এটি প্ৰেমৰ কবিতা
ৰূপা বৰপূজাৰী নীলা পাহাৰ এটাৰ বুকুত ৰুই দিলোঁ এটা সপোন আৱেগৰ ছাঁ আৰু চকুৰ পানীৰে জীয়ন দি এদিন মোৰ লতাসেৰীয়া দুহাতেৰে জানোচা ঢুকি পাওঁ তোমাক সপোনৰো থাকে নেকি মাণিকী মাধুৰী হিয়া প্ৰতিশ্ৰুতি অথবা চৰ্তহীন এক অদৃশ্য বলয়ৰ মাজতো যি দৃশ্যমান…