Written by 12:22 pm Poems

সংযোগ

মূল : অক্টাভিঅ’ পাজ

 অনুবাদ : ড দীপমণি দাস

বৰ্তমানৰ ইটো সিটো কথাৰ মাজত

তুমি আৰু মই

যিদৰে আছোঁ

প্ৰয়োজন সংযোগ বাৰ্তালাপৰ

এই বাৰ্তালাপত ভাগ লোৱা মানেই তুমি মুকলি মনে কৰা কৰা অন্তৰৰ বাৰ্তালাপ

এই সংযোগতহে তুমি পাবা এখনি পৃথিৱী আৰু গৈ গৈ পাবা 

এটি আঙুঠি

কোনো কথাৰ 

ইপাৰ সিপাৰৰ 

মাজত থাকে

এটা শৰীৰ

যি প্ৰাচীৰ

যি বেঢ়ি থাকে কথাটো

আৰু থাকে এখন ৰামধেনু অৱশ্যে

প্ৰাচীৰ নেওচি

ৰামধেনুখন পালেই

মই শুই পৰিম

ৰামধেনুৰ তোৰণৰ তলতে

ঠিকনা :

ফৰেষ্ট ক’লনি, ৱাৰ্ড নং ১০

বৰপেটাৰোড্, ডাক : শিমলাগুৰি

বৰপেটা -৭৮১৩১৩

ফোন : ৮১৩৩০৫৯৫৬১

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 19, 2025
Close Search Window
Close