শিল্পী জুবিন গাৰ্গৰ জীৱন পৰিক্ৰমাৰ এক চমু আলোকপাত
ৱাহিদ আহমেদ জুবিন গাৰ্গ আছিল এজন প্ৰখ্যাত ভাৰতীয় সংগীতজ্ঞ, গায়ক, সুৰকাৰ, গীতিকাৰ, বাদ্যযন্ত্ৰবাদক, অভিনেতা, পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা, কবি, আৰু দানবীৰ হিচাপে পৰিচিত৷ ১৯৭২ চনৰ ১৮ নৱেম্বৰত মেঘালয়ৰ তুৰাত জন্মগ্ৰহণ কৰা তেখেতৰ নাম আছিল বিখ্যাত সুৰকাৰ জুবিন মেহতাৰ নামেৰে৷ পিছত…