হৰেকৃষ্ণ ডেকাপশ্চিমৰ আকাশত ঘৰমুৱা জোন। তৃপ্ত। ভাগৰুৱা।ওৰে ৰাতি জোনৰ স’তে খেলা কৰি পৃথিৱীয়ে কাটি হৈ শুব খুজিছিল।পূবৰ খিৰিকীৰে হেঁপাহেৰে বেলিয়ে চাইছিলহে—হুৰমূৰাই মানুহৰ কোঢ়ালবোৰ সোমাই আহিল।শ্ৰব্য ৰূপ

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 2 times, 1 visit(s) today
Last modified: May 22, 2025