চন্দন গোস্বামীচিনে নে
মোৰ শৰীৰটোৱে
মোক
ফুচকাৰ টেঙাপানীত ওপঙে
অকণ আকাশ
উহোৱা আলু
প্ৰাচীন সাঁথৰৰ
মই বুলি কৈ
মোৰ বুলি কৈ
দেহটো
বণিকৰ
মই মোৰ শৰীৰটোৱে
গেলা আপেলৰ মাজত
খুঁচৰি খুঁচৰি
সাগৰৰ ঢৌত ঢৌ তুলি তুলি
কিমান জোৱাৰ-ভাটা
পালতৰা কিমান জাহাজৰ অহা-যোৱা
কিমান নাৱিকৰ স্বপ্নাতুৰ নিশাৰ অলেখ অযুত
তৰাৰ চাকি
ভেক্সিন
মাটিত গঢ়িলোঁ মাটিৰে মন
পানীত লিখিলোঁ পানীৰে নাম
ছাইৰে আঁকিলোঁ মই মোক
মাটিত তুমি তোমাৰহে
পানীত তুমি তোমাৰহে
বালিত তুমি এফালৰ পৰা মাথোঁ মচি
গণিতত
নিজানৰ কথনা বনত এপাহ নিয়ৰ ফুলে
ওৰে নিশা এটি কবিতাৰ বাবেই
গুণ্গুণ্
পল অনুপল জিন্-জিননিৰঠিকনা :চন্দন গোস্বামীপঞ্চৱতী, বাৰপূজীয়ামৰিগাঁও, অসম ফোন : ৯৮৫৪৭৯০১৬৭ইমেইল :
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 1 times, 1 visit(s) today
Last modified: May 22, 2025