Written by 5:21 am Articles

জেউতি ঘৰলৈ আহিলে কলাপাতত কাউৰী পৰে

অৰ্চনা ঠাকুৰীয়াচেপি ধৰা শিলৰ ফাঁকেৰে বৈ আহে এছাটি গৰম বতাহ
যেন হুমুনিয়াহ! না… নহ’বও পাৰে 
অ’, এয়া উশাহ
জীৱনৰ মধুৰ সংগীত… যাৰ ভাৱ-সুৰ 
অদেখা-অদেহীসেই উশাহৰ গৰাকী জনতা বিশ্ববিদ্যালয়ৰসাৰস্বত সাধক,ভালপোৱা যাৰ হাতত, চকুত এনেকি তেওঁৰ পৰিধেয় বস্ত্ৰতোবশীকৰণ মন্ত্ৰৰে হৃদয় জিনাৰ কৌশলী কিম্বা বন ফৰিঙৰ সক্ৰিয়তাৰ দৰে সজীৱ আৰু তগবগ তেওঁৰ নক্ষত্ৰখচিত মনাকাশক্ৰমশঃ দহি আহে  হৃদয়দুৰ্যোধন-প্ৰসৱ ব্যথাৰে ব্যথিত তেওঁসুখ, যাৰ বাবে গদ্যত থকা ছন্দৰ দৰে অন্তৰ্নিহিতজেউতি ঘৰলৈ আহিলেও কলাপাতত কাউৰী পৰেআৰু তাই  থাকিবলৈ ল’লেপাচিটো আগচোতালত জ্বালামুখী হৈ বহেঅঘাটত লগাই থোৱা নাওখনৰ লংগৰ হেৰাল কেনিকোনে নিচুকায় দুখৰ বেলিতেজে-ধোৱা তেওঁৰ দেহজুইফুলীয়া গছত এটি বালিমাহী

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 12, 2025
Close Search Window
Close