেতিবাচককলা’ বুলিআখ্যাদিয়াসমালোচকসকলেএকেসময়তেচৰকাৰীবাআনব্যৱসায়িকপ্ৰতিষ্ঠানেনিৰ্মাণ কৰোৱাএনেদেৱালশিল্পৰইতিবাচকদিশটোওমনতৰখাউচিত বুলিএইকলাৰৰসিকসকলেমন্তব্যকৰে। সকলোপ্ৰক্ৰিয়াৰকিছুত্ৰুটি–বিচ্যুতিথকাৰদৰেদেৱালশিল্পৰোএনেকিছুদিশথাকিবপাৰে, একেসময়তেকিন্তুএইকলাৰগ্ৰহণযোগ্যতাআৰুসাৰ্বজনীনতাকঅগ্ৰাহ্যকৰিবপৰানাযায়।
সৃজনীশীল অভিনৱ শিল্পই স্ৰষ্টাৰ মানসিক উৎকৰ্ষৰ পৰিচয় দিয়াৰ লগতে ৰসিক সকললৈ আগবঢ়াই চিন্তাৰ খোৰাক। সেই শিল্পই যদি ৰাজনৈতিক দৃষ্টিভংগীৰে এক ‘মেছেজ’ দিয়াৰ প্ৰয়াস কৰে,সি হৈ পৰে এক অব্যৰ্থ শক্তিশালী শিল্পকৰ্ম। শিল্পৰো বিভিন্নতাৰ মাজত ‘ষ্ট্ৰিট আৰ্ট’ আৰু ‘গ্ৰাফিটি’ হৈছে অনবদ্য, আকৰ্ষণীয় আৰু সাধাৰণ মানুহৰ বোধগম্য এক জনপ্ৰিয় মাধ্যম। লেটিন আমেৰিকাকে ধৰি বিশ্বৰ বিভিন্ন দেশ সমূহত সত্তৰৰ দশকৰ স্বেচ্ছাচাৰী একনায়ক শাসকবৃন্দৰ বিৰুদ্ধে শক্তিশালী জনমত গঠন কৰাত এই কলাপদ্ধতিৰ বিশেষ অৱদান আছে।
শিল্পৰ সাৰ্বজনীন গ্ৰহণযোগ্যতা থাকে আৰু দেৱাল শিল্পৰদৰে ‘কমন মেন’ৰ শিল্প তৎকালীনভাৱে জনপ্ৰিয় হয়৷ জনতা আৰু ৰসিকৰ মনত ই চাপ থৈ যায়। যি নিৰৱচ্ছিন্নভাৱে চিন্তাৰ সমল দি থাকে।
দেৱাল শিল্পই বৰ্তমান এক বিৰ্বতনৰ মাজেৰে যাত্ৰা কৰি আছে, অনাগত সময়ে এই দেৱাল শিল্পক আৰু নতুন সমলেৰে সমৃদ্ধ কৰিব। সৃষ্টিশীল এচাম শিল্পীৰ অভিনৱ চিন্তাই এই শিল্পক যে অনন্য মাত্ৰা প্ৰদান কৰিব সেয়া নিশ্চিত ভাৱে ক’ব পাৰি।
বেঙ্কছী আৰু অন্যান্য শিল্পী সকলৰ দৃশ্য শিল্পই দেৱাল শিল্পক দিছে এক নতুন মাত্ৰা, নতুন ভাষা আৰু প্ৰতিষ্ঠা কৰিছে প্ৰতিবাদৰ এক নতুন মাধ্যম হিচাপে। দেৱাল শিল্পক মোহাৰি পেলাই বা শিল্পীক অৱৰুদ্ধ কৰি শিল্পীৰ বাক্ স্বাধীনতাক খৰ্ব কৰিব পাৰি, কিন্ত সেই শিল্পৰ স্বকীয়তা আৰু সাৰ্বজনীনতা তথা শিল্পৰ ‘মেছেজ’ক স্তব্ধ কৰিব নোৱাৰি। সেয়াই সকলো শিল্প আৰু বিশেষকৈ ৰাজনৈতিক দৃষ্টিভংগীৰ দেৱাল শিল্পৰ প্ৰতিবাদৰ শক্তি আৰু দৃশ্যকলাৰ সৌন্দৰ্য।
ঠিকনা :
উপ সঞ্চালক
ৰাষ্ট্ৰপতি ভৱন
ভ্ৰাম্যভাষ : ৮৮০০৯৪৮৮০৮
ই-মেইল : protimpankaj@gmail.com
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা