Written by 10:04 am Articles

দুঘৰৰ দোঘোৰা

মুনীন্দ্ৰ মহন্তদুঘৰৰ টিনপাতৰ চালিবৈ আহে বৰষুণৰ পানী
দুঘৰৰ দোঘোৰাতদুখন চালৰ পানীএকেলগ হয়এসোঁতা হৈ বয়
দুঘৰৰ ঘৰৰ ভিতৰতহুতাহবাহিৰত বতাহ
দুখন তোৰণ দুঘৰৰতোৰণ তলেৰে ওলাই বাটলৈএকেটাই ৰাজআলি
দুয়োঘৰৰ ভোকৰ পাতদুয়োঘৰৰ মাতৰ নাটবিবিধ
বৰষুণে ধুৱায়দুঘৰৰ টিনপাত
দুঘৰৰ দোঘোৰাতপানী পৰে দুখন চালৰএকেলগ হয়এসোঁতা হৈ বয়শ্ৰব্য ৰূপ

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

Visited 2 times, 1 visit(s) today
Last modified: May 22, 2025
Close Search Window
Close