মূল : কবি গুলজাৰ
অনুবাদ : পাপু মজুমদাৰ
(কবি পৰিচিতি : ১৯৩৪ চনৰ ১৮ আগষ্ট এটা পাঞ্জাৱী পৰিয়ালত জন্ম হৈছিল সম্পূর্ণ সিং কালৰাৰ। যি গৰাকী ব্যক্তি আমাৰ ওচৰত কবি গুলজাৰ চাহাব হিচাপে অধিক জনপ্রিয়।)
মনত আছে এদিন
মোৰ টেবিলত বহি
চিগাৰেটৰ পেকেটৰ ওপৰত
তুমি এটা স্কেচ্ছ আঁকিছিলা
আহি চাই যোৱাঁ-
আজি সেইজোপা গছত ফুল ফুলিছে !
—
ঠিকনা :
পাপু মজুমদাৰ
বি. বৰুৱা পথ, আমোলাপট্টী
নগাঁও, অসম
ডাক : ৭৮২০০৩
ভ্ৰাম্যভাষ : ৯৮৬৪২০১৭৭৯
Visited 2 times, 1 visit(s) today
Last modified: May 5, 2025